এছিড, ক্ষাৰক আৰু লৱণ

1. তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল নাথাকে ?

(a) ব্লভিটৰিওল 

(b) বেকিং ছ'ডা

(c) জিপচাম

(d) কাপোৰ ধোৱা ছ'ডা

উত্তৰঃ (b) বেকিং ছ'ডা

2. ছ'ডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰটো হৈছে---

(a) তীব্ৰ অম্ল আৰু তীব্ৰ ক্ষাৰ

(b) তীব্ৰ অম্ল আৰু দুৰ্বল ক্ষাৰ

(c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ

(d) দুৰ্বল অম্ল আৰু দুৰ্বল ক্ষাৰ 

Ans: (c) দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ

3. যদি এটা অম্লৰ দ্ৰব, ক্ষাৰকৰ দ্ৰবৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব ?

(a) দ্ৰবটোৰ উষ্ণতা বাঢ়িব

(b) দ্ৰবটোৰ উষ্ণতা 

(c) দ্ৰবৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়

(d) লৱণ আৰু পানীৰ উৎপত্তি হ'ব ।

(i) মাত্ৰ (a)

(ii) (a) আৰু (c)

(iii) (a) আৰু (d)

(iv) (b) আৰু (c)

উত্তৰঃ (iii) (a) আৰু (d)

4. তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধতম ক্ৰম ?

(a) পানী < এচেটিক এছিদ < হাইড্ৰ'ক্লৰিক এছিড

(b) পানী < হাইড্ৰ'ক্লৰিক এছিড < এচেটিক এছিড

(c) হাইড্ৰ'ক্লৰিক এছিড < পানী < এচেচিক এছিড

(d) এছেটিক এচিড < পানী < হাইড্ৰ'ক্লৰিক  এছিড

উত্তৰঃ (a) পানী < এচেটিক এছিদ < হাইড্ৰ'ক্লৰিক এছিড

5. এছেটিক এচিডত যেতিয়া ছ’ডিয়াম বা ই কার্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয় । তলৰ কোনটো

উক্তি উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ?
(1) ই চূণৰ পানী ঘোলা কৰে

(2) ই জ্বলি থকা শিখা নুমাই দিব (3) ই ছ’ডিয়াম হাইড্র’ক্সাইডৰ দ্ৰবত দ্রবীভূত হ’ব (4) ইয়াৰ এটা উগ্ৰ জনজনাই যোৱা গোন্ধ আছে। (a) (1) আৰু (2) (b) (1), (2) আৰু ( 3 ) (c) (2), (3) আৰু ( 4 ) (d) (1) আৰু (4) উত্তৰ : (a) (1) আৰু ( 2 )


6. সাধাৰণ নিমখ তলৰ কোনটোত কেঁচা সামগ্ৰীৰূপে ব্যৱহাৰ হয় ? (1) কাপোৰ ধোৱা ছ’ডা

(2) ব্লিচিং পাউদাৰ (3) বেকিং ছ’ডা (4) শিথিলিত চূণ (a) (1) আৰু (2)

(b) (1), (2) আৰু ( 4 )

(c) (1) আৰু (3)

(d) (1), (3) আৰু ( 4 ) উত্তৰ : (a) (1) আৰু ( 2 )

7. বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে ছ'ডিয়াম বাই- কার্বনেট, আনবিধ সামগ্ৰী হৈছে— (a) হাইড্ৰ'ক্লৰিক এছিড (b) টাটাৰিক এছিড

(c) এচেটিক এছিড (d) ছালফিউৰিক এছিড উত্তৰ : (b) টাৰ্টাৰিক এচিড

8. কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্রবৰ বাবে কোনটো উক্তি সত্য ?

(1) যিমানে pH বেছি হয়, সিমানেই অম্লৰ গাঢ়তা বাঢ়িব। (2) যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব। (3) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়তা বাঢ়িব।

(4) যিমানে pH কমি যায় সিমানে ক্ষাৰৰ গাঢ়ত কমিব। (a) (1) আৰু (3)

(b) (2) আৰু (3) (c) (1) আৰু (4)

(d) (2) আৰু (4) উত্তৰ : (d) (2) আৰু ( 4 )

9. খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে— (a) 7 তকৈ কম

(b) 7 তকৈ বেছি (c) 7 ৰ সমান

(d) শূন্য উত্তৰ : (a) 7 তকৈ কম

10. দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এছিড বেচ সূচক হিচাপে ব্যৱহাৰ হয়? (a) লিটমাছ

(b) হালধি (c) ভেনিলা আত

(d) পিটুনিয়াৰ পাত উত্তৰ : (c) ভেনিলা আতৰ 11. তলৰ কোনটো আম্লিক ধৰ্মৰ ? (a) নেমুৰ ৰস (b) মানুহৰ তেজ (c) চূণৰ পানী (d) অম্লনাশক (Antacid) উত্তৰ : (a) নেমুৰ ৰস 12. ব্ৰাহন হৈছে— (a) ছ’ডিয়াম বাই কার্বনেটৰ জলীয় দ্রৱ (b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ

(c) ছ'ডিয়াম কার্বনেটৰ জলীয় দ্রৱ (d) ছ’ডিয়াম হাইড্ৰ'ক্সাইডৰ জলীয় দ্রৱ।

উত্তৰঃ (b) ছ’ডিয়াম ক্লৰাইডৰ জলীয় দ্রৱ ।

13. অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো হৈছে

(a) ভিনেগাৰ 

(b) কাপোৰ ধোৱা ছ’ডা 

 (c) বেকিং ছ’ডা 

 (d) টাটাৰিক এছিড 

 উত্তৰঃ (c) বেকিং ছ’ডা 

14. কাপোৰ ধোৱা ছ’ডাত কিমান পানীৰ অণু আছে?

(b)

 (a)

 (c)

 (d) 10 

 উত্তৰ : (d) 10 

15. মিল্ক অব্ মেগনেছিয়া হৈছে—

(a) জিংক হাইড্রক্সাইড
(b) মেগনেছিয়াম হাইড্রক্সাইড

(c) কেলচিয়াম হাইড্রক্সাইড (d) এলুমিনিয়াম হাইড্রক্সাইড উত্তৰ ঃ (b) মেগনেছিয়াম হাইড্রক্সাইড 16. পানীৰ অম্ল দ্ৰবই বিদ্যুৎ পৰিবহণ কৰে, কাৰণ (a) অম্লই নিজে নিজেই আয়নীয় হয়

(b) পানীৰ উপস্থিতিত অম্ল আয়নীয় হয় (c) পানীয়ে বিদ্যুৎ পৰিবহণ কৰে (d) মাত্র পানী আয়নীয় হয়। উত্তৰ : (d) মাত্ৰ পানী আয়নীয় হয় ।

17. টেঙা দৈত থকা এছিডটো হ'ল -

(a) অক্‌জেলিক এছিড (b) টাৰটাৰিক এছিড (c) লেকটিক এছিড (d) ওপৰৰ এটাও নহয় ।

উত্তৰ : (c) লেকটিক এছিড

18. পনীয়া ছালফিউৰিক এছিড দ্ৰৱত ছডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় ? 

(a) H, 

(b) SO, 

(c) H,S 

(d) O2 

 উত্তৰ : (a) H2 

 19. নেমুটেঙাৰ ৰস আৰু কফি হ'ল—

(a) দুয়োবিধেই ক্ষাৰকীয় 

(b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ’ল ক্ষাৰকীয়

(c) দুয়োবিধেই আম্লিক

(d) নেমুটেঙাৰ ৰস ক্ষাৰকীয় আৰু কফি হ'ল আম্লিক 

উত্তৰঃ (b) নেমুটেঙাৰ ৰস আম্লিক আৰু কফি হ'ল ক্ষাৰকীয় ৷

20.  তলৰ কোনটো ক্ষাৰক নহয়- 

(a) C₂H,OH 

(b) KOH 

(c) NH, OH 

(d) NaOH. 

উত্তৰ : (a) C,H,OH

 21. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত p"হ'ব পাৰে—

(a)

(b)

 (c) 5    

(b) 10 

উত্তৰ : (d) 10 

22. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্রৱটোত থাকে— 

 (a) NaCl 

 (b) HCl 

 (c) LiCl

 (d) KCI 

 উত্তৰ : (b) HCl 

 23. NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৱএটাৰ 8m L সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'ব – 

 (a) 4mL 

(b) 8mL 

(c) 12mL 

(d) 16mL 

 উত্তৰ : (a) 4ml (10 x 8 = 20 × 4) 

24. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? 

 (a) এণ্টিবায়'টিক 

 (b) বেদনানাশক (analgesic) 

 (c) অম্লনাশক (antacid) 

 (d) বীজাণুবাৰক (antiseptic) 

 উত্তৰ : (c) অম্লনাশক ( antacid)