দ্বিতীয় অধ্য়ায় 

অসমৰ জনদৃশ্য়পট

১) ২০১১ চনৰ লোকপিয়লৰ তথ্য় অনুপসৰি অসমৰ জনসংখ্য়াকিমান ?

উত্তৰঃ ৩,১২,০৫,৫৭৬ গৰাকী ।

২) ১৮৭২ চনত ব্ৰিটিছ শাসন কালত হোৱা অসমৰ সৰ্ব্বপ্ৰথম লোকগণনা অনুসৰি জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২২ লাখ । 

৩) ২০১৯ চনৰ মাৰ্চ মাহৰ প্ৰাক-কলন অনুসৰি বৰ্তমান অসমৰ জনসংখ্য়া কিমান ?

উত্তৰঃ ৩.৫০ কোটি । 

৪) সমগ্ৰ অসমৰ কিমানখন জিলাতেই জনসংখ্য়াৰ বিতৰন আৰু ঘনত্বৰ পাৰ্থক্য় বিৰাজমান ?

উত্তৰঃ ৩৩ খন ।

৫) অসমৰ বৰ্তমান জনসংখ্য়াৰ ঘনত্ব প্ৰতিবৰ্গ কিলোমিটাৰত কিমান জন ?

উত্তৰঃ ৩৯৭ জন । 

৬) ২০১১ চনৰ লোকপিয়লৰ তথ্য় অনুসৰি অসমত ইছলামধৰ্মী লোকৰ সংখ্য়া কিমান কোটি কিমান লাখ ?

উত্তৰঃ ১কোটি ৬ লাখ । 

৭) অসমত কিমান খন জিলাত বাংলাভাষীৰ সংখ্য়া দ্ৰুতভাৱে বৃদ্ধি হৈছে ?

উত্তৰঃ ১৭ খন দিলাত ।

৮)  ভাৰতবৰ্ষ মুঠ জনসংখ্য়া কিমান ?

উত্তৰঃ ২.৬ ।

৯) সমগ্ৰ ভাৰতবৰ্ষৰ মাটিকালি কিমান ?

উত্তৰঃ ২.৪ ।

১০) কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্য়াৰ বৃদ্ধি হাৰ কিমান ?

উত্তৰঃ ৮.১ গুন ।


 Question and answer type by- Mandira Saha .