মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

1. এজন মানুহে – 2 ডায়’প্তাৰ ক্ষমতাৰ এখন সংশোধনী লেন্‌ছ ব্যৱহাৰ কৰে। তেওঁ চকুৰ কি ৰোগত ভূগি আছে? 

(a) নিকট দৃষ্টিগ্রস্ততা 

(b) দূৰদৃষ্টিগ্ৰস্ততা 

(c) জৰাদৃষ্টি 

(d) এইবোৰৰ এটাও নহয় ৷ 

উত্তৰ : (a) নিকট দৃষ্টিগ্রস্ততা। 

2. এজন মানুহে ওচৰৰ বস্তু স্পষ্টভাৱে দেখা নাপায় ৷ তেওঁ চকুৰ কি ৰোগত ভূগি আছে— 

(a) নিকট দৃষ্টিগ্রস্ততা 

(b) দূৰ দৃষ্টিগ্ৰস্ততা 

(c) জৰাদৃষ্টি 

(d) এইবোৰৰ এটাও নহয় । 

উত্তৰ ঃ (b) দূৰদৃষ্টিগ্ৰস্ততা 

3. স্বাভাৱিক চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হ'ল— 

(a) 25 ছে. মি. 

(b) 25 _ছে. মি.তকৈ বেছি 

(c) 25 ছে. মি.তকৈ কম 

(d) 20 ছে. মি. 

উত্তৰ : (a) 25 ছে. মি. । 

4. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ— 

(a) সূৰ্যৰ পোহৰৰ বিক্ষেপণ 

(b) পোহৰৰ বিচ্ছুৰণ 

(c) সূৰ্যৰ পোহৰৰ প্ৰতিসৰণ 

(d) সূৰ্যৰ পোহৰৰ প্ৰতিফলন। 

উত্তৰ : (a) সূৰ্যৰ পোহৰৰ বিক্ষেপণ। 3.

5. চন্দ্ৰৰ পৰা আকাশৰ ৰং কেনেকুৱা দেখি? 

(a) নীলা

(b) ৰঙা  

(c) বেঙুনীয়া
  
(d) ক'লা । 

উত্তৰ : (d) ক’লা। 6. এখন প্রিজমৰ মাজেদি পাৰ হওঁতে পোহৰ ৰশ্মিৰ কেইবাৰ প্ৰতিসৰণ ঘটে ? (a) এবাৰ (b) দুবাৰ (c) তিনিবাৰ (d) ওপৰৰ এটাও নহয় ৷ উত্তৰ : (b) দুবাৰ ৷ 7.অগ্রিম সূর্যোদয় (advanced sunrise) আৰু আৰু পলম সূর্যাস্ত (delayed sunset) পৰিঘটনা দুটা কিহৰ

ভিত্তিত ব্যাখ্যা কৰিব পাৰি? (a) পোহৰৰ বিচ্ছুৰণ (b) পোহৰৰ বিক্ষেপণ (c) টিণ্ডেল পৰিঘটনা (Tyndall effect) (d) বায়ুমণ্ডলীয় পৰিঘটনা উত্তৰ : (d) বায়ুমণ্ডলীয় পৰিঘটনা। 8. দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ তলৰ ৰঙটো কি? (a) ৰঙা (b) সেউজীয়া (d) হালধীয়া। (c) বেঙুনীয়া উত্তৰ : (c) বেঙুনীয়া ৷ 9. স্বাভাৱিক চকুৰ বা দূৰ বিন্দুৰ দূৰত্ব — (a) 25 ছে. মি

(b) 1 ছে. মি 

(c) 1 fa 

(d) অসীম। 

উত্তৰ : (d) অসীম।

10. নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনীৰ বাবে কি প্ৰকৃতিৰ লেন্‌ছৰ প্ৰয়োজন?

(b) অবতল লেন্‌ছ 

(a) উত্তল লেন্‌ছ 

(c) চুঙাকৃতিৰ লেন্‌ছ 

(d) দ্বিফ’কাছযুক্ত (Bifocal) লেন্‌ছ। 

 উত্তৰ : (b) অবতল লেন্‌ছ। 

 11. দূৰ দৃষ্টিগ্ৰস্ততা ৰোগ সংশোধনৰ বাবে কি প্ৰকৃতিৰ লেন্‌ছ ব্যৱহাৰ কৰা হয় ? 

(a) উত্তল লেন্‌ছ 

(b) অবতল লেন্‌ছ 

(c) চুঙাকৃতিৰ লেন্‌ছ 

(d) ওপৰৰ এটাও নহয় । 

উত্তৰ : (a) উত্তল লেন্‌ছ 

12. কোনে প্রথমে সূৰ্যৰ পোহৰৰ অধ্যয়ন কৰিবলৈ প্রিজম ব্যৱহাৰ কৰিছিল ? 

(a) নিউটন 

(b) কোৱান্টাম 

(c) আইনষ্টাইন 

(d) ওপৰৰ এটাও নহয় । 

উত্তৰ : (a) নিউটন। 

13. এজন মানুহে দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় । তেওঁ চকুৰ কি ৰোগত ভূগি আছে—
(a) নিকট দৃষ্টিগ্রস্ততা (b) দূৰ দৃষ্টিগ্ৰস্ততা (c) জৰাদৃষ্টি (d) ওপৰৰ এটাও নহয় । উত্তৰ : (a) নিকট দৃষ্টিগ্রস্ততা। 14. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ'কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল------ (a) প্ৰেছবায়'পিয়া

(b) উপযোজন ক্ষমতা (c) নিকট দৃষ্টিগ্রস্ততা (d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰ : (b) উপযোজন ক্ষমতা। 

15. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান 

(a) কর্ণিয়া (Cornea) 

(b) চকুৰ পতা (Iris) 

(c) চকুৰ মণি (Pupil) 

(d)অক্ষিপট (Retina) 

উত্তৰ : (d) আক্ষিপট (Retina) 

16. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব 

(a) 25 মি 

(b) 2.5 ছেমি 

(c) 25 ছেমি 

(d) 2.5 fa 

উত্তৰ : (c) 25 ছে.মি. 

17. চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ? 

(a) চকুৰ মণি 

(b) অক্ষিপট 

(c) চিলিয়াৰী 

(d) চকুৰ পতা 

উত্তৰ : (c) চিলিয়াৰী