মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
1. আধুনিক পর্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য ?
(a) আধুনিক পর্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণুক্রমাংকৰ অধঃ ক্ৰমত সজ্জিত কৰা হৈছে।
(b) আধুনিক পর্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অধঃক্রমত সজ্জিত কৰা হৈছে
(c) পৰ্য্যাবৃত্ত তালিকাত বাওঁহাতৰ পৰা সোঁহাতলৈ সমস্থানিকবোৰ একেটা পৰ্য্যায়ত স্থান দিয়া হৈছে।
(d) পর্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণু ক্ৰমাংকৰ বৰ্দ্ধিত ক্ৰমত সজ্জিত হৈ আছে—
(i) মাত্র A
(ii) A, B আৰু C
(iii) A, B আৰু
(iv) মাত্র D
উত্তৰ : (b) আধুনিক পৰ্য্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অধঃক্রমত সজ্জিত কৰা হৈছে।
2. মৌল A, B, C, D আৰু E ত থকা ইলেকট্ৰনৰ সংখ্যা ক্রমে 9, 11, 17, 12 আৰু 14। কোনবোৰ মৌল একেটা বৰ্গৰ অন্তৰ্গত ?
(a) A আৰু B
(b) B আৰু D
(c) A আৰু C
(d) D আৰু E
উত্তৰ : (c) A আৰু C ।
3. পৰ্য্যায় 3 ত থকা মৌলৰ বাবে তলৰ কোনটো বহিতম কক্ষ?
(a) K খোল
(b) L খোল
(c) M খোল
(d) N খোল
উত্তৰ : (c) M খোল।
4. কোনো এটা মৌলৰ সমস্থানিকৰ বাবে তলৰ কোনটো বৈশিষ্ট্য হ'ব ?
(a) মৌলৰ সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰ একে হয়।
(b) মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্রমাংক একে হয়।
(c) মৌলৰ সমস্থানিকবোৰৰ একে ভৌতিক ধর্ম দেখুৱায়।
(d) মৌলৰ সমস্থানিকবোৰৰ একে বাসায়নিক ধর্ম দেখুৱায়—
(a) A, C আৰু D
(b) B, C আৰু D
(c) B আৰু C
(d) B আৰু D
উত্তৰ : (b) মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্রমাংক একে হয়
5. তলত দিয়া মৌলসমূহক অধাতবীয় চৰিত্ৰৰ বৰ্দ্ধিত ক্ৰমত সজালে সজ্জাটো হ'ব-
Li, O, C, Be আৰু F
(a) O (F ( Be ( C (Li
(b) Li ( Be ( C (O (F
(c) F ( C (O ( Be (Li
(d) F( O ( Be ( C (Li
উত্তৰ : (b) Li (Be (C (O (F
6. তলৰ কোনটো মৌলৰ ন্যূনতম সংখ্যাৰ যোজক ইলেকট্রন থাকিব?
(a) Na
(b) Al
(c) Si
(d) P
উত্তৰ : (a) Na
7. তলৰ কোনটোৰ মৌলই আম্লিক অক্সাইড গঠন কৰে-
(a) পৰমাণু ক্রমাংক 7 যুক্ত মৌলই
(b) পৰমাণু ক্রমাংক 3 যুক্ত মৌলই
(c) পৰমাণুক্রমাংক 12 যুক্ত মৌলই
(d) পৰমাণু ক্রমাংক 19 যুক্ত মৌলই
উত্তৰ : (a) পৰমাণু ক্রমাংক 7 যুক্ত মৌলই
8. পৰমাণু ক্রমাংক 17, 34, 36 আৰু 53 যুক্ত মৌলবোৰে আগুৰি থকা মৌলটোৰ পৰমাণুক্রমাংক হৈছে
(a) 18
(b) 52
(c) 37
(d) 35
উত্তৰ : (d) 35
9. পর্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধর্মী হৈ পৰে।
(b) যোজক ইলেকট্রনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰঃ (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
10. পাৰমাণবিক ব্যাসাৰ্দ্ধৰ শুদ্ধ ক্ৰমটো হৈছে—
(a) Na) Mg) Al) Si
(b) Ala) Si) Na) Mg
(c) Si) Al) Mg) Na)
(d) Si ) Al) Na ) Mg
উত্তৰ : (c) Si) Al) Mg ) Na ) তলৰ কোনটো মৌললৈ অষ্টক নীতি প্রযোজ্য
12. মৌল X যে XCI, সংকেতৰ ক্ল'ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ
কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰ: (b) Mg
13. তলৰ কোনটো ধাতুকল্প নহয় ?
(a) Ge
(b) Se
(c) Sb
(d) Si
উত্তৰ : (d) Si
14. তলৰ কোনটো মৌললৈ অষ্টক নীতি প্রযোজ্য হ'ব?
(a) অক্সিজেন
(b) কেলছিয়াম
(c) ক'বাল্ট
(d) ছ'ডিয়াম
উত্তৰ : (b) কেলছিয়াম