ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোঁৱৰণী পত্ৰ
প্ৰতি, মাননীয়_________________
তাৰিখ- 30-4-2021
বিষয় ঃ নতুন টেলিফোন সংযোগ কৰিবৰ বাবে আবেদন ।
মহোদয়,
দুঃখেৰে সৈতে জনাব লগা হৈছে যে, যোৱা 28-4-2019তাৰিখে নিৰ্দিষ্ট প্ৰপত্ৰত মই নতুন টেলিফোনৰ বাবে আবেদন কৰিছিলো আৰু আপোনাৰ প্ৰাপ্তিস্বীকাৰৰো ৰচিদ পাইছিলো। তাৰপিছত দুই বছৰৰো বেচি সময় পাৰ হৈ গ'ল তথাপি আজিলৈকে মই টেলিফোন পোৱা নাই। আপোনাৰ পৰা কোনো চিঠিপত্ৰও পোৱা নাই।
অনুগ্ৰহ কৰি মোক টেলিফোনটো সোনকালে পোৱাৰ ব্য়ৱস্থা কৰিব। টেলিফোনৰ মোৰ অতি আৱশ্য়ক।
ধন্য়বাদ ইতি --
আবেদনকাৰীৰ ঠিকনা আপোনাৰ বিশ্বাসী___
তাৰিখ_______