অসমত ব্ৰিটিছ বৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Chapter 3

1. _____ চনত অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটায় ।

(a) ১৮৪৩ চনত 

(b) ১৮৪০ চনত

(c) ১৮৪৫ চনত

(d) ১৮৪১ চনত

উত্তৰঃ (a) ১৮৪৩ চনত 

2. কেঞাসকল কোন আছিল ?

(a) বাদকাৰীব্ৰিটিছৰ প্ৰতি

(b) ব্ৰিটিছৰ এজেণ্ট

(c) মাৰোৱাৰী সুদখোৰ মহাজন শ্ৰেণী 

(d) এটাও নহয়

উত্তৰঃ (c) মাৰোৱাৰী সুদখোৰ মহাজন শ্ৰেণী 

3. মফট মিলচ আছিল ______

(a) শিৱসাগৰৰ উপায়ুক্ত

(b) নগাঁৱৰ সহকাৰী উপায়ুক্ত

(c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

(d) গৱৰ্ণৰ জেণেৰেলৰ প্ৰতিনিধি

উত্তৰঃ (c) কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

4. মফট মিলচ অসমলৈ আহিছিল _______ চনত।

(a) ১৮৫১ চনত 

(b) ১৮৫৩ চনত 

(c) ১৮৫৭ চনত

(d) ১৮৫৫ চনত

উত্তৰঃ (b) ১৮৫৩ চনত 

5. ১৮৫৭ চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?

(a) কন্দৰ্পেশ্বৰ সিংহক

(b) পুৰন্দৰ সিংহক

(c) চন্দ্ৰকান্ত সিংহক

(d) এটাও নহয়

উত্তৰঃ (a) কন্দৰ্পেশ্বৰ সিংহক

6. অসমত ১৮৫৭ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল— (A) গমধৰ কোঁৱৰে (B) লাচিত বৰফুকনে (C) গদাধৰ সিংহই

(D) মণিৰাম দেৱানে উত্তৰ : (D) মণিৰাম দেৱানে

7. আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক ______ জেইলত ৰখা হয় ৷ (A) বর্ধমান (B) আলিপুৰ (D) ঢাকা (C) আন্দামান উত্তৰ : (A) বর্ধমান ৪. _____ চনত ব্ৰিটিছে মণিৰাম দেৱানক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যোৰহাটত নিযুক্তি দিয়ে। (A) ১৭২৮ চনত (B) ১৭৯৮ চনত (C) ১৮২৮ চনত (D) ১৮৩৮ চনত

উত্তৰঃ (C) ১৮২৮ চনত

9. মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্রমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা কোন ব্ৰিটিছ বিষয়াই বঞ্চিত কৰিছিল ?
(A) জে ডব্লিউ কুইণ্টনে (B) কেপ্টেইন হলৰইডে (C) চীফ কমিছনাৰ জেকিনচে (D) মফট মিলচে উত্তৰ : (B) কেপ্টেইন হল ইডে
10. মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল ?

(A) মধুমল্লিক (B) মায়াৰাম নাজিৰ (C) মহবিৰ মুক্তিয়াৰ

(D) শ্বেখ ফর্মুদ আলী উত্তৰ : (A) মধুমল্লিক 11. মণিৰাম দেৱানৰ বিচাৰ কৰিছিল — (A) মফট মিলচে (B) জে ডব্লিউ কুইণ্টনে (C) কেপ্টেইন হলৰইডে (D) চীফ কমিছনাৰ জেকিনচে উত্তৰ : (C) কেপ্টেইন হল ইডে

12. মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি _______ প্ৰায় আঢ়ৈ মাহ ৰখা হয় ৷
(A) আলিপুৰ জেইলত (B) যোৰহাট জেইলত (C) আন্দামানত (D) ঢাকা জেইলত উত্তৰ : (A) আলিপুৰ জেইলত 13. ______কাৰাগাৰত মণিৰাম দেৱানক ফাঁচী দিয়া হয়_____

(A) আলিপুৰ 

(B) যোৰহাট 

(C) আন্দামান 

(D) ঢাকা 

উত্তৰ : (B) যোৰহাট 

14. মণিৰাম দেৱানক ৰাজহুৱাকৈ ফাঁচী দিয়া হয়— ত।

(A) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত 

(B) ১৮৫৭ চনৰ ১৫ আগষ্টত 

(C) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত 

(D) ১৮৫৮ চনৰ ২৫ নৱেম্বৰত 

উত্তৰ : (A) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত

15. মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল ? 

(A) পিয়লি ফুকন 

(B) বাহাদুৰ গাঁওবুঢ়া 

(C) কমলা বৰুৱা 
 
(D) পিয়লি বৰুৱা 
 
উত্তৰ : (D) পিয়লি বৰুৱা 
 
16. ব্ৰিটিছে কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল? 

(A) ১৮৪৮ চনত 
 
(B) ১৮৫৮ চনত 
 
(C) ১৮৬৮ চনত 
 
(D) ১৮৭৮ চনত 
 
উত্তৰ : (B) ১৮৫৮ চনত 

17. কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ? 
 
(A) ১৮৫৮ চনত 
 
(B) ১৮৬০ চনত 
 
(C) ১৮৬৪ চনত (D) ১৮৬৮ চনত 
 
উত্তৰ : (B) ১৮৬০ চনত 

18. লেফটেনেণ্ট ছিংগাৰ আছিল — (A) নগাঁৱৰ উপায়ুক্ত (B) চীফ কমিছনাৰ (C) নগাঁৱৰ সহকাৰী উপায়ুক্ত (D) এটাও নহয়। উত্তৰ : (C) নগাঁৱৰ সহকাৰী উপায়ুক্ত 19. ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ? (A) ১৮৫১ চনত (B) ১৮৫৬ চনত (C) ১৮৬১ চনত (D) ১৮৬৩ চনত উত্তৰ : (C) ১৮৬১ চনত 20. ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা আছিল — (A) ৮০ জন (B) ৭২ জন (C) ৬৫ জন

(D) ৫৪ জন উত্তৰ : (D) ৫৪ জন।

21.ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ? (A) ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত (B) ১৮৭১ চনৰ ১৭ ডিচেম্বৰত (C) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত (D) ১৮৯৪ চনৰ ১৭ ছেপ্টেম্বৰত উত্তৰ : (C) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত

22. লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ? (A) ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত (B) ১৮৭১ চনৰ ১৭ ডিচেম্বৰত (C) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত (D) ১৮৯৪ চনৰ ২১ জানুৱাৰীত উত্তৰ : (D) ১৮৯৪ চনৰ ২১ জানুৱাৰীত 23. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ? (A) ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২১ তাৰিখৰপৰা ২৩তাৰিখলৈ (B) ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ
(C) ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখৰ পৰা ৩০ তাৰিখলৈ (D) এটাও নহয়। উত্তৰ : (B) ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ 24. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? (A) ওকিয়াং নংবাহে

(B) টিকেন্দ্রজিতে (C) ৰজা ৰাজেন্দ্ৰ সিঙে

(D) সম্বোধন কছাৰী উত্তৰ : (A) ওকিয়াং নংবাহে 25. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? (A) ওকিয়াং নংবাহে (B) টিকেন্দ্রজিতে (C) ৰজা ৰাজেন্দ্ৰ সিঙে (D) সম্বোধন কছাৰীয়ে উত্তৰ : (D) সম্বোধন কছাৰীয়ে

26. ১৮৫৭ চনৰ বিদ্ৰোহত বিদ্রোহ দমনৰ নামত ১৮৫৭-৫৮ চনত ব্ৰিটিছ চৰকাৰৰ ঘাটি বাজেট লৈ বৃদ্ধি পাইছিল। (A) ৩২ মিলিয়ন পাউণ্ডলৈ (B) ২৬ মিলিয়ন পাউণ্ডলৈ (C) ২০ মিলিয়ন পাউণ্ডলৈ (D) ১৪ মিলিয়ন পাউণ্ডলৈ উত্তৰ : (D) ১৪ মিলিয়ন পাউণ্ডলৈ

27.১৮৭৮ চনত নগাসকলে কোনগৰাকী ব্ৰিটিছ বিষয়াক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেপাহৰ পৰিচয় দিছিল। (A) ডামাণ্টক (B) জে ডব্লিউ কুইণ্টনক (C) লেফটেনেণ্ট ছিংগাৰক (D) এটাও নহয় ৷ উত্তৰ : (A) ডামাণ্টক 28. ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ ব্যৱস্থাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিল ________ ক। (A) সাধাৰণ প্ৰজা তথা কৃষকসকল (B) জমিদাৰসকল (C) কেঞাসকল (D) এটাও নহয় । উত্তৰ : (A) সাধাৰণ প্ৰজা তথা কৃষকসকল 29. _______ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল । (A) ১৮৫৭ চনত (B) ১৮৫৯ চনত (C) ১৮৬১ চনত (D) ১৮৬৬ চনত উত্তৰ : (C) ১৮৬১ চনত

30. ______ চনত মণিপুৰত সিংহাসন লাভৰ বাবে ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। 
 
(A) ১৮৯০ চনত 

(B) ১৮৫৯ চনত 
 
(C) ১৮৬১ চনত 
 
(D) ১৮৬৬ চনত

উত্তৰঃ (A) ১৮৯০ চনত 

31. ব্ৰিটিছৰ শাসন কালত সংঘটিত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল______ ।
 
(A) মাইবং 

(B) উত্তৰ কাছাৰ 

(C) মণিপুৰ 
 
(D) কহিমা 

উত্তৰঃ (A) মাইবং 

32. মণিপুৰী গণ অভ্যুত্থানৰ মহানায়ক আছিল _____

(A) মহাৰাজ কীর্তিচন্দ্র 
 
(B) মহাৰাজ কুলচন্দ্ৰ সিংহ 
 
(C) জেনেৰেল ঠেঙাল 
 
(D) সেনাপতি টিকেন্দ্রজিত 
 
উত্তৰ : (D) সেনাপতি টিকেন্দ্রজিত। 

33. ব্রিটিছসকলে টিকেন্দ্রজিতৰ মূৰৰ দাম ঘোষণা কৰিছিল 
 
(A) ৫০০ টকা 
 
(B) ৫০০০ টকা 
 
(C) ৫০,০০০ টকা 

(D) ৫,০০০০০ টকা 

উত্তৰঃ (B) 5000 টকা 

34. অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টনক______ চনত হত্যা কৰিছিল । 

(A) ১৮৯০ চনত 
 
(B) ১৮৫৯ চনত 
 
(C) ১৮৬১ চনত 

(D) ১৮৬৬ চনত 
 
উত্তৰ : (A) ১৮৯০ চনত 

35. অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টনক কোনে হত্যা কৰিছিল ? 
 
(A) মণিপুৰীসকলে 

(B) টিকেন্দ্রজিতে

(C) ৰজা ৰাজেন্দ্ৰ সিঙে

(D) সম্বোধন কাছাৰীয়ে 

উত্তৰঃ (A) মণিপুৰীসকলে 

36. ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল - (A) পুৰন্দৰ সিংহ (B) কন্দপেশ্বৰ সিংহ (C) গোমধৰ কোঁৱৰ (D) গদাধৰ কোঁৱৰ উত্তৰ : (A) পুৰন্দৰ সিংহ । 37. মণিৰাম দেৱানক ফাচী দিয়া দিনটো আছিল ১৮৫৮ চনৰ________ (A) ২০ জানুৱাৰী (B) ২৬ ফেব্ৰুৱাৰী (C) ১৫ জুন (D) ২৪ ফেব্ৰুৱাৰী উত্তৰ: (B) ২৬ ফেব্ৰুৱাৰী 38. জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়- (A) ১৮৩০ চনত (B) ১৮৪৫ চনত (C) ১৮৩৫ চনত (D) ১৮৬১ চনত উত্তৰ: (C) ১৮৩৫ চনত