প্ৰতি,

বিজ্ঞাপনদাতা

মহোদয়,

যোৱা _______ তাৰিখে ______ কাকতত প্ৰকাশিত আপোনাৰ বিজ্ঞাপনৰ উত্তৰত জনাব বিচাৰিছো যে, মই, ______ ৰোডত এটা ফ্লেট কিনিবলৈ আগ্ৰহী। নিম্নলিখিত বিষয়বোৰ মোক জনালে বহুত আনন্দিত হম।

১। এটা ফ্লেটৰ আনুমানিক মূল্য়।

২। ফ্লেটৰ আয়তন।

৩। শোৱা কোঠাৰ সংখ্য়া আৰু অন্য়ান্য় সুবিধা সমূহ।

৪। ফ্লেটৰ মূল্য় এবাৰতে নে কিস্তি কৰি দিব লাগিব। 

৫। ৰাস্তাৰে বাছ চলাচল কৰে নে নাই আৰু স্কুল, কলেজৰ তথা অন্য়ান্য় শিক্ষানুষ্ঠানৰ সুবিধা আছে নে নাই ?  

    পত্ৰলিখকৰ ঠিকনা                                ধন্য়বাদ

                                                                                                                    আপোনাৰ বিনীত