ঠিকনা পৰিৰ্ত্তনৰ বিষয়ে জনা পোষ্টমাষ্টৰলৈ চিঠি

প্ৰতি, 

পোষ্টমাষ্টৰ মহাশয়,

_______পোষ্ট অফিচ

বিষয়- পৰিৱৰ্তিত ঠিকনা নথিভুক্তিৰ বাবে আবেদন। 

মহোদয়,

মই আপোনাক জনাব বিচাৰিছো যে, মোৰ আগৰ ঠিকনা______পৰা এই ঠিকনালৈ উঠি আহিছো। অনুগ্ৰহ কৰি আপুনি এই পৰিবৰ্তিত ঠিকনা নথিভুক্ত কৰিব। ইয়াৰ পিছৰ পৰা আপুনি মোৰ চিঠি, ৰেজিষ্টাৰ চিঠি, মণিঅৰ্ডাৰ, পাৰ্চেল আদি মোৰ নিম্নলিখিত ঠিকনালৈ পঠাই যেন। এইয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

ধন্য়বাদ।

 আপোনাৰ বিশ্বাসী_____                                                                                                        

ঠিকনা_______