ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

1. সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল------

(a) খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দত

(b) খ্ৰীষ্টুূপূৰ্ব তৃতীয় সহস্ৰাব্দত

(c) খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত

(d) খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দত

উত্তৰঃ (c) খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত

2. সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা আছিল------ ।

(a) আৰ্যসকল
(B) অষ্টিক সকল (C) দ্রাবিড়সকল (D) ইংৰাজসকল উত্তৰ : (C) দ্রাবিড়সকল

3. সিন্ধু সভ্যতাৰ পতন ঘটে আনুমানিক- (A) প্রায় খ্রীষ্টপূর্ব ১২০০ত (B) প্রায় খ্রীষ্টপূর্ব ১৫০০ত (C) প্রায় খ্রীষ্টপূর্ব ২০০০ত (D) এটাও নহয়। উত্তৰ : (B) প্ৰায় খ্ৰীষ্টপূর্ব ১৫০০ত 4. পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থ - (A) বাইবেল (B) বেউলফ্ (C) পুৰাণ (D) ঋকবেদ সংহিতা উত্তৰ : (D) ঋকবেদ সংহিতা

5. সমগ্ৰ ভাৰতবৰ্ষত আর্য সংস্কৃতিৰ বিস্তাৰ ঘটিছিল- (A) খ্রীষ্টপূর্ব প্রথম শতিকাৰ ভিতৰত (B) খ্রীষ্টপূর্ব দ্বিতীয় শতিকাৰ ভিতৰত (C) খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ ভিতৰত (D) খ্রীষ্টপূর্ব চতুর্থ শতিকাৰ ভিতৰত উত্তৰ : (D) খ্ৰীষ্টপূৰ্ব চতুর্থ শতিকাৰ ভিতৰত 6. ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা হ'ল - (A) ১০১৩ টা (B) ১১৫১টা (C) ৮০২টা (D) ৭০৫টা উত্তৰ : (D) ৭০৫টা। 7. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূর্বকভাৱে মাতৃভাষা বুলি ক'ব পৰা প্রচলিত ভাষা _______টা আছে। (A) ১০১৩ টা (B) ১১৫১ টা (C) ৮০২ টা (D) ৭০৫ টা উত্তৰ : (A) ১০১৩ টা

৪. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে —টা ভাষাক। 
 
(A) ২৩ টা 
 
(B) ২২টা 
 
(C) ১৮টা 
 
(D) ১৫টা 
 
উত্তৰ : (B) ২২টা

9. ‘কোনেও একমাত্র নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে'—বাণীটো কাৰ? 

(A) সম্রাট অশোকৰ 

(B) মহামতি আকবৰৰ 
 
(C) বুদ্ধদেৱৰ 
 
(D) এটাও শুদ্ধ নহয় । 

উত্তৰ : (A) সম্রাট অশোকৰ 

10. 'সত্যমেৱ জয়তে' এই বাক্যশাৰী মূলতঃ______ৰ পৰা লোৱা হৈছে। 

(A) মহাভাৰতৰ 

(B) গীতাৰ

(C) মুণ্ডক উপনিষদৰ 

(D) পুৰাণৰ  

উত্তৰ : (C) মুণ্ডক উপনিষদৰ 

11. ‘জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী' এই বিশ্বজনীন অমোঘ বাণী —–ৰ পৰা লোৱা হৈছে। 

(A) মহাভাৰতৰ 
 
(B) ৰামায়ণৰ 
 
(C) মুণ্ডক উপনিষদৰ 

(D) পুৰাণৰ 
 
উত্তৰ : (B) ৰামায়ণৰ 
 
12. ‘বসুধৈৱ কুটুম্বকম্‌' এই বাক্যশাৰী মূলতঃ ______ লোৱা হৈছে -ৰ পৰা । 
 
(A) মহাভাৰতৰ 

(B) ৰামায়ণৰ 
 
(C) মুণ্ডক উপনিষদৰ 

(D) মহোপনিষদৰ 
 
উত্তৰ : (D) মহোপনিষদৰ 

13. ‘বিবিধতাৰ মাজত একতা' (Unity in Di- versity) এই বাক্যাংশ গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ৷ 

(A) মোৰ সত্য অন্বেষণৰ কাহিনী 
 
(B) ভাৰত সম্ভেদ 

(C) ভাগৱত 
 
(D) যোগসূত্র  

উত্তৰঃ (B) ভাৰত সম্ভেদ 

14. ভাৰত সম্ভেদ গ্ৰন্থৰ প্ৰণেতা— 
 
(A) মহাত্মা গান্ধী 

(B) সুভাষচন্দ্র বসু 
 
(C) আবুল কালাম আজাদ 
 
(D) জৱাহৰলাল নেহৰু 

উত্তৰ : (D) জৱাহৰলাল নেহৰু 
 
15. প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম 
 
(A) কৌটিল্যৰ অৰ্থশাস্ত্র 
 
(B) ভৰতৰ নাট্যশাস্ত্র

(C) জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ 

(D) মহর্ষি পতঞ্জলিৰ যোগসূত্ৰ 

উত্তৰ : (A) কৌটি ল্যৰ অৰ্থশাস্ত্ৰ

16. চুলতানী আৰু বাদছাহী যুগত মুখ্যত চাৰি প্ৰকাৰৰ দেখা যায়। 
 
(A) স্থাপত্য 

(B) চিত্রকলা  

(C) প্রশাসন 
 
(D) এটাও শুদ্ধ নহয় । 
 
উত্তৰ : (A) স্থাপত্য 
 
17. ভাৰতৰ অনেক স্তূপৰ ভিতৰত —ক আদর্শ ৰূপ বুলি কোৱা হয়। 
 
(A) সাঁচীৰ স্তূপ
 
(B) এলাহাবাদ প্রশস্তি

(C) অজন্তা-ইলোৰাৰ 

(D) এটাও শুদ্ধ নহয়।

উত্তৰঃ (A) সাঁচীৰ স্তূপ

18. মোগলযুগৰ কোনবিধ স্থাপত্যক সমগ্র স্থাপত্য ৰাজিৰ ভিতৰত বিশ্ববন্দিত মধ্যমণি বুলি ক'ব পাৰি ?  

(A) সাঁচীৰ স্তূপ 
 
(B) এলাহাবাদ প্রশস্তি 
 
(C) অজন্তা-ইলোৰাৰ ভাস্কৰ্য 
 
(D) তাজমহল 
 
উত্তৰ : (D) তাজমহল 
 
19. সাতবাহনসকলে ঘাইকৈ কোনটো শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল? 
 
(A) গান্ধাৰ শিল্পকলা 

(B) মথুৰা শিল্পকলা 
 
(C) অমৰাৱতী শিল্পকলা 

(D) এটাও শুদ্ধ নহয়। 
 
উত্তৰ : (C) অমৰাৱতী শিল্পকলা 
 
20. খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিব 
 
(A) ভাৰত সম্ভেদ 

(B) অর্থশাস্ত্র 
 
(C) নাট্যশাস্ত্র 
 
(D) এটাও শুদ্ধ নহয় । 
 
উত্তৰ : (C) নাট্যশাস্ত্র 

21. ভৰতৰ নাট্যশাস্ত্ৰত ——টা শ্লোক আছে। 
 
(A) ৪,০৫০ টা 
 
(B) ৫,৫০০ টা 
 
(C) ৬,০০০ টা 
 
(D) ৬,০৭২ টা 
 
উত্তৰ : (C) ৬,০০০ টা ৰাষ্ট্ৰসংঘই 
 
22. - তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে। 
 
(A) ১ ডিচেম্বৰ 
 
(B) ২১ জুন
 
(C) ৫ ছেপ্টেম্বৰ

(D) ১৫ আগষ্ট 
 
উত্তৰ : ২১ জুন 
 
23. ‘উত্তৰ-পূৰ্বাঞ্চল' শব্দটো ______ সকলে উদ্ভাৱন কৰিছিল। 
 
(A) স্থানীয় লোক

(B) ব্ৰিটিছ

(C) ভাৰত চৰকাৰে 

(D) এটাও শুদ্ধ নহয়। 
 
উত্তৰ : (B) ব্ৰিটিছ সকলে 

24. ভাৰতবৰ্ষৰ চৰকাৰীভাৱে স্বীকৃতিপ্রাপ্ত ধ্রুপদী নৃত্যৰ সংখ্যা--বিধ আছে।  

(A) সাতবিধ 

(B) আঠবিধ

(C) বাৰ বিধ
 
(D) পোন্ধৰবিধ লোক ৷

উত্তৰ : (B) আঠবিধ 
 
25. — বংশৰ প্ৰতিষ্ঠা হোৱাৰ পৰাহে প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। 
 
(A) ভৌম বংশৰ 
 
(B) বৰ্মন বংশৰ 
 
(C) আহোম বংশৰ 
 
(D) পাল বংশৰ 
 
উত্তৰ : (B) বৰ্মন বংশৰ 
 
26. মেঘালয়ৰ খাছীয়া লোকসকল_____ গোষ্ঠীৰ  লোক ।

(A) অষ্ট্রিক 
 
(B) মংগোলীয় 
 
(C) ককেছীয় 
 
(D) এটাও শুদ্ধ নহয়। 
 
উত্তৰ : (A) অষ্ট্ৰিক 
 
27. নাগালেণ্ডত ‘হৰ্ণবিল' উৎসৱ উদযাপন কৰা হয়—  

(A) অক্টোবৰ মাহৰ প্ৰথম সাত দিন 
 
(B) ডিচেম্বৰ মাহৰ প্ৰথম দহ দিন 

(C) জানুৱাৰী মাহৰ প্ৰথম সাত দিন 
 
(D) জানুৱাৰী মাহৰ প্ৰথম দহ দিন 
 
উত্তৰ : (B) ডিচেম্বৰ মাহৰ প্ৰথম দহ দিন 
 
28. মিজো শব্দৰ অৰ্থ ______ ।

( A) প্রকৃতি-প্রাণবাদী 

(B) পাহাৰৰ বাসিন্দা
 
(C) নদীৰ সন্তান

(D) এটাও শুদ্ধ নহয় । 

উত্তৰ : (B) পাহাৰৰ বাসিন্দা
 
29. ‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসৱ ? 
 
(A) নগাসকলৰ 
 
(B) জয়ন্তীয়াসকলৰ 
 
(C) মিজোসকলৰ 
 
(D) খাচীয়া সকলৰ 
 
উত্তৰ : (C) মিজোসকলৰ 
 
30. অসমীয়া ভাষাৰ আধুনিক ৰূপটো—— আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ লয়। 
 
(A) জোনাকী 
 
(B) অৰুণোদয় 
 
(C) জয়ন্তী 
 
(D) বাঁহী 
 
উত্তৰ : (B) অৰুণোদয়

31. আহোমসকলে প্রথম অৱস্থাত ব্যৱহাৰ কৰা ভাষাটো______। (A) সংস্কৃত (B) টাই (C) অসমীয়া (D) এটাও নহয়। উত্তৰ : (B) টাই 32. শংকৰদেৱ ৰচিত প্রথম নাট _______ত বৃন্দাৱনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি। (A) ৰামবিজয় (B) চিহ্নযাত্রা (C) কালিয় দমন

(D) ৰুক্মিণী হৰণ উত্তৰ : (B) চিহ্নযাত্ৰা 33. মধ্যযুগৰ আটাইতকৈ মনীষীজন খ্যাতনামা অসমীয়া মনীষীজন _______ (A) অনন্ত কন্দলি (B) মাধৱ কন্দলি (C) শ্ৰীমন্ত শংকৰদেৱ

(D) শ্রীশ্ৰীমাধৱদেৱ উত্তৰ : (C) শ্ৰীমন্ত শংকৰদেৱ। 34. ঊষা-পৰিণয় কাব্য ৰচনা কৰিছিল – (A) ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে (B) সূৰ্যখী দৈৱজ্ঞই

(C) পীতাম্বৰ কবিয়ে

(D) শ্ৰীশ্ৰীমাধৱদেৱে উত্তৰ :(C) পীতাম্বৰ কবিয়ে

35. অসমৰ প্ৰথম বাৰ্তালোচনী 'অৰুণোদয়' কেতিয়া প্রকাশ হয় ?
(A) ১৮৩৬ খ্রিষ্টাব্দত

(B) ১৮৪০ খ্রিষ্টাব্দত (C) ১৮৪৩ খ্রিষ্টাব্দত

(D) ১৮৪৬ খ্রিষ্টাব্দত উত্তৰ : (D) ১৮৪৬ খ্রিষ্টাব্দত 36. চুফী সাধক আজান পীৰ অৰ্থাৎ চাহ মিলনে আহোম স্বৰ্গদেউ —–ৰ দিনত অসমলৈ আহিছিল। (A) গদাধৰ সিংহৰ দিনত (B) ৰুদ্ৰ সিংহৰ দিনত (C) শিৱ সিংহৰ দিনত (D) ৰাজেশ্বৰ সিংহৰ দিনত উত্তৰ : (A) গদাধৰ সিংহৰ দিনত 37. চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা -অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। (A) কাৱালী (B) ধ্রুপদী সংগীত (C) জিকিৰ আৰু জাৰি (D) এটাও নহয়। উত্তৰ : (C) জিকিৰ আৰু জাৰি

38. সুকুমাৰ বৰকাই থৰ পুথিখনৰ চিত্ৰসমূহ দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে অংকন কৰিছিল। (A) হস্তীবিদ্যার্ণর

(B) চিত্ৰ ভাগৱত

(C) গীত গোবিন্দ

(D) আনন্দলহৰী উত্তৰ ঃ (A) হস্তীবিদ্যার্ণর 39. শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল -_______ ই।

(A) স্বৰ্গদেৱ গদাধৰসিংহই (B) স্বৰ্গদেৱ ৰুদ্ৰসিংহই

(C) স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই (D) স্বৰ্গদেৱ প্ৰমত্ত সিংহই উত্তৰ : (B) স্বৰ্গদেৱ ৰুদ্ৰসিংহই 40. আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য জোখ- মাখ আদি চোৱা-চিতা কৰিবলৈ নিয়োজিত বিষয়াগৰাকী— (A) তামুলী ফুকন (B) বৰফুকন (C) চাংৰুং ফুকন

(D) চিৰিফুকন উত্তৰ :(C) চাংৰুং ফুকন 41.আহোম স্বৰ্গদেৱ________ ৰংঘৰৰ বাকৰিত বিহুনৃত্য তথা খেল-ধেমালি আদি প্রদর্শনীমূলকভাৱে আৰম্ভ কৰিছিল। (A) স্বৰ্গদেৱ গদাধৰসিংহই (B) স্বৰ্গদেৱ ৰুদ্ৰসিংহই

(C) স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই (D) স্বৰ্গদেৱ প্ৰমত্ত সিংহই উত্তৰ : (B) স্বৰ্গদেৱ ৰুদ্ৰসিংহই

42. স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত গীতবিধ- (A) গোৱালপৰীয়া লোকগীত (B) কামৰূপী লোকগীত

(C) দৰঙৰ চিয়াগীত (D) নাঙেলী নামৰ গৰখীয়া গীত উত্তৰ : (A) গোৱালপৰীয়া লোকগীত

43. মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীতেৰে -—ওজাপালি গোৱা হয় ৷
(A) ব্যাসৰ ওজা

(B) মনসা স্তুতি (C) সুকনান্নী (D) এটাও নহয়। উত্তৰ :(C) সুকনান্নী

44. সমগীত নাটক অকাদেমীৰ বঁটাৰে সন্মানিত ওজাপালিৰ শিল্পী দুগৰাকী_______

(a) মোহন ভাইৰা আৰু দধি পাঠক

(b) ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ

(c) ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক

(d) এটাও নহয়

উত্তৰঃ (b) ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ

45. লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী______

(a) খগেন মহন্ত

(b) ৰামেশ্বৰ পাঠক

(c) প্ৰতিমাপাণ্ডে বৰুৱা

(d) ধনদা পাঠক

উত্তৰঃ (c) প্ৰতিমাপাণ্ডে বৰুৱা