নিয়ন্ত্ৰণ আৰু সমন্বয় 

1. নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণীদেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? (a) স্নায়ুতন্ত্র (b) ৰক্ত সঞ্চালন তন্ত্র (c) শ্বাসতন্ত্র

(d) প্রজনন তন্ত্র

উত্তৰ : (a) স্নায়ুতন্ত্র।

2. হৰম'ন এবিধ— (a) ৰাসায়নিক বাহক

(b) উৎসেচক (c) উপজাত দ্রব্য (d) নাইট্ৰ'জেন জাতীয় পদার্থ উত্তৰ : (a) ৰাসায়নিক বাহক। 3. দেহত থকা অন্তঃস্রাবী গ্রন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে— (a) হৰম'ন (b) উৎসেচক (c) প্লাজমা (d) ভিটামিন উত্তৰ : (a) হৰম'ন। 4. তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয়— (a) এড্রিনেল গ্রন্থি (b) থাইৰইড গ্ৰন্থি (c) প্রষ্টেট গ্রন্থি (d) অগ্ন্যাশয় গ্রন্থি উত্তৰ : (c) প্রষ্টেট গ্রন্থি। 5. তলত দিয়া অন্তঃস্রাৱী গ্রন্থিবোৰৰ কোনটো শৰীৰত গ্লুক 'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত ? (a) পিটুইটাৰী (b) থাইৰয়ড (c) অগ্ন্যাশয় (d) শুক্রাশয় উত্তৰ : (c) অগ্ন্যাশয় ।

6. গলগণ্ড ৰোগ কোনবিধ হৰম'নৰ অভাৱত হয় ? (a) বৃদ্ধি হৰম'ন (b) থাইৰয়ড উদ্দীপক হৰম'ন (c) থাইৰক্সিন (d) ইনছুলিন উত্তৰ : (c) থাইৰক্সিন । 7. তলত দিয়াবোৰৰ কোনটো মিশ্র গ্রন্থি বোলে? (a) পিটুইটাৰী (b) থাইৰয়ড (c) অগ্ন্যাশয (d) এড্রিনেল উত্তৰ : (c) অগ্ন্যাশয়। 8. উদ্ভিদৰ কোষ বিভাজন প্রক্রিয়াত কোনবিধ হম'নে সহায় কৰে ? (a) জিবাৰেলিন (b) ছাইট লিন (c) ছাইট কাইনিন

উত্তৰ : (c) ছাইট’কাইনিন (d) এটাও নহয়। 9. কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নোযায় ? (a) অক্সিন (b) জিবাৰেলিন (c) 2.4.D (d) ইথিলিন উত্তৰ : (c) 2.4. D 10. কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে?

(a) এবছিছিক এছিড

(b) ছাইট'কাইনিন (c) অক্সিন (d) কেলাইন উত্তৰ : (a) এবছিছিক এছিড 11. কোনবিধ সঞ্জীৱনী পদার্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংগলৈ পৰিবাহিত হয়? (a) ছাইট 'কাইনিন (b) অক্সিন (c) জিবাৰেলিন (d) এবছিছিক এচিদ উত্তৰ : (a) ছাইট'কাইনিন ।

12. বৈদ্যুতিক প্ৰেৰণা প্রবাহৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ ?
(a) ডেনড্রাইট______কোষদেহ _____ এক্সন_____এক্সন______প্রান্ত।
(b) ডেনড্রাইট________এক্সন______এক্সন প্রান্ত______কোষদেহ । (c) কোষদেহ _______ ডেনড্রাইট ________ এক্সন _______ প্রান্ত। (d) এক্সন প্রান্ত _______ এক্সন _______ কোষদেহ ________ ডেনড্রাইট । উত্তৰ : (a) ডেনড্রাইট _______ কোষদেহ ________ এক্সন _______ এক্সন প্রান্ত। 13. তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে ? (a) পনচ্ (b) চেৰিবেলাম (c) মেডুলা (d) চেৰিব্ৰাম উত্তৰ : (b) চেৰিবেলাম। 14. স্নায়ুৰজ্জু তলৰ কোনটোৰ পৰা উৎপত্তি হয় ? (a) মেডুলা

(b) চেৰিব্ৰাম (c) চেৰিবেলাম

(d) পনচ্
উত্তৰ : (a) মেডুলা । 15. পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডৰ চলনক ________বোলে। (a) ভূকেন্দ্রাবেগী (b) কিম'ট্রপিজম (c) পোহৰানুবেগী (d) জলানুবেগী উত্তৰ : (c) পোহৰানুবেগী।

16. তলৰ কোনটো হৰম'ন সংশ্লেষণৰ বাবে আয় ডিনৰ আৱশ্যক হয় ? (a) ইনচুলিন
(b) অক্সিন (c) এড্রিনেলিন
(d) থাইৰ 'ক্সিন
উত্তৰ : (d) থাইৰ'ক্সিন ।

17. তলৰ কোনটোৰ পৰিবৰ্তনৰ বাবে ৰক্ষীকোষৰ আকৃতিৰ পৰিবৰ্তন ঘটে ? (a) কোষত উষ্ণতাৰ পৰিবৰ্তন ঘটিলে (b) ৰক্ষীকোষত পানীৰ পৰিবৰ্তনৰ বাবে (c) কোষত প্ৰ'টিন সংযুক্তিৰ পৰিবৰ্তনৰ বাবে

(d) কোষত কোষকেন্দ্ৰৰ অৱস্থানৰ পৰিবৰ্তনৰ বাবে উত্তৰ : (b) ৰক্ষীকোষত পানীৰ পৰিবৰ্তনৰ বাবে।

18. ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি হোৱাতো ? (a) কিম'ট্রপিজম (b) পোহৰানুবেগী (c) জলানুবেগী

(d) ভূ-কেন্দ্রাবেগী

উত্তৰ : (a) কিম'ট্ৰপিজম। 19. তলৰ কোনটোৰ বাবে বাউনা (Dwarfism) হ'ব পাৰে— (a) বৃদ্ধি হৰম'নৰ অতি বেছি নিঃসৰণৰ বাবে (b) বৃদ্ধি হৰম'নৰ অতি কম নিঃসৰণৰ বাবে। (c) থাইৰ'ক্সিন হৰম'নৰ কম নিঃসৰণৰ বাবে (d) এড্রিনেলিন হৰমনৰ বেছি নিঃসৰণৰ বাবে । উত্তৰ : (b) বৃদ্ধি হৰম'নৰ অতি কম নিঃসৰণৰ বাবে

20. দুটা নিউৰণৰ সংযোগ স্থানক বোলে। (a) নিউৰ' মাছকুলাৰ জংচন (b) চাইনেপচ্ (c) কোষ জংচন (d) এটাও নহয় উত্তৰ : (b) চাইনেপচ্ । 21. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ? (a) ইনচুলিন (b) থাইৰ 'ক্সিন (c) অ'ৱেষ্ট্ৰজেন (d) চাইট'কাইনিন উত্তৰ : (d) চাইট’কাইনিন 22. দুটা নিউৰনৰ খালী ঠাইক কি বুলি কয়— (a) ডেনড্রাইট (b) চাইনেপচ্ (c) এক্সন (d) প্ৰেৰণা উত্তৰ : (b) চাইনেপচ্ 23. মগজুৱে কি কাম কৰে -----

(a) ভাৱ আৰু চিন্তা কৰা

(b) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা