পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
Chapter 2
1. প্রখ্যাত ভূগোল-বিজ্ঞানী_____ স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বুলি কৈছে।
(A) ফেইড্রিক বাটজেল
(B) জর্জ ছিজহ’ম
(C) পিটাৰ হেগেটে
(D) কাৰ্ল বিখটাৰ
উত্তৰ :(C) পিটাৰ হেগেটে
2. স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় _______- শতাংশ আগুৰি আছে।
(A) ২৯ শতাংশ
(B) ৩৯ শতাংশ
(C) ৫৯ শতাংশ
(D) ৭১ শতাংশ
উত্তৰ : (A) ২৯ শতাংশ
3. জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় শতাংশ আগুৰি আছে।
(A) ২৯ শতাংশ
(B) ৩৯ শতাংশ
(C) ৫৯ শতাংশ
(D) ৭১ শতাংশ
উত্তৰ : (D) ৭১ শতাংশ
7. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত • শতাংশ নাইট্ৰ'জেন গেছ থাকে ।
(A) ০.০৩৫ শতাংশ
(B) ৭২.০৮ শতাংশ
(C) ৭৮.০৮ শতাংশ
(D) ৮৮.০৮ শতাংশ
উত্তৰ : (C) ৭৮.০৮ শতাংশ
৪. আফ্রিকা মহাদেশৰ নাইৰ বিত________চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল।
(A) ১৯৭৭ চনত
(B) ১৯৮৭ চনত
(C) ১৯৯৭ চনত
(D) ২০০১ চনত
উত্তৰ :(A) ১৯৭৭ চনত
9.________য়েই হৈছে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস।
(A) বিদুৎশক্তিয়েই
(B) সৌরশক্তিয়েই
(C) গতিশক্তিয়েই
(D) তাপগতিশক্তিয়েই
উত্তৰ: (B) সৌরশক্তিয়েই
10. ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ বায়ুমণ্ডলত থকা মেঘ আদিব লগতে ভূ-পৃষ্ঠই প্রতিফলিত কৰে। -- শতাংশ
(A) ৩০ শতাংশ
(B) ৪০ শতাংশ
(C) ৫০ শতাংশ
(D) ৫৫ শতাংশ
উত্তৰ : (A) ৩০ শতাংশ
11. মুঠ সৌৰশক্তিৰ - - শতাংশ বায়ুমণ্ডলে শুহি
লয়।
(A) ১৯ শতাংশ
(B) ৫১ শতাংশ
(C) ৫৫ শতাংশ
(D) ৬০ শতাংশ
উত্তৰ : (A) ১৯ শতাংশ
12. সেউজ গৃহ গেছ (Greenhouse gas) গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ______ শতাংশ।
(A) ০.১ শতাংশ
(B) ০.২ শতাংশ
(C) ০.৩ শতাংশ
(D) ০.৫ শতাংশ
উত্তৰ : (A) ০.১ শতাংশ
13.
বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত গেছৰ ভূমিকা সৰ্বাধিক ।
(A) নাইট্ৰ'জেন
(B) হাইড্ৰ'জেন
(C) কার্বনমন’অক্সাইড
(D) কার্বন-ডাই-অক্সাইড
উত্তৰ : (D) কার্বন-ডাই-অক্সাইড
14. শিল্প-বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ প্রায় _______ ডিগ্রী চেলছিয়াছ বাঢ়িছে।
(A) ০.৫৬ ডিগ্রী চলছিয়াছ
(B) ০.৬১ ডিগ্রী চেলছিয়াছ
(C) ০.৭১ ডিগ্ৰীচেলছিয়াছ
(D) ০.৭৬ ডিগ্রী চেলছিয়াছ
উত্তৰ : (D) ০.৭৬ ডিগ্রী চেলছিয়াছ
15. যোৱা প্ৰায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতাংশ বাঢ়িছে।
(A) ৩০ শতাংশ
(B) ৪০ শতাংশ
(C) ৫০ শতাংশ
(D) ৫৫ শতাংশ
উত্তৰ :(A) ৩০ শতাংশ
16. গোলকীয় উত্তাপ বৃদ্ধি এটা—
(A) স্থানীয় সমস্যা
(B) আঞ্চলিক সমস্যা
(C) আন্তঃৰাষ্ট্ৰীয় সমস্যা
(D) ব্যক্তিগত সমস্যা।
উত্তৰ : (C) আন্তঃৰাষ্ট্ৰীয় সমস্যা
17. সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকর্ষণ কৰা বিষয়টো হৈছে______
(A) পৰিবেশ
(B) প্ৰদুষণ
(C) প্রশাসন
(D) বাণিজ্য
উত্তৰ : (A) পৰিবেশ
18. জীৱ মণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—
(A) ১.৭৫ নিযুত
(B) ২.৭৫ নিযুত
(C) ৩.৭৫ নিযুত
(D) ৪.৭৫ নিযুত
উত্তৰ :(A) ১.৭৫ নিযুত ।
19. এচিদ বৰষুণ— ফলত হয়।
(A) বায়ু প্ৰদুষণৰ
(B) মাটি প্ৰদুষণৰ ভালে
(C) জল প্ৰদুষণ
(D) ওপৰৰ এটাও নহয় ।
উত্তৰ : (A) বায়ু প্ৰদুষণৰ
20. মৰুভূমিবোৰে পৃথিৱীৰ ঠাই আগুৰি আছে—
(A) ২০ শতাংশ
(B) 22 শতাংশ
(C) ২৫ শতাংশ
(D) ৩০ শতাংশ
উত্তৰ :(A) ২০ শতাংশ
21. সম্প্রতি পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কৱলত প্রায় — পৰিছে।
(A) ৩৫ শতাংশ
(B) ৩৬ শতাংশ
(C) ৩৭ শতাংশ
(D) ২০ শতাংশ
উত্তৰ :(A) ৩৫ শতাংশ
22. উত্তৰ মহাদেশৰ শুকান ঠাইৰ বৰ্তমান মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হোৱা ঠাই
(A) ২৭ শতাংশ
(B) ২৮ শতাংশ
(C) ২৯ শতাংশ
(D) ৩৫ শতাংশ
উত্তৰ :(A) ২৭ শতাংশ
23. পৃথিৱীৰ বৰ্তমান বয়স
(A) ৪,৭০০ নিযুত বছৰ
(B) ৪,৬০০ নিযুত বছৰৰ
(C) ৩,৪০০ নিযুত বছৰ
(D) ৫,০০০ নিযুত বছৰ
উত্তৰ :(B) ৪,৬০০ নিযুত বছৰ।
24.বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমান—
(A) ০.৫ শতাংশ
(B) ০.২ শতাংশ
(C) ০.১ শতাংশ
(D) ০.৩ শতাংশ
উত্তৰ : (C) ০.১ শতাংশ