ভাৰতীয় গণতন্ত্ৰ 

1. কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল ? 
 
(a) ১৬৫৭ চনৰ পৰা ১৯৪৭ চনলৈ 
 
(b) ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈ 
 
(c) ১৮৫৭ চনৰ পৰা ১৯৪৫ চনলৈ 
 
(d) ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈ 
 
উত্তৰ : (b) ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈ 

2. ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে ? 
 
(a) ১৯৪৫ চনৰ ২৬ জানুৱাৰী 
 
(b) ১৯৪৮ চনৰ ৩০ জানুৱাৰী 
 
(c) ১৯৪৭ চনৰ ১৫ আগষ্ট 
 
(d) ১৯৫০ চনৰ ২৬ জানুৱাৰী 

উত্তৰ : (c) ১৯৪৭ চনৰ ১৫ আগষ্ট 
 
3. ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ? 
 
(a) শ্রমিক দল 
 
(b) গণতান্ত্রিক দল 
 
(c) কনজাৰভেটিভ দল 

(d) কমিউনিষ্ট দল 
 
উত্তৰ : (a) শ্রমিক দল 
 
4. 'কেবিনেট মিছন' ভাৰতলৈ কেতিয়া আহিছিল ? 
 
(a) ১৯৪৪ চনৰ মাৰ্চ মাহত 
 
(b) ১৯৪৫ চনৰ মাৰ্চ মাহত 
 
(c) ১৯৪৬ চনৰ মাৰ্চ মাহত 
 
(d) ১৯৪৭ চনৰ মাৰ্চ মাহত 
 
উত্তৰ : (c) ১৯৪৬ চনৰ মাৰ্চ মাহত

5. কাৰ তৎপৰতাত ভাৰতৰ বাবে সংবিধান সভা (Constituent Assembly) গঠন হৈছিল? 
 
(a) ভাৰতীয় জাতীয় কংগ্ৰেছৰ
 
(b) মুছলিম লীগৰ 
 
(c) ফৰৱাৰ্ড ব্লকৰ
 
(d) কেবিনেট মিছনৰ 
 
উত্তৰ : (d) কেবিনেট মিছনৰ 
 
6. সংবিধান সভা (Constituent Assembly) ৰ প্ৰথমখন বৈঠক বহিছিল— 
 
(a) ১৯৪৫ চনৰ ১১ ডিচেম্বৰ 
 
(b) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ 
 
(c) ১৯৪৬ চনৰ ১২ ডিচেম্বৰ 
 
(d) ১৯৪৭ চনৰ ৯ ডিচেম্বৰ 
 
উত্তৰ : (b) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ 

7. ভাৰতৰ বাবে ৰচনা কৰিবলগা সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল— 
 
(a) ড° ৰাজেন্দ্ৰ প্ৰসাদ 
 
(b) ড° বি আৰ আম্বেদকাৰ 

(c) ড° সদ্ভিদানন্দ সিন্হাই 
 
(d) আলাদি কৃষ্ণস্বামী আয়াৰ 

উত্তৰঃ (c) ড° সদ্ভিদানন্দ সিন্হাই  
 
8. সংবিধান সভা (Constituent Assembly) ত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ? 
 
(a) ড° ৰাজেন্দ্ৰ প্ৰসাদ 
 
(b) ড° বি আৰ আম্বেদকাৰ 
 
(c) ড° সদ্ভিদানন্দ সিন্হা 
 
(d) আলাদি কৃষ্ণস্বামী আয়াৰ 
 
উত্তৰ : (a) ড° ৰাজেন্দ্ৰ প্ৰসাদ 

9. খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ? (a) ড° বি আৰু আম্বেদকাৰ (b) ড° ৰাজেন্দ্ৰ প্ৰসাদ (c) চৈয়দ মহম্মদ চাদুল্লা (d) এন গোপালস্বামী আয়েংগাৰ উত্তৰ : (a) ড° বি আৰ আম্বেদকাৰ 10. ‘সমাজবাদী' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল ? (a) ১৯৭৬ চনৰ ৪২ নং সংশোধনী

(b) ১৯৭৭ চনৰ ৪৩ নং সংশোধনী (c)১৯৮৩ চনৰ ৪৬ নং সংশোধনী (d)১৯৮৪ চনৰ ৪৯ নং সংশোধনী উত্তৰ : (a) ১৯৭৬ চনৰ ৪২ নং সংশোধনী

11. ইংৰাজী Federation শব্দটো কোনটো ভাষাৰ কি শব্দৰপৰা আহিছে? (a) গ্রীক শব্দ 'Foedus ৰ পৰা

(b) লেটিন শব্দ ‘Foedus'ৰপৰা (c) ফৰাচী শব্দ ‘Foedus ৰপৰা (d) ওপৰৰ এটাও নহয় উত্তৰ : (b) লেটিন শব্দ ‘Foedus ৰ পৰা।

12. লেটিন শব্দ 'Foedus ৰ অৰ্থ— (a) ‘যুদ্ধ' অথবা 'সন্ধি' (b) ‘যুদ্ধ' অথবা ‘শান্তি’

(c) ‘যুদ্ধ' অথবা ‘ধ্বংস’ (d) চুক্তি' অথবা 'সন্ধি' উত্তৰ : (d) 'চুক্তি' অথবা ‘সন্ধি’

13. ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি' (Homeland of Fed-eration) বুলি কাক কোৱা হয়।
(a) ভাৰতবৰ্ষ (b) আমেৰিকা (c) গ্রেট ব্রিটেইন (d) কানাডা উত্তৰ : (b) আমেৰিকা 14. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ? (a) আছে (b) নাই (c) সীমিতভাৱে আছে

(d) ওপৰৰ এটাও নহয়। উত্তৰ : (b) নাই
15. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ______ পৰা অনুকৰণ কৰা হৈছে। 
 
(a) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান 

(b) গ্রেট ব্ৰিটেইনৰ সংবিধান

(c) কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান 

(d) ওপৰৰ এটাও নহয়। 
 
উত্তৰ : (c) কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান 

16. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে। 
 
(a) চীনদেশৰ সংবিধানৰ পৰা 

(b) গ্রেট ব্ৰিটেইনৰ সংবিধানৰ পৰা 
 
(c) চুইজাৰলেণ্ডৰ সংবিধানৰ পৰা 
 
(d) ওপৰৰ এটাও নহয়। 
 
উত্তৰ : (b) গ্রেট ব্ৰিটেইনৰ সংবিধানৰ পৰা 
 
17. ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠাইছিল? 
 
(a) ভাৰতত ব্ৰিটিছে স্থাপন কৰা ব্যৱসায়-উদ্যোগ- কাৰখানা ইংলেণ্ডলৈ নিয়াৰ বাবে 
 
(b) ভাৰতবৰ্ষক কঠোৰভাৱে শাসন কৰি স্বাধীনতা আন্দোলন মষিমূৰ কৰিবৰ বাবে
 
(c) এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে 
 
(d) ওপৰৰ এটাও নহয়। 
 
উত্তৰ : (c) এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে

18. ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা — —ভিত্তিত চলিছিল।
(a) ১৯১৫ চনৰ ভাৰত চৰকাৰ আইন

(b) ১৯২৯ চনৰ ভাৰত চৰকাৰ আইন (c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন (d) ১৯৪৫ চনৰ ভাৰত চৰকাৰ আইন উত্তৰ : (c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন 19. সংবিধান সভাই কেতিয়া খচৰা কমিটী (Draft -ing Committee) গঠন কৰে।

(a) ১৯৪৭ চনৰ ১৬ আগষ্ট (b) ১৯৪৭ চনৰ ২১ আগষ্ট (c) ১৯৪৭ চনৰ ২৯ আগষ্ট

(d) ১৯৪৮ চনৰ ১৯ আগষ্ট উত্তৰ : (c) ১৯৪৭ চনৰ ২৯ আগষ্ট

20. ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ খন বৈঠক বহিছিল। 
 
(a) ১১ খন 
 
(b) ১৫ খন 

(c) ১৭ খন 
 
(d) ২০ খন 

উত্তৰ : (a) ১১ খন 
 
21. কিমান দিনৰ পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছিল ? 
 
(a) প্রায় দুই বছৰ 

(c) প্রায় তিনি বছৰ 

(d) প্রায় তিনি বছৰ ছমাহ 
 
(b) প্রায় দুই বছৰ ছমাহ 
 
উত্তৰ : (c) প্রায় তিনি বছৰ 
 
22. সংবিধান সভাৰ খচৰা কমিটী (Drafting Committee) য়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি দাখিল কৰে— 

(a) ১৯৪৭ চনৰ ১৬ আগষ্ট 
 
(b) ১৯৪৭ চনৰ ২৬ নৱেম্বৰ 
 
(c) ১৯৪৮ চনৰ ১৯ আগষ্টত 
 
(d) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ 
 
উত্তৰ : (d) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ 

23. ভাৰত বৰ্ষৰ নতুন সংবিধানখন কেতিয়া বলৱৎ কৰা হয় ? 
 
(a) ১৯৪৭ চনৰ ১৬ আগষ্টত 
 
(b) ১৯৫০ চনৰ ২৬ জানুৱাৰীত 
 
(c) ১৯৫১ চনৰ ৩০ জানুৱাৰীত 
 
(d) ওপৰৰ এটাও নহয়। 
 
উত্তৰঃ (b) ১৯৫০ চনৰ ২৬ জানুৱাৰীত 
 
24. 'সার্বভৌমত্ব' মানে _______ 

(a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা 
 
(b) ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা 
 
(c) এক প্ৰকাৰৰ ক্ষমতা 
 
(d) ওপৰৰ এটাও নহয়। 
 
উত্তৰ : (a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা 

25. পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল- 
 
(a) ১৯১৫ চনৰ ভাৰত চৰকাৰ আইনে 
 
(b) ১৯২৯ চনৰ ভাৰত চৰকাৰ আইনে 
 
(c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে 

(d) ১৯৪৭ চনৰ ভাৰত চৰকাৰৰ স্বাধীনতা আইনে 
 
উত্তৰ : (c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে

26. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো ________ বাক্যৰে আৰম্ভ কৰা হৈছে। (a) ‘আমি ভাৰতৰ জনসাধাৰণে’ (b) ‘আমি সংবিধানৰ প্ৰণেতাসকলে’ (c) ‘আমি স্বাধীনতা সংগ্রামীসকলে’ (d) ওপৰৰ এটাও নহয় । উত্তৰ : (a) ‘আমি ভাৰতৰ জনসাধাৰণে’ 27. 'যুক্তৰাষ্ট্ৰ' শব্দটো –ৰ সংবিধানত উল্লেখ নাই।
(a) আমেৰিকা (b) ভাৰত (c) চুইজাৰলেণ্ড (d) কানাডা উত্তৰ : (b) ভাৰত 28. দ্বৈত নাগৰিকত্ব_______ ৰ সংবিধানৰ এটা বৈশিষ্ট্য।
(a) আমেৰিকা (b) ভাৰত (c) চুইজাৰলেণ্ড (d) কানাডা উত্তৰ : (a) আমেৰিকা 29. প্ৰস্তাৱনাত ভাৰতক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ _________ গণৰাজ্য হিচাপে স্বীকৃত দিছে। (a) ৰাজতান্ত্ৰিক (b) গণতান্ত্রিক (c) একনায়কত্ববাদী (d) এটাও নহয়। উত্তৰঃ (b) গণতান্ত্রিক