প্রতি,
প্রধান শিক্ষক/শিক্ষয়ত্রী,মহোদয়/মহাহোয়া,
মই কলিকতা অফিচলৈ স্থানান্তৰিত হোৱাৰ কাৰণে মই মোৰ পৰিয়াল তালৈ লৈ যাব বিচাৰিছো। মোৰ পুত্র/পুত্ৰী শ্রীমান/কুমাৰী ______ আপোনাৰ স্কুলৰ______ শ্ৰেণীৰ ______ শাখাৰ ছাত্র/ছাত্রী।
আশা কৰো এই অপৰিহাৰ্য পৰিস্থিতিত মোৰ অসুবিধাৰ কথা আপুনি বুজিব পাৰিছে আৰু অনুগ্ৰহ কৰি তেওঁৰ স্কুল ত্যাগৰ চাৰ্টিফিকেটৰ লগতে এখন চৰিত্ৰৰ চাৰ্টিফিকেটো দিব।
ধন্যবাদ।
আবেদনকাৰীৰ ঠিকনা
আপোনাৰ বিশ্বাসী
তাৰিখ –