প্ৰকৃতি আৰু পৰিসৰ
প্ৰথম অধ্যায়

১) মানৱ ভোগোল কি ?
উত্তৰঃ ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হল মানৱ ভোগোল।

২) নিৰ্দ্ধাৰণবাদ নিয়ন্ত্ৰণবাদ কি ?
উত্তৰঃ প্ৰাচীন মানৱ সমাজ আৰু প্ৰকৃতিৰ অপৰিসীম শক্তিৰ মাজৰ এনেকুৱা আন্তঃক্ৰিয়াক পৰিবেশিক নিৰ্দ্ধাৰণবাদ নিয়ন্ত্ৰণবাদ বোলা হয়।

৩) পল ভিডেল ডি লা ব্লাচিৰ মানৱ ভোগোলৰ সংজ্ঞাটো দিয়া ?
উত্তৰঃ আমাৰ পৃথিৱীত প্ৰভূত্ব বিস্তাৰ কৰি থকা প্ৰাকৃতিক নিয়মৰ বহু সমশ্লেখিক জ্ঞানৰ পৰা উৎপত্তি লাভ কৰা ধাৰণা সমূহ আৰু ইয়াত বসবাস কৰি থকা জীৱৰ মাজৰ সম্পৰ্ক।

৪) এলেন চি চেম্পলৰ মানৱ ভোগোলৰ সংজ্ঞাটো দিয়া ?
উত্তৰঃ বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ, সানসলনি হা থকা সম্পৰ্কৰ অধ্যায়নকে মানব ভোগোল বোলে।

৫) ৰাটজেলৰ মানৱ ভোগোলৰ সংজ্ঞাটো দিয়া ?
উত্তৰঃ ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হল মানৱ ভোগোল।

৬) মাধাই নামৰ জনজাতীয় উৎসবটো কেতিয়া পালন কৰে ?
উত্তৰঃ মাধাই নামৰ জনজাতীয় উৎসবটো পূৰ্ণিমাত পালন কৰে।

Question type- Leena Kakati

Answered by- Leena Kakati