পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Chapter 2

1. প্রখ্যাত ভূগোল-বিজ্ঞানী_____ স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বুলি কৈছে। (A) ফেইড্রিক বাটজেল

(B) জর্জ ছিজহ’ম

(C) পিটাৰ হেগেটে (D) কাৰ্ল বিখটাৰ উত্তৰ :(C) পিটাৰ হেগেটে 2. স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় _______- শতাংশ আগুৰি আছে। (A) ২৯ শতাংশ (B) ৩৯ শতাংশ (C) ৫৯ শতাংশ (D) ৭১ শতাংশ উত্তৰ : (A) ২৯ শতাংশ 3. জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় শতাংশ আগুৰি আছে। (A) ২৯ শতাংশ (B) ৩৯ শতাংশ (C) ৫৯ শতাংশ (D) ৭১ শতাংশ উত্তৰ : (D) ৭১ শতাংশ

7. স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত • শতাংশ নাইট্ৰ'জেন গেছ থাকে ।

(A) ০.০৩৫ শতাংশ (B) ৭২.০৮ শতাংশ (C) ৭৮.০৮ শতাংশ

(D) ৮৮.০৮ শতাংশ

উত্তৰ : (C) ৭৮.০৮ শতাংশ

৪. আফ্রিকা মহাদেশৰ নাইৰ বিত________চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলন অনুষ্ঠিত হৈছিল। (A) ১৯৭৭ চনত (B) ১৯৮৭ চনত (C) ১৯৯৭ চনত (D) ২০০১ চনত উত্তৰ :(A) ১৯৭৭ চনত 9.________য়েই হৈছে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস। (A) বিদুৎশক্তিয়েই (B) সৌরশক্তিয়েই (C) গতিশক্তিয়েই

(D) তাপগতিশক্তিয়েই উত্তৰ: (B) সৌরশক্তিয়েই

10. ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ বায়ুমণ্ডলত থকা মেঘ আদিব লগতে ভূ-পৃষ্ঠই প্রতিফলিত কৰে। -- শতাংশ 
 
(A) ৩০ শতাংশ 
 
(B) ৪০ শতাংশ 
 
(C) ৫০ শতাংশ 
 
(D) ৫৫ শতাংশ 
 
উত্তৰ : (A) ৩০ শতাংশ 
 
11. মুঠ সৌৰশক্তিৰ - - শতাংশ বায়ুমণ্ডলে শুহি লয়। 
 
(A) ১৯ শতাংশ
 
(B) ৫১ শতাংশ

(C) ৫৫ শতাংশ 

(D) ৬০ শতাংশ

উত্তৰ : (A) ১৯ শতাংশ

12. সেউজ গৃহ গেছ (Greenhouse gas) গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ______ শতাংশ। 

(A) ০.১ শতাংশ

(B) ০.২ শতাংশ 

(C) ০.৩ শতাংশ

(D) ০.৫ শতাংশ  

উত্তৰ : (A) ০.১ শতাংশ
 
13. বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত গেছৰ ভূমিকা সৰ্বাধিক । 

(A) নাইট্ৰ'জেন 
 
(B) হাইড্ৰ'জেন 
 
(C) কার্বনমন’অক্সাইড

(D) কার্বন-ডাই-অক্সাইড 
 
উত্তৰ : (D) কার্বন-ডাই-অক্সাইড

14. শিল্প-বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ প্রায় _______ ডিগ্রী চেলছিয়াছ বাঢ়িছে।
(A) ০.৫৬ ডিগ্রী চলছিয়াছ

(B) ০.৬১ ডিগ্রী চেলছিয়াছ (C) ০.৭১ ডিগ্ৰীচেলছিয়াছ (D) ০.৭৬ ডিগ্রী চেলছিয়াছ উত্তৰ : (D) ০.৭৬ ডিগ্রী চেলছিয়াছ 15. যোৱা প্ৰায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতাংশ বাঢ়িছে। (A) ৩০ শতাংশ

(B) ৪০ শতাংশ (C) ৫০ শতাংশ

(D) ৫৫ শতাংশ উত্তৰ :(A) ৩০ শতাংশ 16. গোলকীয় উত্তাপ বৃদ্ধি এটা—

(A) স্থানীয় সমস্যা

(B) আঞ্চলিক সমস্যা
(C) আন্তঃৰাষ্ট্ৰীয় সমস্যা (D) ব্যক্তিগত সমস্যা। উত্তৰ : (C) আন্তঃৰাষ্ট্ৰীয় সমস্যা 17. সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকর্ষণ কৰা বিষয়টো হৈছে______ (A) পৰিবেশ (B) প্ৰদুষণ (C) প্রশাসন (D) বাণিজ্য উত্তৰ : (A) পৰিবেশ 18. জীৱ মণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা— (A) ১.৭৫ নিযুত

(B) ২.৭৫ নিযুত

(C) ৩.৭৫ নিযুত

(D) ৪.৭৫ নিযুত
উত্তৰ :(A) ১.৭৫ নিযুত ।
19. এচিদ বৰষুণ— ফলত হয়। (A) বায়ু প্ৰদুষণৰ (B) মাটি প্ৰদুষণৰ ভালে
(C) জল প্ৰদুষণ

(D) ওপৰৰ এটাও নহয় । উত্তৰ : (A) বায়ু প্ৰদুষণৰ
20. মৰুভূমিবোৰে পৃথিৱীৰ ঠাই আগুৰি আছে— (A) ২০ শতাংশ
(B) 22 শতাংশ
(C) ২৫ শতাংশ (D) ৩০ শতাংশ উত্তৰ :(A) ২০ শতাংশ
21. সম্প্রতি পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কৱলত প্রায় — পৰিছে। (A) ৩৫ শতাংশ

(B) ৩৬ শতাংশ (C) ৩৭ শতাংশ (D) ২০ শতাংশ উত্তৰ :(A) ৩৫ শতাংশ 22. উত্তৰ মহাদেশৰ শুকান ঠাইৰ বৰ্তমান মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হোৱা ঠাই (A) ২৭ শতাংশ (B) ২৮ শতাংশ (C) ২৯ শতাংশ (D) ৩৫ শতাংশ উত্তৰ :(A) ২৭ শতাংশ 23. পৃথিৱীৰ বৰ্তমান বয়স

(A) ৪,৭০০ নিযুত বছৰ (B) ৪,৬০০ নিযুত বছৰৰ (C) ৩,৪০০ নিযুত বছৰ (D) ৫,০০০ নিযুত বছৰ উত্তৰ :(B) ৪,৬০০ নিযুত বছৰ। 24.বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমান— (A) ০.৫ শতাংশ (B) ০.২ শতাংশ (C) ০.১ শতাংশ (D) ০.৩ শতাংশ উত্তৰ : (C) ০.১ শতাংশ