পৃথিৱীৰ ভূগোল

1. পৃথিৱীৰ মুঠ মাটিকালি -________ বৰ্গ কিলোমিটাৰ।

(A) প্রায় ২১০ নিযুত

(B) প্রায় ৩৬১ নিযুত (C) প্রায় ৪১০ নিযুত

(D) প্রায় ৫১০ নিযুত উত্তৰ : (D) প্রায় ৫১০ নিযুত

2. ভূপৃষ্ঠৰ _______-বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে। (A) প্রায় ২১৬ নিযুত

(B) প্রায় ২৬৯ নিযুত (C) প্রায় ৩১০ নিযুত

(D) প্রায় ৩৬১ নিযুত

উত্তৰ : (D) প্রায় ৩৬১ নিযুত 3. ভূপৃষ্ঠৰ জলমণ্ডলৰ________ শতাংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত।

(A) ২৭ শতাংশ (B) ৪৭ শতাংশ (C) ৫৭ শতাংশ (D) ৬৭ শতাংশ উত্তৰ : (C) ৫৭ শতাংশ 4. পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় _______ শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে। (A) ৩০ শতাংশ (B) ৫০ শতাংশ (C) ৭৫ শতাংশ

(D) ৯০ শতাংশ উত্তৰ : (D) ৯০ শতাংশ

5. তলৰ কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধলৈ বিস্তৃত নহয় ? 

(A) উত্তৰ মহাসাগৰ 

(B) আটলান্টিক মহাসাগৰ 
 
(C) প্রশান্ত মহাসাগৰ 
 
(D) ভাৰত মহাসাগৰ 

উত্তৰঃ (A) উত্তৰ মহাসাগৰ 

6. বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখন—
 
A) উত্তৰ মহাসাগৰ 
 
(B) আটলান্টিক মহাসাগৰ 
 
(C) প্রশান্ত মহাসাগৰ 
 
(D) ভাৰত মহাসাগৰ 
 
উত্তৰ : (C) প্রশান্ত মহাসাগৰ 
 
7. প্রশান্ত মহাসাগৰৰ বিস্তৃতি বা মাটিকালি নিযুত বৰ্গ কিলোমিটাৰ। 
 
(A) ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ 
 
(B) ১৭৫.৮ নিযুত বৰ্গ কিলোমিটাৰ 

(C) ১৭৫.৯ নিযুত বৰ্গ কিলোমিটাৰ 
 
(D) ১৮৫.২ নিযুত বৰ্গ কিলোমিটাৰ 
 
উত্তৰ : (A) ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ 
 
৪ . বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত ক্ষুদ্রতম মহাসাগৰখন— 
 
(A) উত্তৰ মহাসাগৰ 

(B) আটলান্টিক মহাসাগৰ
 
(C) দক্ষিণ মহাসাগৰ 
 
(D) ভাৰত মহাসাগৰ 
 
উত্তৰ : (A) উত্তৰ মহাসাগৰ

9. উত্তৰ মহাসাগৰৰ বিস্তৃতি বা মাটিকালি নিযুত বৰ্গ কিলোমিটাৰ ৷ 
 
(A) ২০.৩ নিযুত বর্গ কিলোমিটাৰ 
 
(B) ১৪.১ নিযুত বৰ্গ কিলোমিটাৰ
 
(C) ১০.১ নিযুত বর্গ কিলোমিটাৰ 

(D) ০৮.১ নিযুত বর্গ কিলোমিটাৰ 

উত্তৰ : (B) ১৪.১ নিযুত বৰ্গ কিলোমিটাৰ

10. পৃথিৱীৰ গভীৰতম সামুদ্রিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত _______ মিটাৰ গভীৰ।  

(A) ১১,০১২ মিটাৰ 

(B) 11,022 মিটাৰ 
 
(C) ২১,০০১ মিটাৰ 

(D) ২১,০১১ মিটাৰ 

উত্তৰ : (B) ১১,022 মিটাৰ
 
11. সমুদ্রতলিলৈ হেলনীয়াভাৱে নামি যোৱা মহীসোপান অঞ্চলৰ গড়কৌণিক ঢাল 
 
(A) ১°
 
(B) ৫° 
 
(C) ১৫° 
 
(D) ২৫° 
 
উত্তৰ : (A) ১° 
 
12. মহীঢালৰ গভীৰতা 
 
(A) ১০০ ফেডম বা তাতকৈ কম।
 
(B) ১০০ ফেডমৰ পৰা ২০০০ ফেডম। 
 
(C) ২০০০ ফেডমৰ পৰা ৩০০০ ফেডম। 

(D) ৩০০০ ফেডম বা তাতকৈ বেছি। 
 
উত্তৰ : (B) ১০০ ফেডমৰ পৰা ২০০০ ফেডম।  

13. তলৰ কোনটো পৃথিৱীৰ সমূদ্র খাতসমূহৰ ভিতৰত গভীৰতম 
 
(A) ছুণ্ডা খাত 
 
(B) ৰোমান্স খাত 
 
(C) মেৰিয়ানা খাত 

(D) এলিউছিয়ান খাত 
 
উত্তৰ : (C) মেৰিয়ানা খাত - 

14. _______ মহাসাগৰে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে। 

(A) উত্তৰ মহাসাগৰ 

(B) আটলান্টিক মহাসাগৰ 
 
(C) প্রশান্ত মহাসাগৰ 
 
(D) ভাৰত মহাসাগৰ 
 
উত্তৰ : (C) প্রশান্ত মহাসাগৰ 
 
15. প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় ________ মিটাৰ ৷
 
(A) ৩,০০০ মিটাৰ। 

(B) ৪,০০০ মিটাৰ । 
 
(C) ৫,০০০ মিটাৰ। 

(D) ৫,৫০০ মিটাৰ ৷ 
 
উত্তৰ : (C) ৫,০০০ মিটাৰ 

16. আটলান্টিক মহাসাগৰৰ বিস্তৃতি বা মাটিকালি ______ নিযুত বৰ্গ কিলোমিটাৰ।
 
(A) ৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ 
 
(B) ৭৫.৮ নিযুত বৰ্গ কিলোমিটাৰ

(C) ৮২ নিযুত বর্গ কিলোমিটা 
 
(D) ৮৫.২ নিযুত বৰ্গ কিলোমিটাৰ 

উত্তৰ : (C) ৮২ নিযুত বৰ্গ কিলোমিটাৰ 
 
17. আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ______আখৰটোৰ দৰে । 

(A) 'M' আখৰটোৰ
 
(B) 'L' আখৰটোৰ 
 
(C) 'S' আখৰটোৰ 
 
(D) 'U' আখৰটোৰ
 
উত্তৰ : (C) 'S' আখৰটোৰ 
 
18. পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ ভাৰত মহাসাগৰৰ মাটিকালি প্ৰায়______ বৰ্গ কিলোমিটাৰ। 

(A) ৫৩ নিযুত বর্গ কিলোমিটাৰ 
 
(B) ৬০ নিযুত বর্গ কিলোমিটাৰ 
 
(C) ৬৭ নিযুত বর্গ কিলোমিটাৰ 
 
(D) ৭৩ নিযুত বর্গ কিলোমিটাৰ 
 
উত্তৰ : (D) ৭৩ নিযুত বর্গ কিলোমিটাৰ 
 
19. ভাৰত মহাসাগৰৰ গড় গভীরতা প্রায় ______মিটাৰ ৷ 
 
(A) ৩,৫০০ মিটাৰ 

(B) ৪,০০০ মিটাৰ 
 
(C) ৪,৫০০ মিটাৰ 

(D) ৫,০০০ মিটাৰ 
 
উত্তৰ : (B) ৪,০০০ মিটাৰ 
 
20. কোনখন মহাসাগৰ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশ ? 
 
(A) দক্ষিণ মহাসাগৰ 
 
(B) উত্তৰ মহাসাগৰখন 

(C) আটলান্টিক মহাসাগৰ 

 (D) ভাৰত মহাসাগৰ 
 
উত্তৰ : (A) দক্ষিণ মহাসাগৰ 
 
21. পৃথিৱীৰ স্থলভাগৰ প্ৰায় – শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। 

(A) ৫৭ শতাংশ 
 
(B) ৫৯ শতাংশ
 
(C) ৬৫ শতাংশ
 
(D) ৬৭ শতাংশ 
 
উত্তৰ : (D) ৬৭ শতাংশ 
 
22. তলৰ কোনখন মহাদেশ সম্পূর্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত নহয় ? 
 
(A) উত্তৰ আমেৰিকা 

(B) ইউৰোপ 
 
(C) আফ্রিকা 
 
(D) এছিয়া 
 
উত্তৰ : (C) আফ্রিকা 

23. ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা _______ সাগৰে নিৰ্ণয় কৰিছে। 
 
(A) ভূমধ্য সাগৰে 

(B) আৰব সাগৰে 

(C) বাল্টিক সাগৰে 

(D) আলস্কা সাগৰে 
 
উত্তৰ : (A) ভূমধ্য সাগৰে 
 
24. ইউৰাল পর্বতমালাই সীমা নিৰ্ধাৰণ কৰা মহাদেশ দুখন_____  

(A) এছিয়া আৰু আফ্রিকা মহাদেশ 
 
(B) ইউৰোপ আৰু আফ্রিকা মহাদেশ 
 
(C) ইউৰোপ আৰু এছিয়া মহাদেশ 
 
(D) উত্তৰ-আমেৰিকা আৰু আফ্ৰিকা মহাদেশ
 
উত্তৰ : (C) ইউৰোপ আৰু এছিয়া মহাদেশ

25. ________মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নির্ণয় কৰিছে। 

(A) ইউৰোপ আৰু আফ্রিকা মহাদেশৰ 

(B) এছিয়া আৰু আফ্রিকা মহাদেশৰ 
 
(C) আফ্ৰিকা আৰু উত্তৰ-আমেৰিকা মহাদেশৰ 
 
(D) উত্তৰ-আমেৰিকা আৰু আফ্ৰিকা মহাদেশৰ 
 
উত্তৰ : (B) এছিয়া আৰু আফ্ৰিকা মহাদেশৰ 

26. পানামা খালে সীমা নির্ধাৰণ কৰা মহাদেশ দুখন ______ 
 
(A) উত্তৰ-আমেৰিকা আৰু দক্ষিণ আমেৰিকা 
 
(B) ইউৰোপ আৰু আফ্রিকা মহাদেশ 

(C) ইউৰোপ আৰু এছিয়া মহাদেশ 
 
(D) উত্তৰ-আমেৰিকা আৰু আফ্রিকা মহাদেশ 
 
উত্তৰ : (A) উত্তৰ-আমেৰিকা আৰু দক্ষিণ আমেৰিকা 

27. _______ অঞ্চলত চিৰ সেউজীয়া অৰণ্য পোৱা যায়। 
 
(A) মধ্য অক্ষাংশ অঞ্চলত 
 
(B) বৰফাবৃত মেৰু অঞ্চলত 
 
(C) বিষুৱীয় অঞ্চলত 
 
(D) উষ্ণ তথা শুকান মৰু অঞ্চলত 
 
উত্তৰ : (C) বিষুৱীয় অঞ্চলত 
 
28. _____অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ পোৱা যায়। 
 
(A) মধ্য অক্ষাংশ অঞ্চলত 
 
(B) বৰফাবৃত মেৰু অঞ্চলত

(C) বিষুবীয় অঞ্চলত 

(D) উষ্ণ তথা শুকান মরু অঞ্চলত 
 
উত্তৰ : (B) বৰফাবৃত মেৰু অঞ্চলত 

29. কোনো স্থায়ী জনবসতি নথকা মহাদেশখন_______ 
 
(A) এছিয়া মহাদেশ 
 
(B) ইউরোপ মহাদেশ 
 
(C) এন্টার্কটিকা মহাদেশ 

(D) আফ্রিকা মহাদেশ 
 
উত্তৰ : (C) এন্টার্কটিকা মহাদেশ 
 
30. সর্ববৃহৎ মহাদেশ এছিয়া মহাদেশে পৃথিবীৰ স্থলভাগৰ প্ৰায় _____ শতাংশ জুৰি আছে। 
 
(A) ৩০ শতাংশ 
 
(B) ৪০ শতাংশ 
 
(C) ৪৩ শতাংশ 

(D) ৫২ শতাংশ 
 
উত্তৰ : (A) ৩০ শতাংশ 
 
31. ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায়_____এছিয়া মহাদেশত বাস কৰে। 

(A) এক-পঞ্চমাংশ 

(B) এক-চতুর্থাংশ 

(C) এক-তৃতীয়াংশ 

(D) তিনি পঞ্চামাংশ 

উত্তৰ : (D) তিনি-পঞ্চামাংশ - 

32. ইউৰোপ মহাদেশৰ মাটিকালি _____ নিযুত বর্গ কিলোমিটাৰ 

(A) ০৯.১ নিযুত 
 
(B) ১০.৯ নিযুত 

(D) ১২.৯ নিযুত 
 
(C) ১১.২ নিযুত 
 
উত্তৰ : (B) ১০.৯ নিযুত 
 
33. ইউৰোপ মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় _______ শতাংশ জুৰি আছে। 
 
(A) ৩.৯ শতাংশ 
 
(B) ৫,৪ শতাংশ 
 
(C) ৭.৩ শতাংশ 

(D) ৮.৬ শতাংশ 
 
উত্তৰ : (C) ৭.৩ শতাংশ 
 
34. ২.৫ নিযুত বর্গ কিলোমিটাৰ মাটিকালিবে আফ্রিকা মহাদেশৰ বৃহত্তম দেশখন______ ।
 
(A) ছোভিয়েট ৰাছিয়া 

(B) ব্রাজিল 
 
(C) ছুডান 
 
(D) কানাডা 
 
উত্তৰ : (C) ছুডান

35. আফ্রিকা মহাদেশৰ উচ্চতম (৫,৮৯৫ মিটাৰ) ঠাই______। 
 
(A) কিলিমান্‌জাৰো শৃংগ 
 
(B) ভার্চুয়ানস্ক 

(C) মেকিনলে শৃংগ 
 
(D) পামিৰ 
 
উত্তৰ : (A) কিলিমান্‌জাৰো শৃংগ 
 
36. আফ্রিকা মহাদেশৰ অন্তৰ্গত পৃথিৱীৰ বৃহত্তম নদীখন______ । 
 
(A) নীল নদী 
 
(B) হোৱাংহো নদী 
 
(C) কেলেডন 
 
(D) কংগো 
 
উত্তৰ : (A) নীল নদী 

37. পৃথিৱীৰ বৃহত্তম চাহাৰা মৰুভূমি মহাদেশত অৱস্থিত। 

(A) আফ্রিকা মহাদেশত 
 
(B) এছিয়া মহাদেশত 
 
(C) ইউৰোপ মহাদেশত 
 
(D) এন্টাকটিকা মহাদেশত 
 
উত্তৰ : (A) আফ্রিকা মহাদেশত
 
38. পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ ______ ই হ'ল উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ। 

(A) ছোভিয়েট ৰাছিয়া 

(B) ব্রাজিল 
 
(C) ছুডান 
 
(D) কানাডা 
 
উত্তৰ : (D) কানাডা 

39. উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম (৬১৯৪ মিটাৰ) ঠাই 
 
(A) কিলিমান্জাৰো শৃংগ 
 
(B) মেকিনলে শৃংগ 
 
(C) তিব্বত 
 
(D) পামিৰ 
 
উত্তৰ : (B) মেকিনলে শৃংগ 
 
40. কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে ? 
 
(A) এছিয়া 
 
(B) আফ্রিকা 
 
(C) দক্ষিণ আমেৰিকা 

(D) এন্টার্কটিকা 
 
উত্তৰ : (C) দক্ষিণ আমেৰিকা

41. দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখন- 
 
(A) কানাডা 
 
(B) ছুডান 
 
(C) ব্রাজিল 
 
(D) এখনো নহয় 
 
উত্তৰ : (C) ব্রাজিল 
 
42. প্রায় ৮০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰে- পৃথিবীৰ দীৰ্ঘতম পর্বতশ্রেণী। 
 
(A) হিমালয় পর্বতমালা 
 
(B) পাটকাই পর্বতমালা 
 
(C) ইউৰাইল পর্বতমালা 

(D) এণ্ডিজ পর্বতমালা 
 
উত্তৰ : (D) এণ্ডিজ পর্বতমালা 
 
43. দক্ষিণ আমেৰিকা মহাদেশত থকা ______ হ্রদ পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্রদ। 
 
(A) টিটিকাকা 

(B) গ্রেট বিয়াৰ 
 
(C) ছুপেৰিও 
 
(D) বৈকাল 
 
উত্তৰ : (A) টিটিকাকা 

44. একান্‌ন্কাগুৱা (উচ্চতা ৭,০২০ মিটাৰ) শৃংগটো তলৰ কোনটো পৰ্বতশ্রেণীৰ উচ্চতম শৃংগ ? 
 
(A) হিমালয় পর্বতমালা 
 
(B) পাটকাই পর্বতমালা 
 
(C) ইউৰাইল পর্বতমালা 

(D) এণ্ডিজ পর্বতমালা 
 
উত্তৰ : (D) এণ্ডিজ পর্বতমালা 
 
45. পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ হিচাপে পৰিচিত ______ ওছেনিয়া মহাদেশৰ বৃহত্তম দেশ। 
 
(A) অষ্ট্ৰেলিয়া 

(B) ভেটিকান 
 
(C) নিউগিনি 
 
(D) নিউজিলেণ্ড 
 
উত্তৰ :(A) অষ্ট্ৰেলিয়া  

46. পৃথিৱীত সৰ্বমুঠ______  এখন দেশ আছে। 
 
(A) ৩৯৮ খন 

(B) ২৮৮ খন 
 
(C) ২০৮ খন 
 
(D) ১৯৮ খন 
 
উত্তৰ : (D) ১৯৮ খন 
 
47. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ-______ 
 
(ক) প্রশান্ত মহাসাগৰ 

(খ) ভাৰত মহাসাগৰ 

(গ) আটলান্টিক মহাসাগৰ 

(ঘ) দক্ষিণ মহাসাগৰ 
 
উত্তৰ : (গ) আটলান্টিক মহাসাগৰ 

48. পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ

(ক) উত্তৰ আমেৰিকা

(খ) ইউৰোপ

(গ) এণ্টাকটিকা

(ঘ) ওচেনিয়া

উত্তৰঃ (ঘ) ওচেনিয়া

49. ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ______

(ক) আটলাণ্টিক মহাসাগৰ

(খ) উত্তৰ মহাসাগৰ

(গ) প্ৰশান্ত মহাসাগৰ

(ঘ) ভাৰত মহাসাগৰ

উত্তৰঃ (ক) আটলাণ্টিক মহাসাগৰ

50. এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ______

(ক) ভূমধ্য সাগৰ

(খ) লোহিত সাগৰ

(গ) কাস্পিয়ান সাগৰ

(ঘ) আৰব সাগৰ

উত্তৰঃ (খ) লোহিত সাগৰ

51. এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাবে কিহে পৃথক কৰিছে _____

(ক) ইউৰাল পৰ্বতমালা

(খ) ক'কেচাচ পৰ্বত

(গ) কাস্পিয়ান সাগৰ

(ঘ) ভল্গা নদী

উত্তৰঃ (ক) ইউৰাল পৰ্বতমালা

52. ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত_____

(ক) উত্তৰ আমেৰিকা

(খ) দক্ষিণ আমেৰিকা

(গ) আফ্ৰিকা

(ঘ) এছিয়া

উত্তৰঃ (খ) দক্ষিণ আমেৰিকা

53. ব্ৰাজিলৰ ৰাজধানী কি _____

(ক) ৰিও ডি জেনেৰিঅ'

(খ) চাও পাওলো

(গ) লিমা

(ঘ) ব্ৰাচিলিয়া

উত্তৰঃ (ঘ) ব্ৰাচিলিয়া