পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

1. এখন গোলাকাৰ দাপোণৰ ভাজব্যাসার্দ্ধ (R) আৰু ফ'কাছ দৈৰ্ঘ্য (f) ৰ মাজৰ সম্পৰ্ক— (a) R= f/2 (b) R= 2f (c) R = f(d) R= f/4 উত্তৰ : (a) R= f/2 2. এখন উত্তল লেনছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব লক্ষ্যবস্তুকৈ ডাঙৰ হ'ব--------

(a) যেতিয়া u < 2f (b) যেতিয়া u > 2f (c) u ৰ সকলো মানৰ বাবে (d) u ৰ একো মানৰ বাবে হ'ব নোৱাৰে । উত্তৰ : (d) u ৰ একো মানৰ বাবে হ'ব নোৱাৰে।

3. এখন অবতল দাপোণৰ ফ'কাছদৈৰ্ঘ্য 20 ছেমি। দাপোণখনৰ সন্মুখত 15 ছেমি দূৰত্ব এটা লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো- (a) সৎ আৰু সৰু (b) সৎ আৰু পৰিবৰ্ধিত (c) অসৎ আৰু সৰু (d) অসৎ আৰু পৰিবৰ্ধিত। উত্তৰ : (d) অসৎ আৰু পৰিবৰ্ধিত। 4. এটা লক্ষ্যবস্তুৰ আকাৰ 1 ছেমি আৰু অবতল দাপোণত গঠিত তাৰ সৎ প্ৰতিবিম্বৰ আকাৰ 2 ছেমি। u আৰু v য়ে ক্ৰমে লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বক সূচালে— (a) u = v

(b) v = 2u (c) u = 3v (d) 3u = v উত্তৰ : (b) v = 2u

5. এখন উত্তল দাপোণৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ'লে—

(a) u = f

(b) u = 2f

(c) u = v (d) (b) আৰু (c) উভয়ে। উত্তৰ : (d) (b) আৰু (c) উভয়ে। 6. সদায় এটা অসৎ, যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয়— (a) অবতল দাপোণৰ দ্বাৰা (b) উত্তল দাপোণৰ দ্বাৰা (c) সমতল দাপোণৰ দ্বাৰা (d) ওপৰৰ এটাও নহয় ৷ উত্তৰ : (b) উত্তল দাপোণৰ দ্বাৰা। 7. পোহৰৰ বেগ সর্বোচ্চ — (a) হীৰাত

(b) গ্লাছত (c) পানীত

(d) শূন্যস্থানত উত্তৰ : (d) শূন্যস্থানত ।

8. পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিছে। আপতন কোণৰ কি মানৰ বাবে 

ৰশ্মিৰ গতিপথ সলনি নহ'ব ? 

(a) 0° 

(b) 450 

(c) 90° 

(d) 60° 

উত্তৰ : (c) 90° 

9. এখন উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অসৎ, যথাযথ আৰু পৰিবৰ্ধিত হ’ব 

(a) যেতিয়া u > 2f হয় 

(b) যেতিয়া u > f হয় 

(c) যেতিয়া u = f হয় 

(d) যেতিয়া u < f হয় 

উত্তৰ : (d) যেতিয়া u <f হয়।

 10. এখন অবতল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব— 

(a) সৎ আৰু সৰু 

(b) সৎ আৰু পৰিবৰ্ধিত 

(c) অসৎ আৰু সৰু 

(d) অসৎ আৰু পৰিবৰ্ধিত 

উত্তৰ : (b) সৎ আৰু পৰিবৰ্ধিত । 

11. এখন উত্তল লেন্‌ছৰ ফ'কাছদৈৰ্ঘ্য 20 ছেমি। লেন্‌ছখনৰ সন্মুখত 30 ছেমি দূৰত্বত এটা 

লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো—

(a) সৎ আৰু সৰু 

(b) সৎ আৰু পৰিবৰ্ধিত 

(c) অসৎ আৰু সৰু 

(d) অসৎ আৰু পৰিবৰ্ধিত 

উত্তৰ : (c) অসৎ আৰু সৰু। 

12. এখন উত্তল লেন্‌ছৰ ফ'কাছদৈৰ্ঘ্য 15 ছেমি। লেন্‌ছখনৰ সন্মুখত 30 ছেমি দূৰত্বত এটা 

লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো— 

(a) সৎ আৰু সৰু 

(b) সৎ আৰু পৰিবৰ্ধিত 

(c) অসৎ আৰু সৰু 

(d) সৎ আৰু সমান । 

উত্তৰ : (d) সৎ আৰু সমান। 

13. এখন উত্তল লেন্‌ছৰ ফ'কাছদৈর্ঘ্য নির্ণয় কৰিব পাৰি - 

(a) প্রতিবিম্বৰ দূৰত্বৰ পৰা 

(b) ভাজব্যাসাৰ্ধৰ পৰা 

(c) ওপৰৰ এটাও নহয়

(d) (a) আৰু (b) উভয়ে। 

উত্তৰ : (b) ভাজব্যাসাৰ্ধৰ পৰা। 

14. এখন লেন্‌ছৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰৰ কেইবাৰ প্ৰতিসৰণ ঘটে ? 

(a) এক 

(b) দুই 

(c) তিনি 

(d) চাৰি । 

উত্তৰ : (b) দুই। 

15. উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব- 

(a) সদায় ওলোটা 

(b) সদায় থিয়

(c) লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয় 

(d) ওপৰৰ এটাও নহয় । 

উত্তৰ : (c) লক্ষ্য বস্তুৰ অৱস্থানৰ লপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয়। 

16. এখন উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। যদি 

লেন্‌ছখনৰ ফ’কাছদৈর্ঘ্য 10 ছেমি হয়, তেন্তে লক্ষ্যবস্তুৰ দূৰত্ব— 

 (a) 10 ছেমি 

 (b) 30 ছেমি 

 (c) 50 ছেমি 

 (d) 40 ছেমি 

উত্তৰ : (a) 10 ছেমি 

17. এখন লেন্‌ছৰ ক্ষমতা –2 ডায়প্তাৰ লেন্‌ছখন কি প্ৰকাৰৰ হ'ব— 

(a) অবতল 

(b) উত্তল 

(c) (a) আৰু (b) উভয়ে 

(d) ওপৰৰ এটাও নহয় ।

উত্তৰ : (a) অবতল

18. এখন লেন্‌ছৰ ক্ষমতা + 2:5 ডায়প্তাৰ লেন্‌ছখনৰ ফ’কাছ দৈর্ঘ্য-----

(a) 3.0 মি. 

(b) - 0.4 fa

(c) 0.4 মি -     

(d) -0.3 fa 

উত্তৰ : (c) 0.4 মি 

19. দাড়ি খুৰাবলৈ এখন দাপোণ ব্যৱহাৰ কৰা হয় । দাপোণখন কি প্ৰকৃতিৰ -

(a) অবতল দাপোণ

(b) উত্তল দাপোণ
(c) সমতল দাপোণ

(d) ওপৰৰ এটাও নহয় । উত্তৰ : (a) অবতল দাপোণ 20. এখন লেন্‌ছ জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয় ৷ লেনছ খন কি প্ৰকৃতিৰ— (a) অবতল লেন্‌ছ (b) উত্তল লেন্‌ছ (c) উত্তল বা অবতল উভয় লেন্‌ছ (d) ওপৰৰ এটাও নহয় । উত্তৰ : (b) উত্তল লেন্‌ছ।

21. তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ? (a) পানী

(c) প্লাষ্টিক (b) কাঁচ (d) মৃত্তিকা (clay) উত্তৰ : (d) মৃত্তিকা (clay) 22. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল ।

লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ'ব লাগিব ? (a) মুখ্য ফ'কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত (b) ভাঁজ কেন্দ্ৰত (c) ভাঁজ কেন্দ্ৰৰ বাহিৰত (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছ মাজত । উত্তৰ : (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত । 23. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখৰ কোন স্থানত

ৰাখিব লাগিব? (a) লেন্‌ছৰ মুখ্য ফ’কাছত (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত (c) অসীমত (d) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত উত্তৰ : (b) ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। 24. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্ৰত্যেকৰে ফ'কাচ দৈৰ্ঘ্য -15 ছেমি। দাপোণ

আৰু লেন্‌ছৰ প্ৰকৃত কেনেকুৱা হ'ব পাৰে ? (a) দুয়োখন অবতল (b) দুয়োখন উত্তল (c) দাপোণখন অৱতল লেন্‌ছখন উত্তল (d) দাপোণখন উত্তল লেন্‌ছখন অৱতল। উত্তৰ : (a) দুয়োখন অবতল।

25. দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে ?

(a) সমতল

(b) অৱতল

(c) উত্তল

(d) হয় সমতল নতুবা উত্তল

উত্তৰঃ(d) হয় সমতল নতুবা উত্তল

26. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?

(a) 50 ছেমি. ফ'কাছ দৈঘ্যৰ উত্তল লেন্ছ

(b) 5 ছেমি ফ'কাছ দৈঘ্যৰ অৱতল লেন্ছ

(c) 5 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

(d) 5 ছেমি ফ'কাছ দৈঘ্যৰ অৱতল লেন্ছ

উত্তৰঃ (c) 5 ছেমি ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

27 . কোনো পূষ্ঠত পোহৰ পৰিলে উভতি আহিলে তাক পোহৰৰ হিচাপে জনা যায় 

a) প্ৰতিসৰণ 

b) ঘূৰ্নন 

c) প্ৰতিফলন 

d) প্ৰত্যাৱৰ্তন 

উত্তৰঃ c) প্ৰতিফলন 

28. প্ৰতিফলন ৰ সূত্ৰ কেইটা 

a) 1

b) 2

c) 3 

d) 4

উত্তৰঃ b) 2

29. আপতিত ৰশ্মি আৰু অডিলম্বৰ মাজত থকা কোনক বোলে 

a) প্ৰতিফলন কোণ 

b) অডিলম্ব

c) আপতন কোণ 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ c) আপতন কোণ 

30. প্ৰতিফলন সূত্ৰ অনুসৰণ আপতন কোন কেনেকৈ প্ৰতিফলন কেণৰ সৈতে সস্পৰ্ক যুক্ত হয় | 

a) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত ডাঙৰ 

b) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সৰু  

c) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সমান 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ c) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সমান 

30. এখন অৱতন দাপোনৰ আপতিত ৰশ্মি যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল হয় তেতিয়া প্ৰতিফলন ৰশ্মি ৰ মাজেদি পাৰ হৈ যায় | 

a) মেৰু 

b) ফকাছ 

c) ভাঁজকেন্দ্ৰ 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ b) ফকাছ 

31. তলৰ কোনটোত অৱতল দাপোনৰ ব্যৱহাৰ কৰা হয় ? \

a) প্ৰসাধনৰ দাপোন 

b) দন্ত চিকি ৎসকৰ দাপোন 

c) ৰিয়েৰ ডিউ দাপোন 

d) টৰ্চৰ ৰিষেক্টৰ 

উত্তৰঃ c) ৰিয়েৰ ডিউ দাপোন 

32. কোন প্ৰকাৰ দাপোনত গঠিত হোৱা চিত্ৰ সদায় অস হয় 

a) সমতল 

b) উত্তল 

c) অৱতন 

d) a আৰু উভয়ে 

উত্তৰঃ d) a আৰু উভয়ে 

33. বতাহত পোহৰৰ গতি কিমান 

a) 300000000 m/s 

b) 3000000 m/s

c) 3.00000000 m/s 

d) 300000 m/s 

উত্তৰঃ a) 300000000 m/s 

34. তলৰ কোনটো মাধ্যমত পোহৰ দ্ৰততম গতিত পাৰ হৈ যাব পাৰে ? 

a) বায়ু 

b) কাঁচ 

c) পানী 

d) আটাইবোৰৰ সমান 

উত্তৰঃ a) বায়ু 

35. পোহৰৰ ৰশ্মি যেতিয়া আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা আলোকীভাৱে ঘনতৰ মাধ্যমৰ পাৰ গৈ থাকে তেতিয়া সেই ৰশ্মি কোন দিশত বেঁকা হৈ যায় ? 

a) অডিলম্বৰ দিশে 

b) অডিলম্বৰ পৰা দূৰলৈ 

c) একে থাকে 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ 

36. উদ্ভত ৰশ্মিয়ে অডিলম্বৰ সৈতে যি কোণ সূষ্টি কৰে সেইটোৰ নাম কি ? 

a) আপতন কোন 

b) প্ৰতিফলনৰ কোন 

c) উদূত কোন 

d) প্ৰতিসৰণ কোন 

উত্তৰঃ c) উদূত কোন 

37. প্ৰতিসৰণৰ সূত্ৰ কেইটা ?

a) 1 টা

b) 2 টা 

c) 3 টা 

d) 4 টা 

উত্তৰঃ b) 2 টা 

38. তলৰ কোনটোৱে পানীৰ অধিক প্ৰতিসৰণ সূচক হয় 

a) 1.0003 

b) 1.33

c) 1.36

d) 2.24 

উত্তৰঃ b) 1.33

39. কোনবোৰ লেন্সৰ মাজৰ অংশ ডাধ আৰু কাষবোৰ পাতল হয় ? 

a) অৱতন লেন্স 

b) উত্তৰ লেন্স 

c) a) আৰু b) দুয়োৰে মিশ্ৰণ 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ b) উত্তৰ লেন্স 

40. তলৰ কোনটো বপ্তক লেন্স তৈয়াৰ কৰাৰ কাৰণে কেঁচা মাল হিচাপে ব্যৱহাৰ কৰিব পৰা নাযায় ?

a) কাঁচ 

b) পানী 

c) প্লাষ্টিক 

d) মাটি 

উত্তৰঃ d) মাটি 

41. উত্তল লেন্সৰ সন্মুখত কোনো বস্তুক ৰাখিলে 2f ত থোৱা হলে সেই বস্তৰ চিত্ৰৰ  অৱস্থানটো কি হব ? 

a) অসীমত 

b) 2f ৰ উৰ্ধবত 

c) 2f -ত 

d) f - ত

উত্তৰঃ c) 2f -ত 

42. অৱতল লেন্সৰ আন এটা নাম কি হয় 

a) অভিসাৰী  লেন্স 

b) অপসাৰী লেন্স 

c) অভিসাৰী দাপোন 

d) অপসাৰী দাপোন 

উত্তৰঃ b) অপসাৰী লেন্স 

43. লেন্সৰ কেন্দ্ৰ বিন্দুক বুলি কোৱা হয় | 

a) মেৰু 

b) কেন্দ্ৰ 

c) আলোক কেন্দ্ৰ 

d) গবাক্ষ 

উত্তৰঃ c) আলোক কেন্দ্ৰ 

44. উত্তৰ লেন্সৰ দ্বাৰা উৎপন্ন ৰৈখিক বিৱৰ্ধন কি হয় ? 

a) 1- তকৈ কম 

b) 1- তকৈ অধিক 

c) 1-ৰ সমান 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ d) ওপৰৰ এটাও নহয় 
 
45. গোলাকাৰ লেন্সৰ দ্বাৰা উৎপন্ন বিবৰ্ধন যদি 2.5 হয় তেন্তে চিত্ৰৰ স্বৰূপ কি হব ? 

a) সৎ আৰু ওলোটা 

b) অৎ আৰু থিয় 

c) ৎ আৰু থিয় 

d)  অৎ আৰু ওলোটা 

উত্তৰঃ b) অৎ আৰু থিয় 

46. অৱতল লেন্সৰ সন্মুখত কোনো বস্তুক অসীমত ৰাখিলে সেই বস্তুৰ চিত্ৰৰ অৱস্থান কত থকিব ? 

a) ফকাছত 

b) দূশ্যগত কেন্দ্ৰত 

c) ফকাছ আৰু দূশ্যগত কেন্দ্ৰৰ মাজত 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ a) ফকাছত 

47. তলৰ কোনটো বস্তুৰ অৱতল লেন্স ব্যৱহাৰ কৰা নহয় ? 

a) সাধাৰণ কেমেৰা 

b) স্পাই-হোল 

c) আলোক 

d) মায়পিয়া ধিক কৰিবলৈ তৈয়াৰ কৰা চছমা 

উত্তৰঃ a) সাধাৰণ কেমেৰা 

48. দূষ্টি শক্তি আৰু ফকাছ দৈৰ্ঘ্য মাজত কি পাৰ্থক্য আছে ? 

a) প্ৰত্যক্ষভাৱে অনুপতিক 

b) ওলোটা অনুপতিক

c) a) আৰু b) উভয়ে 

d) ওপৰৰ এটাও 

উত্তৰঃ b) ওলোটা অনুপতিক

49. পোহৰৰ ৰশ্মি অভিসৰণ বা অপসৰণৰ মাত্ৰাৰ পৰিমাপ কি হয় ? 

a)  অভিসাৰিত 

b) অপসাৰিত 

c) লেন্সৰ ক্ষমতা 

d) লেন্সৰ সংযোজন 

উত্তৰঃ c) লেন্সৰ ক্ষমতা 

50. দূষ্টিশক্তিৰ s1 একক কোনটো হয় ? 

a) ডায়প্টাৰ 

b) চেন্টিমিটাৰ 

c) মিটাৰ 

d) মিলিমিটাৰ 

উত্তৰঃ a) ডায়প্টাৰ 

51. অৱতল লেন্সৰ ক্ষমতা বা দূষ্টিশক্তি সদায় ? 

a) ধনাত্মক 

b) ঋনাত্মক 

c) একে থাকে

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ b) ঋনাত্মক 

52. সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য 

a) ধনাত্মক 

b) শূণ্য 

c) ঋনাত্মক

d) অসীম 

উত্তৰঃ d) অসীম 

53. এখন অৱতল দাপোানৰ  পৰা এটা স  ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ৰাখিব লাগিব।

a) অসীমত

b) মুখ্য ফকাছত

c) ভাঁজকেন্দ্ৰত

d) ফকাছ আৰু মেৰুৰ মাজত

উত্তৰঃ c) ভাঁজকেন্দ্ৰত


54. এটা মাধ্যমৰ প্ৰতিসৰনাংকৰ প্ৰকাশ ৰাশিঃ-

a) n=v/c

b) n=c/v

c) n=cv

d) ইয়াৰ এটাও নহয়।

উত্তৰঃ b) n=c/v.


55. উত্তল লেঞ্চৰ জৰিয়তে এটা স, এলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো --------- ত স্থাপন কৰিব লাগিব।

a) F1

b) 2F, আৰু F1 ৰ মাজত

c) 2F1

d) অসীমত

উত্তৰঃ c) 2F1

56. এখন লেন্সৰ ক্ষমতা 2 ডায়প্টক। ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব -------।

a) 25 cm 

b) 100 cm 

c) 200 cm 

d) 50 cm 

উত্তৰঃ d) 50 cm 

57. - 3 d ক্ষমতাৰ এখন অৱতল লেন্সক +- 3 d ক্ষমতাৰ এখন উত্তল লেন্সৰ সংস্পশত ৰখা হৈছে লেনছ যুগাৰ ক্ষমতা ----

a) +6D 

b) O 

c) -3D 

d) +3D 

উত্তৰঃ b) O

58. লক্ষ্যবস্তুতকৈ ডাঙৰ আকাৰৰ প্ৰতিবিম্ব পাবলৈ এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে | 

a) সমতল দাপোন 

b) হয় উত্তল দাপোন নতুৱা অৱতন দাপোন 

c) উত্তল দাপোন 

d) অৱতন দাপোন 

উত্তৰঃ d) অৱতন দাপোন 

59. এখন গোলাকাৰ দাপোন আৰু ক্ষীণ লেনছৰ প্ৰত্যকৰে ফকাছ দৈৰ্ঘ্য + 20 

a) দাপোনখন হৈছে অৱতল দাপোন আৰু লেনছখন হৈছে উত্তল লেন্স 

b) দাপোন খন উত্তল আৰু লেন্সখন অৱতল লেন্স 

c) উভয়ে উত্তল  d) উভয়ে অৱতল 

উত্তৰঃ  c) উভয়ে উত্তল 

60. অৱতল দাপোনে উৎপন্ন কৰা বিবৰ্ধন সদায়েই -------| 

a) 1 তকৈ কম 

b) 1ৰ সমান 

c) 1 তকৈ বেছি 

d) ইয়াৰ এটাও নহয় 

উত্তৰঃ a) 1 তকৈ কম 

61. সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য কিমান ? 

a) অসীম 

b) 20 cm 
 
c) 60 cm 

d) মেৰুত 

উত্তৰঃ a) অসীম 

62. পানীৰ প্ৰতিসৰনাংক কিমান 

a) 1.33 

b) 2.33
 
c) 4.3

d) 0.133 

উত্তৰঃ a) 1.33 

63. পোহৰ এবিধ কি ? 

a) তাপ 

b) শক্তি 

c) পদাৰ্থ

d) সস্পদ 

উত্তৰঃ b) শক্তি 

64. তলত উল্লেখ কৰা কোনটো জীৱই শ্বসন ক্ৰিয়া কৰে ? 

a) পৰপোষী জীৱ 

b) স্বপােষী 

c) বায়ুজীৱী জীৱ 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ d) ওপৰৰ এটাও নহয় 

65. মধ্যচ্ছেদাৰ কাম হল 

a) হাঁওফাঁওৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্তন কৰা 

b) হাঁওফাঁওৰ চাৰিওফালে প্ৰতিৰক্ষামূলক আৱৰণ প্ৰস্তুত কৰা 

c) আমি শ্বাস প্ৰশ্বাস লোৱা বায়ুৰ পৰা কাৰ্বনডাই  অস্কাইড পৰিশেধন কৰা 

d) ওপৰৰ এটাও নহয় 

উত্তৰঃ a) হাঁওফাঁওৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্তন কৰা 

66. আমি কিয় হাঁচি মাৰো ? 

a)  বাষ্পীবেনৰ হাৰ হ্ৰাস কৰিবলৈ 

b) কাৰ্বনডাই অস্কাইড এৰিবলৈ 

c) অধিক অস্কিজেন গ্ৰহণ কৰিবলৈ

d) নাকত থকা বাহ্যিক উপাদানসমূহৰ পৰা নিষ্পওি লাভ কৰিবলৈ 

উত্তৰঃ d) নাকত থকা বাহ্যিক উপাদানসমূহৰ পৰা নিষ্পওি লাভ কৰিবলৈ