ধাতু আৰু অধাতু
1. পৃথিৱীৰ খোলাটোত থকা আটাইতকৈ সমৃদ্ধশালী ধাতুটো হৈছে-
(a) Al
(b) Fe
(c)'Zn
(d) Cu
উত্তৰঃ (b) Fe
2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব ?
(a) গ্ৰীজ ব্যৱহাৰ কৰি
(b) জিংকৰ প্ৰলেপ দি
(c) ৰং ব্যৱহাৰ কৰি
(d) ওপৰৰ সকলো
উত্তৰঃ (b) জিংকৰ প্ৰলেপ দি
3. কোনো এটা ধাতুক এডাল ক্ষীণ তাঁৰলৈ পৰিবৰ্তিত কৰিব পৰা ধৰ্মটো হৈছে-
(a) পৰিবহনতা
(b) নমনীয়তা
(c) ঘাত সহনীয়তা
(d) নিনাদী ধৰ্ম
উত্তৰঃ (b) নমনীয়তা
4. তলৰ কোনটো অক্সাইড কার্বন বিজাৰণৰ দ্বাৰা ধাতুটো পাব নোৱাৰি?
(a) MnO2
(b) Cr2O3
(c) Al2O3
(d) সকলোবোৰ ।
উত্তৰঃ (d) সকলোবোৰ ।
5. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCl ৰ দ্রৱ আৰু কপাৰ ধাতু
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু
(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ : (d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু
6. টা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো—
(a) কেলছিয়াম
(b) আইৰন
(c) ছিলিকন
(d) কাৰ্বন
উত্তৰ : (a) কেলছিয়াম
7. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয় । কিয়নো—
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি।
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয়।
উত্তৰ : (c) জিংক টিনতকৈ অধিক সক্রিয়।
8. আইনৰ উপৰি নিষ্কলংক তীখা থাকে—
(a) Ni আৰু Cr
(b) Cu আৰু Sn
(c) Al আৰু Mg
(d) C আৰু Mn
উত্তৰ : (a) Ni আৰু Cr ।
9. তলৰ কোনটো ধাতু ঠাণ্ডা পানী নাইবা গৰম পানীৰে বিক্ৰিয়া নকৰে ?
(a) Na
(c) Mg
(b) Ca
(d) Fe
উত্তৰ : (d) Fe
10. একুৱা ৰেজিয়া হৈছে-
(a) লঘু HCI : গাঢ় HNO3
3 1
(b) গাঢ় HCI : লঘু HNO3
3 1
(c) গাঢ় HCI : গাঢ় HNO3
3 1
(d) লঘু HCI : লঘু HNO3
1 3
উত্তৰঃ (c) গাঢ় HCI : গাঢ় HNO3
3 1
11. তলৰ কোনটো যৌগ আয়নীয় নহয় ?
(i) KCl
(ii) HCl
(iii) CCI,
(iv) NaCl
(a) (i) আৰু (ii)
(b) (ii) আৰু (iii)
(c) (iii) আৰু (iv)
(d) (i) আৰু (iii)
উত্তৰ : (b) (ii) আৰু (iii)
12. জিংকৰ বৈদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুৎ দ্বাৰত জমা হ'ব ?
(a) কেথ 'ডত জমা হ'ব
(b) এন'ডত জমা হ'ব
(c) দুয়োটা বিদ্যুৎ দ্বাৰত জমা হ'ব
(d) দ্রবত থাকি যাব
উত্তৰ : (b) এন'ডত জমা হ'ব।
13. তলৰ কোনটো ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায় ?
(i) Cu
(ii) Au
(iv) Ag
(iii) Zn
(a) (i) আৰু (ii)
(b) (ii) আৰু (iii)
(c) (ii) আৰু (iv)
(d) (iii) আৰু (iv)
উত্তৰ: (c) (ii) আৰু (iv)
14. বায়ুৰ পৰিবেশত বহুত সময় থকাৰ ফলত ছিলভাৰ সামগ্ৰী ক'লা পৰি যায়। ইয়াৰ কাৰণ তলৰ কোনটো যৌগ উৎপত্তিৰ বাবে হ'ব ?
(a) Ag3S
(b) Ag3N
(c) Ag3O
(d) Ag3S আৰু Ag3N
উত্তৰ : (a) Ag3S
15. তলৰ কোনটো ধাতুৱে উভধর্মী অক্সাইড গঠন কৰিব ?
(a) Na
(b) Ca
(c) Al
(d) Cu
উত্তৰঃ (c) Al
16. যেতিয়া Al2O2 য়ে NaOH ৰ সৈতে বিক্রিয়া কৰে তেতিয়া কোনটো যৌগ গঠন হয় ?
(a) NaAlO2
(b) Na2AlO3
(c) NaAl2O3
(d) NaAlO3
উত্তৰঃ (a) NaAlO2
17. যদি কপাৰক কিছু সময় বায়ুৰ পৰিৱেশত ৰখা হয়, তেতিয়া ই লাহে লাহে ইয়াৰ মুগা বৰণৰ উজ্জ্বলতা হ্ৰাস হৈ সেউজীয়া ৰঙৰ প্ৰলেপৰ সৃষ্টি কৰে; ইয়াৰ কাৰণ তলৰ কোনটো যৌগৰ উৎপত্তিৰ বাবে হ'ব ?
(a) Cu(NO3)2
(b) CuSO4
(c) CuO
(d) CuCO3
উত্তৰঃ (d) CuCO3
18. তলৰ কোনটো সংকৰ ধাতুত মাকিউৰি (Hg) থাকে ?
(a) নিষ্কলংক তীখা
(b) এলনিক'
(c) চ'লডাৰ
(d) জিংক এমালগাম
উত্তৰ : (d) জিংক এমালগাম ।
19. আটাইতকৈ কঠিন প্রাকৃতিক যৌগটো হৈছে—
(a) গ্রেফাইট
(b) হীৰা
(c) আইবন
(d) আয় ডিন
উত্তৰঃ (b) হীৰা
20. আটাইতকৈ সক্রিয় ধাতুটো হৈছে—
(a) আইন
(b) জিংক
(c) মেগনেছিয়াম
(d) এলুমিনিয়াম
উত্তৰঃ (c) মেগনেছিয়াম
21.এলুমিনিয়াম ধাতুক ৰন্ধন সামগ্ৰী প্ৰস্তুতকৰণত ব্যৱহাৰ হয়। তলৰ কোনটো ধৰ্মৰ বাবে ইয়াক ব্যৱহাৰ হয় ?
(i) তাপৰ সু-পৰিবাহী হোৱাৰ বাবে
(ii) বিদ্যুতৰ সু-পৰিবাহী হোৱাৰ বাবে
(iii) নমনীয়তা গুণৰ বাবে
(iv) উচ্চ গলনাংকৰ বাবে।
(a) (i) আৰু (ii)
(b) (i) আৰু (iii)
(c) (ii) আৰু (111)
(d) (i) আৰু (iv)
উত্তৰ : (b) (i) আৰু (iii)
22. তলৰ কোনটো আয়নীয় যৌগৰ গলনাংক আটাইতকৈ বেছি-
(a) LiCi
(b) NaCl
(c) CaO
(d) CaCl2
উত্তৰঃ (c) CaO
23. তলৰ কোনটো যৌগই জলীয় বাষ্পৰ শোষক হিচাপে কাম কৰে ?
(a) CaCl2
(b) CaO
(c) MgO
(d) NaCI
উত্তৰঃ (a) CaCl2
24. কপাৰ পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা সেউজীয়া তৰপৰ যৌগটো হৈছে—
(a) কপাৰ ছালফাইড
(b) কপাৰ কাৰ্বনেট
(c) কপাৰ হাইড্রক্সাইড
(d) কপাৰ অক্সাইড
উত্তৰ : (b) কপাৰ কার্বনেট।
25. অলৌহ সংকৰ ধাতুটো হৈছে—
(a) নিকেল ষ্টিল
(b) ইনভাৰ
(c) পিতল
(d) এটাও নহয়
উত্তৰঃ (c) পিতল
26. তলত দিয়া কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ বেছি পৰিবাহী —
(a) Fe
(b) Ca
(c) Sn
(d) Cu
উত্তৰ : (a) Fe
27.কোনো বিক্রিয়া নঘটাকৈ, তলত উল্লেখ কৰা কোনটো দ্ৰৱক এলুমিনিয়াম দণ্ডৰে লৰাব পাৰি—
(a) FeSO4
(b)CuSO4
(c)ZnSO4
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ(d) ওপৰৰ এটাও নহয়
28. তলত উল্লেখ কৰা বোৰৰ ভিতৰত কোনটো আটাইতকৈ শক্তিশালী বিজাৰক ?
(a) Al
(b) Zn
(c) Fe
(d) Cu
উত্তৰ : (a) Al
29. কপাৰ চালফেট দ্ৰৱ তলৰ কোনটো পাত্ৰত ৰখা উচিত নহয়—
(a) লোৰ পাত্ৰত
(b) এলুমিনিয়ামৰ পাত্ৰত
(c) জিংকৰ পাত্ৰত
(d) যিকোনো এটা পাত্ৰ
উত্তৰঃ (d) যিকোনো এটা পাত্ৰ
30. জিংক এ NaOH ৰ সৈতে বিক্ৰিয়া কৰি________ উৎপন্ন কৰে ।
(a) NH3
(b) H2
(c) O2
(d) NO2
উত্তৰঃ (b) H2
31. তলৰ কোনটো ধাতুৱে ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে-
(a) Ca
(b) Mg
(c) Na
(d) Fe
উত্তৰঃ (d) Fe
32. তলৰ কোনবিধ সংকৰ ধাতুৰ, মাৰ্কাৰি এবিধ গঠনাত্মক উপাদানঃ
(a) এলনিক'
(b) নিষ্কলংক তীখা
(c) চ'লডাৰ
(d) জিংক এমালগাম
উত্তৰঃ (d) জিংক এমালগাম
33. পৃথিৱীৰ খোলাটোত আটাইতকৈ সমৃদ্ধশালী ধাতুটো কোনটো?
(a) Al
(b) Fe
(c) Zn
(d) Cu
উত্তৰ: (b) Fe
34. ধাতুক পাতল তাঁৰলৈ টানিব পৰা ধৰ্মটোক কি বোলে?
(a) নমনীয়তা
(b) প্ৰসাৰণশীলতা
(c) পৰিবাহিতা
(d) সুনাদ
উত্তৰ: (b) প্ৰসাৰণশীলতা
35. তাপৰ আটাইতকৈ সু-পৰিবাহী ধাতুটো কোনটো?
(a) তামা
(b) লোহা
(c) এলুমিনিয়াম
(d) জিংক
উত্তৰ: (a) তামা
36. তাপ আৰু বিদ্যুৎ পৰিবাহী অধাতুটো কোনটো?
(a) গ্ৰাফাইট
(b) গন্ধক
(c) ফছফৰাছ
(d) আয়’ডিন
উত্তৰ: (a) গ্ৰাফাইট
37. সাধাৰণ উষ্ণতাত তৰল ধাতুটো কোনটো?
(a) ব্ৰোমিন
(b) পাৰদ
(c) লিথিয়াম
(d) আয়’ডিন
উত্তৰ: (b) পাৰদ
38. তলৰ কোনটো ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়?
(a) লোহা
(b) এলুমিনিয়াম
(c) জিংক
(d) ৰূপ
উত্তৰ: (d) ৰূপ
39. আয়ৰনৰ মুখ্য আকৰটোৰ নাম কি
(a) গ্যালেনা
(b) হেমেটাইট
(c) আর্জেন্টাইট
(d) বক্সাইট
উত্তৰ: (b) হেমেটাইট
40. তলৰ কোনটো খনিজ আকৰ নহয়?
(a) বক্সাইট
(b) ৰেড হেমেটাইট
(c) জিংক ব্লেণ্ড
(d) আয়ৰন পাইৰাইট
উত্তৰ: (d) আয়ৰন পাইৰাইট
41 তলৰ কোনটো ধাতু আটাইতকৈ সক্ৰিয়?
(a) Na
(b) Ca
(c) Mg
(d) Fe
উত্তৰ: (a) Na
42 সংকৰ ধাতু কি?
(a) ধাতু আৰু অধাতুৰ মিশ্ৰণ
(b) ধাতুৰ সমসত্ব মিশ্ৰণ
(c) গলিত ধাতু
(d) ধাতুৰ অক্সাইড
উত্তৰ: (b) ধাতুৰ সমসত্ব মিশ্ৰণ
43 লোৰ টাৱা মামৰে ধৰাৰ পৰা বচাবলৈ কোনটো পদ্ধতি উপযুক্ত?
(a) গ্ৰীজ
(b) ৰং
(c) জিংকৰ প্ৰলেপ
d) ওপৰৰ সকলো
উত্তৰ: (c) জিংকৰ প্ৰলেপ
44. তলৰ কোনটো ধাতুৱে উভধৰ্মী অক্সাইড গঠন কৰে?
(a) Na
(b) Ca
(c) Al
(d) Cu
উত্তৰ: (c) Al
45. কপাৰ বায়ুত ৰাখিলে সেউজীয়া প্ৰলেপ কিয় হয়?
(a) CuSO₄
(b) CuO
(c) CuCO₃
(d) Cu(NO₃)₂
উত্তৰ: (c) CuCO₃
46. ছিলভাৰ সামগ্ৰী ক’লা পৰাৰ কাৰণ কি?
(a) Ag₂O
(b) Ag₂S
(c) Ag₂N
(d) AgCl
উত্তৰ: (b) Ag₂S
47. খাদ্যৰ পাত্ৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়?
(a) টিন দামী
(b) জিংক অধিক সক্ৰিয়
(c) জিংক কম সক্ৰিয়
(d) টিনৰ গলনাংক কম
উত্তৰ: (b) জিংক অধিক সক্ৰিয়
48. যেতিয়া Al₂O₃ এ NaOH ৰ সৈতে বিক্ৰিয়া কৰে, কোনটো যৌগ গঠন হয়
(a) NaAlO₂
(b) Na₂AlO₃
(c) NaAl₂O₃
(d) NaAlO₃
উত্তৰ: (a) NaAlO₂
49. তলৰ কোনটো ধাতু সহজে ক্ষয় নহয়?
(a) লোহা
(b) জিংক
(c) তামা
(d) গোল্ড
উত্তৰ: (d) গোল্ড
50. হাইড্ৰজেন অপসাৰণ কৰিব পৰা ধাতু কোনটো?
(a) কপাৰ
(b) ৰূপ
(c) মেগনেছিয়াম
(d) গোল্ড
উত্তৰ: (c) মেগনেছিয়াম
51. তলৰ কোনটো সংকৰ ধাতুত Hg থাকে?
(a) নিষ্কলংক তীখা
(b) এলনিকো
(c) চ’লডাৰ
(d) জিংক এমালগাম
উত্তৰ: (d) জিংক এমালগাম
52. এলুমিনিয়াম ৰন্ধন সামগ্ৰী বনোৱাত ব্যৱহাৰ হয় কিয়?
(a) তাপৰ সু-পৰিবাহী
(b) নমনীয়
(c) দুয়োটা
(d) কোনোটো নহয়
উত্তৰ: (c) দুয়োটা