বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
1. প্ৰবাহযুক্ত দীঘল চ'লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি
(c) ইয়াৰ প্ৰন্তাৰ ফালে ক্ৰমে বাঢ়ি যায়
(d) সকলো বিন্দুতে একে থাকে।
উত্তৰঃ (b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি
11. বিদ্যুৎ প্ৰবাহ থকা পৰিবাহকৰ চাৰিওফালে কি সৃষ্টি হয়?
(ক) তাপ
(খ) চুম্বকীয় ক্ষেত্ৰ
(গ) শব্দ
(ঘ) পোহৰ
উত্তৰঃ (খ) চুম্বকীয় ক্ষেত্ৰ
12. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল?
(ক) নিউটন
(খ) অ'ষ্টেড (Oersted)
(গ) আইনষ্টাইন
(ঘ) ফাৰাডে
উত্তৰঃ(ক) নিউটন
13. সোঁহাত বুঢ়া আঙুলিৰ নিয়ম কোনে দিছিল?
(ক) ফ্লেমিং
(খ) মেক্সৱেল
(গ) এম্পিয়াৰ
(ঘ) মেক্সৱেলৰ সোঁহাত বুঢ়া আঙুলিৰ নিয়ম
উত্তৰঃ(ঘ) মেক্সৱেলৰ সোঁহাত বুঢ়া আঙুলিৰ নিয়ম
(ক) অসমান
(খ) সমান (Uniform)
(গ) শূন্য
(ঘ) বৃত্তাকাৰ
উত্তৰঃ(খ) সমান (Uniform)
15. বৈদ্যুতিক ঘণ্টাত কি ব্যৱহাৰ কৰা হয়?
(ক) স্থায়ী চুম্বক
(খ) বিদ্যুৎচুম্বক
(গ) লোহাৰ দণ্ড
(ঘ) তামৰ তাৰ
উত্তৰঃ(খ) বিদ্যুৎচুম্বক
16. বিদ্যুৎচুম্বকৰ শক্তি বৃদ্ধি কৰিবলৈ কি কৰা হয়?
(ক) প্ৰবাহ বৃদ্ধি কৰা
(খ) প্ৰবাহ কমোৱা
(গ) লোহা আঁতৰোৱা
(ঘ) কইল কমোৱা
উত্তৰঃ (ক) প্ৰবাহ বৃদ্ধি কৰা
(ক) তাপ শক্তি
(খ) বৈদ্যুতিক শক্তি
(গ) সৌৰ শক্তি
(ঘ) ৰাসায়নিক শক্তি
উত্তৰঃ(খ) বৈদ্যুতিক শক্তি
18. ফ্লেমিঙৰ বাঁওহাত নিয়ম ক'ত ব্যৱহাৰ কৰা হয়?
(ক) বৈদ্যুতিক মটৰ
(খ) জেনেৰেটৰ
(গ) ট্ৰান্সফৰ্মাৰ
(ঘ) বেটাৰী
উত্তৰঃ (ক) বৈদ্যুতিক মটৰ
(ক) মটৰ
(খ) জেনেৰেটৰ
(গ) বাল্ব
(ঘ) ফিউজ
উত্তৰঃ(খ) জেনেৰেটৰ
(ক) চুম্বকীয় ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহকৰ ওপৰত বল প্ৰয়োগ হয়।
(খ) ওহমৰ নিয়ম
(গ) শক্তি সংৰক্ষণ
(ঘ) নিউটনৰ নিয়ম
উত্তৰঃ(ক) চুম্বকীয় ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহকৰ ওপৰত বল প্ৰয়োগ হয়।
(ক) Alternating Current
(খ) Automatic Current
(গ) Active Current
(ঘ) Atomic Current
উত্তৰঃ(ক) Alternating Current
(ক) Direct Current
(খ) Double Current
(গ) Dynamic Current
(ঘ) Digital Current
উত্তৰঃ(ক) Direct Current
(ক) তাম
(খ) কোমল লোহা
(গ) এলুমিনিয়াম
(ঘ) ৰূপ
উত্তৰঃ(খ) কোমল লোহা
(ক) সেউজীয়া
(খ) ৰঙা
(গ) ক'লা
(ঘ) নীলা
উত্তৰঃ(ক) সেউজীয়া
(ক) ভ'ল্টেজ বৃদ্ধি কৰা
(খ) অধিক প্ৰবাহৰ পৰা সুৰক্ষা দিয়া
(গ) পোহৰ বৃদ্ধি কৰা
(ঘ) চুম্বক সৃষ্টি কৰা
ক) তাপ
খ) চুম্বকীয় ক্ষেত্ৰ
গ) শব্দ
ঘ) পোহৰ
উত্তৰঃ খ) চুম্বকীয় ক্ষেত্ৰ
27. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিল?
ক) নিউটন
খ) অ'ষ্টেড
গ) ফাৰাডে
ঘ) এম্পিয়াৰ
উত্তৰঃখ) অ'ষ্টেড
28. চুম্বকীয় ক্ষেত্ৰৰ একক কি?
ক) টেছলা (Tesla)
খ) ভ'ল্ট
গ) এম্পিয়াৰ
ঘ) ওহম
উত্তৰঃক) টেছলা (Tesla)
29. সোঁহাত বুঢ়া আঙুলিৰ নিয়ম কোনে প্ৰস্তাৱ কৰিছিল?
ক) ফ্লেমিং
খ) মেক্সৱেল
গ) নিউটন
ঘ) ফাৰাডে
উত্তৰঃখ) মেক্সৱেল
30. ছ'লেনইডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰ কেনেকুৱা?
ক) অসমান
খ) সমান
গ) শূন্য
ঘ) বৃত্তাকাৰ
উত্তৰঃখ) সমান
31. ছ'লেনইডে কিহৰ দৰে আচৰণ কৰে?
ক) বেটাৰী
খ) দণ্ড চুম্বক
গ) বাল্ব
ঘ) ৰোধক
উত্তৰঃখ) দণ্ড চুম্বক
32. বিদ্যুৎচুম্বকৰ কোৰ কি ধাতুৰ হয়?
ক) তাম
খ) কোমল লোহা
গ) ৰূপ
ঘ) এলুমিনিয়াম
উত্তৰঃখ) কোমল লোহা
33. বিদ্যুৎচুম্বকৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি?
ক) প্ৰবাহ বৃদ্ধি কৰি
খ) প্ৰবাহ কমাই
গ) কইল কমাই
ঘ) কোৰ আঁতৰাই
উত্তৰঃক) প্ৰবাহ বৃদ্ধি কৰি
34. বিদ্যুৎচুম্বক ব্যৱহাৰ কৰা হয়—
ক) বৈদ্যুতিক ঘণ্টাত
খ) চামুচত
গ) গিলাচত
ঘ) মোমবাতিত
উত্তৰঃক) বৈদ্যুতিক ঘণ্টাত
35. বৈদ্যুতিক মটৰত কি শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হয়?
ক) সৌৰ
খ) বৈদ্যুতিক
গ) তাপ
ঘ) ৰাসায়নিক
উত্তৰঃখ) বৈদ্যুতিক
36. মটৰৰ নিয়ম কোনটো?
ক) ফ্লেমিঙৰ বাঁওহাত নিয়ম
খ) ফ্লেমিঙৰ সোঁহাত নিয়ম
গ) ওহমৰ নিয়ম
ঘ) কুলম্বৰ নিয়ম
উত্তৰঃক) ফ্লেমিঙৰ বাঁওহাত নিয়ম
37. জেনেৰেটৰৰ নিয়ম কোনটো?
ক) ফ্লেমিঙৰ সোঁহাত নিয়ম
খ) বাঁওহাত নিয়ম
গ) নিউটনৰ নিয়ম
ঘ) এম্পিয়াৰৰ নিয়ম
উত্তৰঃক) ফ্লেমিঙৰ সোঁহাত নিয়ম
38 AC ৰ পূৰ্ণৰূপ—
ক) Alternating Current
খ) Automatic Current
গ) Active Current
ঘ) Atomic Current
উত্তৰঃক) Alternating Current
39. DC ৰ পূৰ্ণৰূপ—
ক) Direct Current
খ) Double Current
গ) Dynamic Current
ঘ) Digital Current
উত্তৰঃক) Direct Current
40. AC ৰ দিশ—
ক) সদায় একে
খ) সলনি হৈ থাকে
গ) নাই
ঘ) স্থিৰ
উত্তৰঃখ) সলনি হৈ থাকে
41. DC ৰ দিশ—
ক) সলনি হয়
খ) একে থাকে
গ) বৃত্তাকাৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) একে থাকে
42. ভাৰতত AC ৰ কম্পাংক—
ক) ২৫ Hz
খ) ৫০ Hz
গ) ৬০ Hz
ঘ) ১০০ Hz
উত্তৰঃখ) ৫০ Hz
43. ঘৰুৱা মেইন ভ'ল্টেজ—
ক) ১১০ V
খ) ২২০ V
গ) ১২ V
ঘ) ২৪ V
উত্তৰঃখ) ২২০ V
44. Earth wire ৰ ৰং—
ক) সেউজীয়া
খ) ক'লা
গ) ৰঙা
ঘ) নীলা
উত্তৰঃক) সেউজীয়া
45. Live wire ৰ ৰং—
ক) ৰঙা
খ) সেউজীয়া
গ) ক'লা
ঘ) বগা
উত্তৰঃক) ৰঙা
46. Neutral wire ৰ ৰং—
ক) ক'লা
খ) ৰঙা
গ) সেউজীয়া
ঘ) হালধীয়া
উত্তৰঃ ক) ক'লা
47. ফিউজৰ কাম—
ক) অধিক প্ৰবাহৰ পৰা সুৰক্ষা দিয়া
খ) ভ'ল্টেজ বৃদ্ধি কৰা
গ) প্ৰবাহ বৃদ্ধি কৰা
ঘ) পোহৰ বৃদ্ধি কৰা
উত্তৰঃক) অধিক প্ৰবাহৰ পৰা সুৰক্ষা দিয়া
ক) টিন আৰু সীহ
খ) তাম আৰু ৰূপ
গ) লোহা আৰু নিকেল
ঘ) এলুমিনিয়াম আৰু জিংক
উত্তৰঃক) টিন আৰু সীহ
49. Short circuit কেতিয়া হয়?
ক) Live আৰু Neutral সংযোগ হ'লে
খ) ফিউজ গ'লেই
গ) বাল্ব জ্বলিলে
ঘ) চুইচ বন্ধ কৰিলে
উত্তৰঃক) Live আৰু Neutral সংযোগ হ'লে
50. Overloading ৰ ফলত—
ক) ফিউজ গলি যায়
খ) বাল্ব উজলি উঠে
গ) ভ'ল্টেজ কমে
ঘ) একো নহয়
উত্তৰঃক) ফিউজ গলি যায়