মুদ্ৰা আৰু বেংক ব্যৱস্থা 

1. বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ ______ বুলি ক'ব পাৰি ।

(a) প্ৰথম পৰ্যায়

(b) দ্বিতীয় পৰ্যায়

(c) তৃতীয় পৰ্যায়

(d) অন্তিম পৰ্যায়

উত্তৰঃ (a) প্ৰথম পৰ্যায়

2. পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় _______ সংঘটিত হয়

(a) পৰোক্ষ ভাৱে

(b) পত্যক্ষ ভাৱে

(c) উমৈহতীয়াভাৱে

(d) এটাও নহয়

উত্তৰঃ (b) পত্যক্ষ ভাৱে

4. মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা' কথাষাৰ কৈছিল_____

(a) ৱাকাৰে

(b) জিয়ফ্ৰি ক্ৰাউথাৰে

(c) জন হিক্সে

(d) চেমুৱেলচনে

উত্তৰঃ (a) ৱাকাৰে

5. ক'লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল 
 
(A) মুদ্ৰাত ক'লা ৰং লগোৱা বাবে 
 
(B) এই মুদ্ৰা পৰিবহন কৰিব নালাগে 
 
(C) অর্থনৈতিক অপৰাধ 

(D) এটাও নহয়। 
 
উত্তৰ : (C) অর্থনৈতিক অপৰাধ

6. মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে _____ মুদ্ৰাৰ যোগান কম-বেছি কৰিব পাৰে । 
 
(A) বাণিজ্যিক বেংকে 
 
(B) কেন্দ্রীয় বেংকে 
 
(C) চৰকাৰে 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) কেন্দ্ৰীয় বেংকে 
 
7. অর্থনীতিবিদ ক্রাউথাৰৰ মতে _______সকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ ৷ 
 
(A) বেপাৰী 
 
(B) সোণাৰী 
 
(C) ঋণ দিওতা মহাজন 
 
(D) ওপৰৰ আটাইবোৰ । 
 
উত্তৰ : (D) ওপৰৰ আটাইবোৰ । 
 
8. দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্রা ______ বোলে। 
 
(A) কাগজী মুদ্রা
 
(B) হিচাপৰ মুদ্ৰা 
 
(C) প্রকৃত মুদ্রা 

(D) ধাতু মুদ্রা 

উত্তৰ : (C) প্রকৃত মুদ্রা 
 
9. যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব 
 
(A) অবিহিত মুদ্রা 
 
(B) নিদর্শন মুদ্রা 
 
(C) আদেশ মুদ্রা 

(D) ঋণ মুদ্রা

উত্তৰ : (A) অবিহিত মুদ্রা   

10. মন্তে শব্দটোৰ ঠাইত জার্মানসকলে শব্দটো ব্যৱহাৰ কৰিছিল। 
 
(A) bank 
 
(B) bench 
 
(C) banck 
 
(D) finance 
 
উত্তৰ : (C) banck
 
11. ১৬৫৬ চনত স্থাপিত ছুইডেনৰ পুৰণি কেন্দ্ৰীয় বেংক।- - সবাতোকৈ (A) চুইছ বেংক (Swiss bank)

(B) ফেদাৰেল বেংক (Federal bank) (C) ৰিক্স বেংক (Riksbank) (D) এটাও নহয়। উত্তৰ : (B) ৰিক্স বেংক (Riksbank) 12. ভাৰতবৰ্ষত _______চনত বেংক অব্ হিন্দুস্তান নামৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। (A) ১৭৭০ চনত

(B) ১৭৮০ চনত (C) ১৭৯০ চনত

(D) ১৭৯৮ চনত উত্তৰ : (A) ১৭৭০ চনত 13. থলুৱা প্ৰচেষ্টাৰ ভিত্তিত ১৯২৬ চনত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ’ল 1 (A) লখিমী গাঁৱলীয়া বেংক (B) প্রাগজ্যোতিষ গাঁৱলীয়া বেংক (C) চিটি বেংক (D) গুৱাহাটী বেংক উত্তৰ : (D) গুৱাহাটী বেংক 14. ______ হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক । (A) বিত্ত মট্যালয় (B) কেন্দ্রীয় বেংক (C) ভাৰতীয় ষ্টেট বেংক (D) বিশ্ববেংক। উত্তৰ : (B) কেন্দ্ৰীয় বেংক 15. 'কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক' কথাষাৰ কৈছিল (A) ৱাকাৰে (B) জন হিক্সে
(C) জিয়ফ্রি ক্রাউথাৰে

(D) চেমুৱেলচনে উত্তৰ : (D) চেমুৱেলচনে

16. কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ - (A) ষ্টেটবেংকৰ (B) বাণিজ্যিক বেংকৰ (C) কেন্দ্ৰীয় বেংকৰ (D) বিশ্ববেংকৰ উত্তৰ : (C) কেন্দ্ৰীয় বেংকৰ

17. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক চনত স্থাপিত হয়। (A) ১৯২৮ চনত (B) ১৯৩৫ চনত (C) ১৯৪৫ চনত (D) ১৯৪৭ চনত । উত্তৰ : (B) ১৯৩৫ চনত 18. ১৯৬৪ চনত বেংক স্থাপন কৰা হয়।

(a) ভাৰতীয় ঔদ্যোগিক উন্নয়ন (IDBI) (B) নাবার্ড (NABARD) (C) ভাৰতীয় বেংক(SIDBI) ক্ষুদ্র উদ্যোগ উন্নয়ন (D) এটাও নহয় । উত্তৰ : (A) ঔদ্যোগিক উন্নয়ন (IDBI)
19. —চনত নাবার্ড (NABARD) স্থাপন কৰা হয়। (A) ১৯৬২ চনত (B) ১৯৬৬ চনত (C) ১৯৭২ চনত (D) ১৯৮২ চনত উত্তৰ :(D) ১৯৮২ চনত 20. ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI) মুখ্য কার্যালয় ______অৱস্থিত ।

(A) লক্ষ্ণৌত (B) দিল্লীত (C) কর্ণাটক (D) এটাও নহয়। উত্তৰ : (A) লক্ষ্ণৌত 21. ভাৰতৰ প্ৰধান চৈধ্যটা বাণিজ্যিক বেংক প্রথম ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল— (A) ১৯৬৯ চনত (B) ১৯৪৯ চনত (C) ১৯৯৫ চনত (D) ১৯৭৯ চনত উত্তৰ : (A) ১৯৬৯ চনত 22. ২০১৪ চনৰ আগষ্ট মাহলৈ মুঠ নিযুত লোকে বেংকৰ হিচাপ খুলিছে। (A) ১১০.৫ নিযুত (B) ১৮০.৫ নিযুত (C) ২১০.৫ নিযুত (D) ২৫০.৫ নিযুত উত্তৰ : (C) ২১০.৫ নিযুত 23. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম (A) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (B) বিশ্ব বেংক (C) ফেদাৰেল ৰিজার্ভ ছিষ্টেম (D) বেংক অৱ ইংলেণ্ড উত্তৰ : (C) ফেদাৰেল ৰিজাৰ্ভ ছিষ্টেম

24. অসম সমবায় এপাক্স বেংক লিমিটেড স্থাপন কৰা হয়_____

(a) ১৯৩৮ চনত

(b) ১৯৪৮ চনত

(c) ১৯৪৫ চনত

(d) ১৯৪৭ চনত

উত্তৰঃ (b) ১৯৪৮ চনত

25. বৰ্তমান (২০১৪ চন) ভাৰতবৰ্ষত________ টা আঞ্চলিক প্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে ।

(a) ৩৭ টা

(b) ৪৭ টা

(c) ৫৭ টা

(d) ৭৭ টা

উত্তৰঃ (c) ৫৭ টা