জীৱন প্ৰক্ৰিয়া 

1. সেউজীয়া উদ্ভিদৰ পুষ্টি

(a) স্বপোষিত (b) পৰপোষিত (c) পূর্ণগ্রাসী (d) মৃতজীৱী পোষী পুষ্টি উত্তৰ : (a) স্ব-পোষিত পুষ্টি

2. কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম

(a) গ্লুকজ
(b) ফ্ৰুক্ট'জ
(c) গেলেক্ট’জ (d) প্ৰ'টিন
উত্তৰঃ (c) গেলেক্ট’জ
3. ________এবিধ এক শৰ্কৰা (a) গ্লুক'জ (b) চুক্র’জ (c) মাল্ট’জ (d) এটাও নহয় উত্তৰ : (a) গ্লুক'জ

4. কোনবিধ বিপাক কার্য নিয়ন্ত্ৰিত কৰা পুষ্টিদ্রব্য ? (a) কার্বহাইড্রেট (b) স্নেহদ্রব্য (c) ভিটামিন

(d) প্ৰ'টিন উত্তৰ : (c) ভিটামিন

5. কোনবিধ প্রাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা ? (a) গ্লুক'জ (b) ফ্লুক্ট'জ (c) মাল্টজ (d) গেলেক্ট'জ উত্তৰ : (d) গেলেক্ট’জ

6. কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে ? (a) প্ৰ'টিন
(b) স্নেহদ্রব্যপ্ৰ'টিন
(c) কার্বহাইড্রেট
(d) এটাও নহয়
উত্তৰ : (C)কাৰ্বহাইড্রেটত
7. কোনবিধ উৎসেচক অগ্ন্যাশয় বসত পোৱা যায় ?
(a) এমাইলপ্‌চিন (b) ইপেছিন (c) পেপ্‌চিন (d) এটাও নহয় উত্তৰ : (a) এমাইলপ্‌চিন ।

8. প্ৰাণীৰ পুষ্টি (a) স্বপোষিত (b) পৰপোষিত (c) পূর্ণগ্রাসী (d) মৃতজীৱী পোষী পুষ্টি উত্তৰ : (b) পৰপোষিত

9. কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক ? (a) পেপ্‌ছিন
(b) ৰেনিন
(c) ইৰেপছিন (d) ট্রিপ্‌ ছিন উত্তৰ : (c) ইৰেপ্‌ছিন

10. এমিবাৰ পাচন
(a) বহিঃকোষীয় (b) আন্তঃকোষীয় (c) অন্তৰ্কোষীয় (d) এটাও নহয় ৷ উত্তৰ : (c) অন্তকোষীয়।

11. কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে?

(a) প্ৰ'টিন

(b) লিপিড (c) কাৰ্বহাইড্ৰেট

(d) এটাও নহয়

উত্তৰঃ (a) প্ৰ'টিন

12. কার্বহাইড্রেট এবিধ -
(a) দেহগঠনকাৰী (b) দেহসংৰক্ষক দ্রব্য (c) শক্তি উৎপাদনকাৰী (d) এটাও নহয় উত্তৰঃ(c) শক্তি উৎপাদনকাৰী

13. ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ______ টা কোঠালী থাকে।
(a) 1 টা (b) 3 টা (c) 2 টা (d) 4 টা। উত্তৰ : (d) 4 টা

14. নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ হ'ল- (a) ফাইক লিজ (b) ফাইক বিলিন (c) ফাইক মাইচিচ (d) জেহু ফিল উত্তৰ : (a) কাইক'বিলিন

15. প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্রক্রিয়া
(a) মন্থৰ (b) খৰতকীয়া (c) এটাও নহয় উত্তৰ : (b) খৰতকীয়া।

16. কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল- (a) জেন্থফিল (b) ATP (c) TPA (d) PTI

উত্তৰঃ (b) ATP

17. লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে –
(a) মিউচিন (b) এমাইলেজ (c) লাইছ জাইম। (d) টায়ালিন উত্তৰ : (d) লাইছ'জাইম।

18. তলৰ কোনবিধ উপাদানৰে উৎসেচক গঠিত হয়______ (a) প্ৰ'টিন (b) শৰ্কৰা (d) ভিটামিন। (c) চর্বী উত্তৰ : (d) লাইছ’জাইম। 19. তলৰ কোনবিধ পাচক বসত উৎসেচক নাথাকে_______ (a) লালটি (b) পিত্তৰস (c) জঠৰ ৰস (d) অগ্নাশয় ৰস। উত্তৰ : (b) পিত্তৰস।

২০. সৌৰ ৰশ্মিৰ ফট'ন কণাত নিহিত হৈ থকা শক্তি হ'ল- 

(a) কোৰ্ৱাক

(b) কোৱান্টাম 

(c) কেৰ'টিন 

(d) কোষীয় শক্তি 

উত্তৰ : (b) কোৱান্টাম

19. সালোক সংশ্লেষণ প্রক্রিয়াত O, নির্গত হয়— 

(a) আলোক বিক্রিয়া দশাত 

(b) তিমিৰ বিক্ৰিয়া দশাত 

(c) কেলভিন চক্ৰত 

(d) ওপৰৰ এটাও নহয় 

উত্তৰ : (a) আলোক বিক্ৰিয়া দশাত 

20. বৃক্ষ জাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় O, বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে (a) বাতন্ত্র (b) পত্রবন্ধ (c) ৰন্ধ্ৰবাত (d) হৰিকণা উত্তৰ : (c) বন্ধবাত ।

23. কোষীয় শ্বসন প্রক্রিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় (a) হৰিকণা (b) মাইট 'কন্ড্রিয়া (c) লাইছ 'জ'ম

(d) ৰসধানী উত্তৰ : (b) মাইট’কড়িয়া।

24. উদ্ভিদৰ শ্বসন কেৱল 

(a) দিনতহে ঘটে 

(b) ৰাতিহে ঘটে 

(c) দিন আৰু ৰাতি উভয় কালতে ঘটে 

(d) বৰষুণৰ বতৰতহে ঘটে 

উত্তৰ : (c) দিন আৰু ৰাতি উভয় কালতে ঘটে।

25. উদ্ভিদ দেহৰ পৰিবহণত কি কলা জড়িত 

(a) কেৱল জাইলেম 

(b) কেৱল ফ্ল’ৱেম 

(c) জাইলেম আৰু ফ্ল’ৱেম 

(d) এবিধো নহয় 
 
উত্তৰ : (c) জাইলেম আৰু ফ্লে’ৱেম। 

26. প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্রব্য আৰু অক্সিজেন কলাকোষবোৰক যোগান ধৰা হয়, 

সেই তন্ত্রটোৰ নাম— 

(a) পৌষ্টিক তন্ত্র 
 
(b) পৰিবহণ তন্ত্ৰ 

(c) ৰেচন তন্ত্র

(d) শ্বসন তন্ত্র 

উত্তৰ : (b) পৰিবহণ তন্ত্র। 

27. চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰপৰা তেজ ওলায় যায় ? 

(a) সোঁ অলিন্দ 

(c) বাওঁ অলিন্দ 

(b) সোঁ নিলয় 

(d) বাওঁ নিলয় 

উত্তৰ : (d) বাওঁ নিলয় । 

28. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? 

(a) সোঁ অলিন্দ 

(b) সোঁ নিলয় 

(c) বাওঁ অলিন্দ 

(d) (b) আৰু (c) দুয়োটাই 

উত্তৰ : (a) সোঁ অলিন্দ। 

29. মিট্ৰেল ভাল্ভ ক'ত থাকে ? 

(a) সোঁ আৰু বাওঁ অলিন্দৰ মাজত 

(b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত 

(c) সোঁ অলিন্দ-নিলয়ৰ মাজত 

(d) বাওঁ অলিন্দ-নিলয়ৰ মাজত 

উত্তৰ : (d) বাওঁ অলিন্দ-নিলয়ৰ মাজত। 

30. তলত দিয়া কোনটো শ্বেতকণাই এণ্টিবডি সৃষ্টি কৰে? 

(a) নিউট্রফিল

(b) বেছ'ফিল 

(c) মন টাইট

(d) লিম্ফ'চাইট 

উত্তৰ : (d) লিম্ফ 'চাইট। 

31. মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত — 

(a) 50% : 50% 

(b) 60% : 40% 

(c) 55% : 45% 

(d) 45% : 55 

উত্তৰ : (c) 55% : 45% 

32. তলত দিয়া অংগসমূহৰ কোনটো অংগই এম'নিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে— 

(a) হাওঁফাওঁ 

(b) যকৃত 

(c) অস্ত্র 

(d) প্লীহা 

উত্তৰ : (b) যকৃত । 

33. বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম— 

(a) কর্টেক্স 

(b) মেডুলা 

(c) হাইলাছ 

(d) ৰেনেল কৰপাছক'ল 

উত্তৰ : (b) মেডুলা 

34. বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল— 

(a) নেফ্রন 

(b) মেডুলা 

(c) কর্টেক্স 

(d) ব'মেনৰ সম্পুট 

উত্তৰ : (a) নেফ্রন 

35. তেজৰপৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱণ হয় ? 

(i) গ্ল'মেৰুলাছ 

(ii) ব’মেনৰ সম্পুট 

(iii) দূৰৱৰ্তী নলিকা 

(iv) হেলীৰ লুপ 

উত্তৰ : (i) গ্ল’মেৰুলাছ 

36. এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱণ হয় ? 

 (a) 180 লিটাৰ 

 (b) 2 লিটাৰ 

 (c) 1.5 লিটাৰ 

 (d) 100 লিটাৰ 

 উত্তৰ : (i) 180 লিটাৰ 

37. মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিম'গ্লবিন ভাঙি বিলিৰুবিন আৰু 

বিলিভাডিন গঠন হয় ? 

 (a) অস্ত্র 

 (b) হাওঁফাওঁ 

 (d) প্লীহা - 

 (c) যকৃত 

 উত্তৰ : (c) যকৃত। 

38. মানুহৰ বৃক্ক দুটা কোনটো অংশ 

(a) পৰিপুষ্টি 

(b) শ্বসন 

(c) ৰেচন 

(d) পৰিবহন 

উত্তৰ : (c) ৰেচন 

39. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল- 

(a) পানীৰ পৰিবহন 

(b) খাদ্যৰ পৰিবহন 

(c) এমিন' এছিডৰ পৰিবহন 

(d) অক্সিজেনৰ পৰিবহন 

উত্তৰ : (a) পানীৰ পৰিবহন 

40. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়— 

(a) কার্বন ডাই অক্সাইড আৰু পানী 

(b) পত্ৰহৰিৎ 

(c) সূৰ্যৰ পোহৰ 

(d) ওপৰৰ আটাইকেইটা । 

উত্তৰ : (d) ওপৰৰ আটাইকেইটা 

41. পাইকভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো

 সম্পাদিত হয়____ 

(a) চাইট'প্লাজমত 

(b) মাইট 'কড়িয়াত 

(c) ক্ল'ৰপ্লাষ্টত 

(d) কোষকেন্দ্ৰত 

উত্তৰ : (b) মাইট’কন্ড্রিয়াত 

42. পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে 

(a) ইচ'ফেগাচ 
 
(b) পাকস্থলী 
 
(c) বৃহদান্ত 

(d) ক্ষুদ্রাস্ত্র। 

উত্তৰ : (d) ক্ষুদ্রান্ত

43. পাচন নলীৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পালে ঘটে- 
 
(a) মুখ গহ্বৰ 
 
(b) বৃহদান্ত্র 

(c) ক্ষুদ্রান্ত্র 

(d) পাকস্থলী। 

উত্তৰ : (c) ক্ষুদ্রাস্ত্র 

44. সবাত শ্বসনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ____ 

(a) গ্লুক'জ চাইট'প্লাজম পাইভেট + শক্তি মাইট'কন্দ্ৰিয়া CO,+H2O + শক্তি 

(b) গ্লুক'জ চাইট'প্লাজম পাই ৰুভেট + শক্তি মাইট’কন্দ্ৰিয়া CO,+HO 

(c) গ্লুক'জ চাইট'প্লাজম পাইভেট মাইট'কন্দ্রিয়া CO,+H,O + শক্তি 

(d) গ্লুক'জ মাইট’কন্দ্ৰিয়া পাইৰুভেট চাইট’প্লাজম CO,+H2O + শক্তি 

উত্তৰ : (a) গ্লুক'জ চাইট'প্লাজম পাইকভেট + মাইট’কন্দ্ৰিয়া CO3+H2O + শক্তি

45. তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্র পথ—  

(a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্রজনন নলী 

(b) বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নলী → মূত্রথলী -> 

(c) বৃক্ক → মূত্রথলী → মূত্রজনন নলী → মূত্রবাহী নলী 

(d) মূত্রথলী → বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নালী 

উত্তৰ : (a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্ৰজনন 

46. পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক- বুলি জনা যায়— 

(a) চাবচিডিয়েৰী কোষ 

(b) অধিচ্ছদীয় কোষ 

(c) ৰক্ষী কোষ 

(d) ট্রাইক’ম 

উত্তৰ : (c) ৰক্ষী কোষ 

47. সালোক সংশ্লেষণৰ কোনটো ক্ৰমত অক্সিজেন গেছৰ উৎপত্তি হয়
 
(a) ক্রেব চক্র

(b) তিমিৰ বিক্ৰিয়া  

(c) আলোক বিক্রিয়া 

(d) কেলভিন চক্র। 

উত্তৰ : (c) আলোক বিক্রিয়া।

48. যদি এজোপা সেউজীয়া উদ্ভিদক আন্ধাৰত ৰখা হয়, কি ঘটিব ?

(a) সালোক সংশ্লেষণ বন্ধ হ'ব। 

(b) সালোক সংশ্লেষণ বৃদ্ধি হ'ব। 

(c) সালোক সংশ্লেষণ চলি থাকিব 

(d) সালোক সংশ্লেষণ মন্থৰ হ'ব। 

উত্তৰ : (a) সালোক সংশ্লেষণ বন্ধ হ'ব। 

49. ক্রেব চক্র সংঘটিত হয়— 

(a) ৰাইব’জ’ম 

(b) কোষ প্রৰস

(c) ক্লৰ'প্লাষ্ট 

(d) মাইট'কন্দ্রিয়। 

উত্তৰ : d) মাইট'কন্দ্ৰিয়া। 

50. মাইট'কন্দ্রিয়াক____ বুলি কোৱা হয়— 

(a) শ্বাস মিটাৰ 

(b) পট'মিটাৰ 

(c) মেন'মিটাৰ  

(d) কোষৰ শক্তিৰ ভঁৰাল 

উত্তৰ : (d) কোষৰ শক্তিৰ ভঁৰাল। 

51. শ্বসনত CO, গেছ শৰীৰৰ বাহিৰত ওলায় বুলি প্ৰমাণ কৰাৰ বাবে এজন ছাত্ৰই তলৰ 

কোনবিধক ব্যৱহাৰ কৰিব— 

(a) এলকহল 

(b) আয়’ডিন দ্ৰৱ 

(c) KOH দ্ৰৱ 

(d) চূণ পানী। 

উত্তৰ : (d) চূণ পানী। 

52.তলৰ কোনটোত চাৰিটা কোঠালীযুক্ত হৃদপিণ্ড পোৱা যায় ? 

(a) উভচৰ 

(b) সৰীসৃপ 

(c) চৰাই আৰু স্তন্যপায়ী প্রাণী 

(d) মৎস্য 

উত্তৰ : (c) চৰাই আৰু স্তন্যপায়ী প্ৰাণী 

53. বৃক্কই কাৰ্য কৰিবলৈ অক্ষম হ'লে, তাৰ পৰিবৰ্তে ব্যৱহাৰ কৰা পদ্ধতিক- বোলে। 

(a) ডায়ালাইছি 

(b) হৃদচক্র 

(c) ইলেক্টকার্ডিঅ'গ্ৰাফ 

(d) আসৃতি নিয়ন্ত্রণ  

উত্তৰ : (a) ডায়ালাইছি

54. মানুহৰ বৃক্কত উৎপাদিত মূত্ৰ গ্ল'মেৰুলাছত অস্থায়ীভাৱে সঞ্চিত হয়

(a) মূত্ৰজনন নলী

(b) গ্ল'মেৰুলাছ

(c) মূত্ৰবাহী নলী

(d) মূত্ৰথলী

উত্তৰঃ (d) মূত্ৰথলী

55. নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক ______ বোলে ।

(a) বৌমেন কেপচুল

(b) গ্ল'মেৰুলাছ

(c) পিৰামিড

(d) নেফ্ৰ'ষ্টম

উত্তৰঃ (a) বৌমেন কেপচুল


56. দেহৰ জৈৱ ৰাসায়নিক গঠন তৈয়াৰ কৰা প্ৰক্ৰিয়াটোৰ নাম লিখা

ক)  পৰিপুষ্টি

খ) সালোক সংলেষন

গ) শ্বসন 

ঘ) ৰেচন ক্ৰিয়া 

উত্তৰঃ ক)  পৰিপুষ্টি

57. অনুসমূহৰ গতিবিধিৰ প্ৰয়োজন হয় 

ক) পৰিপুষ্টিৰ বাবে 

খ) শাসনৰ বাবে 

গ) সাকাৰ মোৰামতি আৰু ৰক্ষাৰ বাবে 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ গ) সাকাৰ মোৰামতি আৰু ৰক্ষাৰ বাবে

58. কোন ধৰণৰ খাদ্যভাজে দেহৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান অধিক  
      মাএাত যোগান ধৰে 
ক) উপযুক্ত

খ) সুসম 

গ) সঠিক 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) সুসম 

59. কোনটো উপাদানে আমাক বিভিন্ন কামকাজ কৰিবলৈ শক্তি প্ৰদান কৰে 

ক) শৰ্কৰা 

খ) চবি 

গ) প্ৰ' টিন 

ঘ) খনিজ 

উত্তৰঃ ক) শৰ্কৰা 

60. বিশ্ৰামৰত হজপিওত ধমনীৰ  ন্যূন্যতম চাপক  কোৱা হয় 

ক)  চিষ্টলিক চাপ 

খ)  ডায়ষ্ট লিক চাপ

গ) a আৰু b উভয়ে
 
ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ)  ডায়ষ্ট লিক চাপ

61. সালোক সংলেষন প্ৰক্ৰিয়াৰ সময়ত সেউজীয়া উদ্ভিদত হোৱা শৰ্কৰাবিধৰ নাম কি 

ক)  শ্বেতসাৰ 

খ) গ্লুকজ 

গ) ষুক্টজ 

ঘ) চুক্ৰজে 

উত্তৰঃ ক)  শ্বেতসাৰ 

62. উদ্ভিদ কোমত সালোক সংলেষণৰ স্থান হল 

ক)  মাইট কণ্ডিয়া

খ)  কোষকেন্দ্ৰ 

গ) হৰিৎকণা 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ গ) হৰিৎকণা 

63. স্বপোষী  ৰ অৰ্থ  কি?

ক)  স্ব-সময়

খ) স্ব- নিজময়

গ) স্ব-ভক্ষন

ঘ)  স্ব- প্ৰস্তুত

উত্তৰঃ গ) স্ব-ভক্ষন

64. তলত উল্লেখ কৰা কোন বিধ সালোক সংস্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী নহয় ?
ক) অক্সিজেন

খ) কাৰ্বন-ডাই-অক্সাইড

গ) পানী

ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) অক্সিজেন

65. কোনধৰণৰ জীৱ প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে উদ্ভিদৰ এপৰত নিৰ্ভৰশীল?

ক) স্বপোষী জীৱ

খ) a আৰু b উভয়

গ) পৰপোষী জীৱ

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) পৰপোষী জীৱ।

66. তলত উল্লেখ কৰা কোনটোৱে সামাৰ  পৰিস্থিতি তন্ত্ৰত বিয়োজক হিচাপে কাম কৰে?

ক) মূতজীৱী - পোষী জীৱ 

খ) স্বপোষী 

গ) পৰজীৱী

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ক) মূতজীৱী - পোষী জীৱ 

67. কেনে ধৰণৰ জীৱই কেৱল উদ্ভিদ ডক্ষণ কৰে 

ক) উৎপাদক 

খ) মাংসভোজী 

গ) তূণভোজী 

ঘ) ৰ্সবভোজী 

উত্তৰঃ গ) তূণভোজী 

68. পোষক উদ্ভিদ পৰা পুষ্টি আহৰণ কৰা পৰজীৱী উদ্ভিদৰ শিপাসমূহৰ নাম লিখা 

ক) ট্ৰেণ্ড্ৰিল

খ) অঙ্কুৰ

গ) হাষ্ট'ৰিয়া

ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ গ) হাষ্ট'ৰিয়া়

69. সালোক সংলেষণ প্ৰক্ৰিয়াৰ বাবে উত্তৰদায়ী উদ্ভিদত থকা সেউজীয়া ৰঞ্জক পদাৰ্থবিধৰ নাম লিখা 

ক) কোষৰ প্ৰাচীৰ 

খ) কোষকেন্দ্ৰ 

গ) প্লাজমা

ঘ) ক্ল'ৰফিল

উত্তৰঃ ঘ) ক্ল'ৰফিল

70. জীৱৰ কোন দলে মাটিত পুষ্টিৰ চক্ৰ চলোৱা সহায় কৰে 

ক) স্বপোষী 

খ) মাংসভোজী 

গ) মূতপোষী 

ঘ) পৰজীৱী 

উত্তৰঃ গ) মূতপোষী 

71. কোনটো খাদ্যপ্ৰাণ পানীত দ্ৰৱণীয় 

ক) খাদ্যপ্ৰাণ 

খ)  খাদ্যপ্ৰাণ 

গ) খাদ্যপ্ৰাণ 

ঘ)  খাদ্যপ্ৰাণ 

উত্তৰঃ খ)  খাদ্যপ্ৰাণ 

72.মাটিত কোনটো উপাদানৰ অভাৱত পতঙ্গভোজী উদ্ভিদে নিগনি কূন্তক জীৱ আদিৰ পৰা খাদ্য গ্ৰহণ কৰে

ক) N 

খ) C 

গ) O 

ঘ) K 

উত্তৰঃ ক) N 

73. ATP ৰ সম্পূৰ্ণ ৰূপটো কি 

ক) এডেন চাইন টেট্ৰা ফছফেট 

খ) এডেনচাইন ট্ৰাইফছফেট 

গ) এমিন চাইন টেট্ৰা ফছফেট 

ঘ) এডেন চইন ট্ৰাইফছফেট 

উত্তৰঃ ঘ) এডেন চইন ট্ৰাইফছফেট 

74. ছালেৰে অস্কিজেন শুহি লোৱা জীৱটোৰ নাম লিখা 

ক) হাতী 

খ) কেঁচু 

গ) মেকুৰি 

ঘ) নিগনি

উত্তৰঃ খ) কেঁচু 

75. তলত উল্লেখ কৰা কোনটো বায়বীয় আৰু অবায়বীয় জীৱৰ উভয়ৰ বাবে প্ৰাৰম্ভিক পদক্ষেণ 

ক) গ্লুকজ  বিভংগন 

খ) গ্লুকজ গঠন 

গ) পাইৰুভেট বিভংগন 

ঘ) পাইৰুভেট গঠন 

উত্তৰঃ ক) গ্লুকজ  বিভংগন 

76. উদ্ভিদৰ পাতৰ পৰা আন অংশসমূহলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোৰ নাম লিখা 

ক) বাস্পমোচন 

খ) পৰিবহণ 

গ) স্থানান্তৰণ বা খাদ্য সংক্ৰমণ 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ গ) স্থানান্তৰণ বা খাদ্য সংক্ৰমণ 

77. তলত উল্লেখ কৰা কোনটো মানুহৰ সংবহনতন্তৰ অঙ্গ নহয়  

ক) হৃদপিণ্ড 

খ) সিৰা 

গ) ৰক্তজালিকা 

ঘ) প্লাজমা 

78. সংবাহী ব্যৱস্থাটোৰ সেই অঙ্গটোৈৰ নাম কি যিটোৱে হৃদপিণ্ডৰ পৰা বেজ দেহৰ আন অংশলৈ বহন কৰে।

ক) সিৰা

খ) ধমনী

গ) ৰক্তজালিকা 

ঘ) হৃদপিণ্ড

উত্তৰঃ খ) ধমনী

79. অস্কিজেন ৰহিত বেজে কি বহন কৰে 

ক) অস্কিজেন 

খ) কাৰ্বনডাইঅস্কাইড 

গ) আৰু উভয়ে 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) কাৰ্বনডাইঅস্কাইড 

80. যি চাপত দেহৰ চাৰিওকাষত হৃদপিণ্ডৰ মাধ্যমেৰে তেজ সঞ্চালিত হয় তাক কোৱা হয় 

ক) ৰক্ত উত্তোলক 

খ) ছিষ্টলিক ৰক্ত

গ) ডায়াষ্টলিক ৰক্ত 

ঘ) ৰক্তচাপ

উত্তৰঃ ঘ) ৰক্তচাপ

81. তলত উল্লেখ কৰা কোনটো উদ্ভিদেৰ উৎপন্ন কৰ প্ৰধান বৰ্জ্য পদাৰ্থ নহয়?

ক) অস্কিজেন 

খ) কাৰ্বনডাইঅস্কাইড 

গ) জলীয় বাস্প

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ঘ) ওপৰৰ এটাও নহয় 

82. জীৱ দেহৰ পৰা ৰিষাক্ত ৰ্বজ্য পদাৰ্থ আঁতৰোৱাৰ প্ৰক্ৰিয়াটোৰ নাম লিখা 

ক) শ্বসন 

খ) দহন 

গ) ৰেচন 

ঘ) অস্কিজেনযুক্ত কৰণ 

উত্তৰঃ গ) ৰেচন 

83. মানুহৰ ৰেচন প্ৰক্ৰিয়াৰ প্ৰধান অঙ্গ/.অঙ্গসমূহ কি 

ক) বূক্ক

খ) মূতনলী 

গ) মূএাশয় আৰু মূএ নিস্কাশন নলী 

ঘ) আটাইবোৰ 

উত্তৰঃ ঘ) আটাইবোৰ 

84. প্ৰতিটো বূক্কই নামৰ বূহৎ সংখ্যাক ৰেচন অংগীয় এককেৰে গঠিত 

ক) মূএ নিস্কাশন নলী 

খ) মূতনলী 

গ) নেফ্ৰন 

ঘ) ব্ৰমেন কেপচুল 

উত্তৰঃ গ) নেফ্ৰন 

85. তেজৰ পৰা বৰ্জনীয় উপাদান আঁতৰাই তেজ পৰিস্কাৰ কৰা প্ৰণালীটোৰ নাম লিখা 

ক) ডাইলেছিছ 

খ) বূক্ক প্ৰতিস্থাপন 

গ) মূএ অপসাৰণ 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ ক) ডাইলেছিছ 

86. মকূত থকা অব্যৱহৃত প্ৰটিনৰ নিস্কাশনৰ ফলত বৰ্জ্য হিচাপে উৎপন্ন হয় 

ক) কাৰ্বনডাইঅস্কাইড 

খ) ইউৰিয়া 

গ) প্ৰএিমনিয়াম 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) ইউৰিয়া 

87. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়

ক) কাৰ্বন ডাই অস্কাইড আৰু পানী 

খ) পএহৰি

গ) সূৰ্যৰ পোহৰ 

ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰঃ ঘ) ওপৰৰ আটাইকেইটা 

88. এবিধ পৰজীৱী হল 

ক) ওকনি 

খ) মানুহ 

গ) হাতী 

ঘ) বান্দৰ 

উত্তৰঃ ঘ) বান্দৰ 

89. মানুহৰ খাদ্য প্ৰথম পঢ়িত হয় 

ক) বূক্কত

খ) পাৰস্থলীত 

গ) মুখগহ্বৰত 

ঘ) হাওঁফাওঁত 

উত্তৰঃ গ) মুখগহ্বৰত 

90. তূণভোজী প্ৰাণী ক্ষুদ্ৰান্তটো 

ক) চুটি 

খ) বহল 

গ) ঠেক 

ঘ) দীঘল 

উত্তৰঃ ঘ) দীঘল 

91. মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ বিধনৰ নাম 

ক) হিম গ্লবিন 

খ) পএৰন্ধ 

গ) পএহৰি

ঘ) এটাও নহয় 

উত্তৰঃ ক) হিম গ্লবিন 

92. জাইলেমে কঢ়িয়ায় 

ক) মাটি 

খ) খাদ্য 

গ) পানী 

ঘ) এটাও নহয় 

উত্তৰঃ গ) পানী 

93. লসিৰা এবিধ পদাৰ্থ 

ক) তৰল 

খ) গোটা 

গ) কঠিন 

ঘ) গেছীয় পদাৰ্থ 

উত্তৰঃ ক) তৰল 

94. লসিকাবোৰ পদাৰ্থ 

ক) বৰণযুক্ত

খ) বৰণহীন 

গ) গোটা 

ঘ) তৰল 

উত্তৰঃ খ) বৰণহীন 

95. প্ৰতিটো বূক্কতে নেফ্ৰন থাকে 

ক) অসংখ্যা 

খ) ১ টা 

গ) ২টা

ঘ) ৫টা 

উত্তৰঃ ক) অসংখ্যা 

96. মূএ কত জমা হয় 

ক) মূএনলীৰ 

খ) মূএথলীত 

গ) বূক্কত 

ঘ) হৃদযন্তত 

উত্তৰঃ ক) মূএনলীৰ 

97. মানুহৰ বূক্কটো কোনটো তন্তৰ অংশ 

ক) পৰিপুষ্টি 

খ) শ্বসন 

গ) ৰেচন 

ঘ) পৰিবহন 

উত্তৰঃ গ) ৰেচন 

98. সমতল দাপোনত পোহৰ যেতিয়া আপতিত হয় তেতিয়া যি প্ৰতিবিম্ব গঠিত হয় সেয়া হল 

ক) স

খ) অ

গ) সমান 

ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) অ

99. লেখৰ ক্ষমতা 20 D হ লে উত্তল লেসৰ ফকাছ দৈৰ্ঘ্য কিমান হব 

ক) 10 চেমি 

খ)  20 চেমি 

গ)  50 চেমি 

ঘ)   40 চেমি 

উত্তৰঃ গ)  50 চেমি 

100. সমতল দাপোনৰ দ্বাৰা উৎপন্ন বিবেৰ্ধন হল 

ক) শূণ্য 

খ) 1-ৰ সমান 

গ) 1-তকৈ কম 

ঘ) 1-তকৈ অধিক 

উত্তৰঃ খ) 1-ৰ সমান 

101. 50 CM ভাঁজ ব্যাসাদ্ধ থকা গোলাকাৰ দাপোনৰ  ফকাছ দৈৰ্ঘ্য কিমান 

ক)  10 CM 

খ)   20 CM 

গ)   25 CM 

ঘ)    30  CM 

উত্তৰঃ গ)   25 CM 

102. এখন দাপোনৰ ফকাছ  দৈৰ্ঘ্য 12 CM হলে ভাঁজ ব্যাসাদ্ধ হ ব 

ক)  15 CM 

 খ)    20  CM 

 গ)   25  CM 

  ঘ)  24   CM 

  উত্তৰঃ   ঘ)  24   CM