১। তুৰ্কী-আফগানসকল ভাৰতলৈ অহাৰ আগৰ সময়ছোৱাত কিমানৰ পৰা কিমান খিষ্টাব্দলৈকে ৰাজবংশৰ শাসন চলিছিল?


a) ৬০০ৰ পৰা ১৪০০

b) ৮০০ৰ পৰা ১২০০

c) ৯০০ৰ পৰা ১৬০০

উত্তৰঃ b) ৮০০ৰ পৰা ১২০০

২। কিমান খ্ৰি.ত মানুদ গজনীৰ চুলতান হয়?


a) ৯৯৮

b) ৯৯২

 c)৮৮৭

উত্তৰঃ a) ৯৯৮

৩। গজনীৰ তুৰ্কী চুলতানসকলৰ ভিতৰত মানুদেই প্ৰথমে কি উপাধি পাইছিল?

a) মহন্ত

b) বৰুৱা

c) চুলতান

উত্তৰঃ c) চুলতান

৪। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত মূলতান ৰাজ্য জয় কৰে?


a) ১১৮৬

b) ১১৭৫

c) ১১৬২

উত্তৰঃ b) ১১৭৫

৫। মহম্মদ ঘোৰীৰ ভাৰত অভিযানে কিমান খ্ৰি.ত পেচোৱাৰ, লাহৰ, শিয়ালকোট আদি অঞ্চল জয় কৰে?


a) ১১৮৮

b) ১১৬৮

c)১১৯০

উত্তৰঃ b) ১১৬৮

৬। ইলতুৎমিছ কিমান চনত জন্ম হৈছিল?


a) ১২১১

b) ১২২৩

c) ১২৪২

উত্তৰঃ a) ১২১১

৭। কুতুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰি.ত কোন বংশৰ চুলতান হয়?


a) চুকাফা

b) মহম্মদ ঘোৰীৰ ভাৰত অভিযান

c) ইলতুৎমিছ

উত্তৰঃ c) ইলতুৎমিছ

৮। ইলতুৎমিছৰ কিমান চনত মৃত্যু হৈছিল?


a) ১২৮৮

b) ১২৩৬

c) ১২৩২

উত্তৰঃ b) ১২৩৬

৯। কিমান খ্ৰি.ত মদম্মদ ঘোৰীৰ মৃত্যু হৈছিল?

a) ১২০৬

b) ১২২২

c) ১২১২

উত্তৰঃ a) ১২০৬

১০। কিমান খ্ৰি.ত চুলতান হৈ আল্লাউদ্দিনে নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰে


a) ১২৮৮

b) ১২৬৮

c) ১২৯৬

উত্তৰঃ c) ১২৯৬

১১। ৰেজিয়া চুলতান কিমান চনত জন্ম হৈছিল?


a) ১২৪৪

b) ১২৩৬

c) ১২৪৮

উত্তৰঃ b) ১২৩৬

১২। ইলতুৎমিছৰ পিছত তেওঁৰ কোন ৰেজিয়া দিল্লীৰ চুলতান হৈছিল?


a) জিয়েক

b) পুতেক

c) পিতাক

উত্তৰঃ a) জিয়েক

১৩। খিলিজি বংশ কিমান চনত জন্ম হৈছিল?


a) ১২৮৬

b) ১২৯

c) ১২৯৯

উত্তৰঃ b) ১২৯০

১৪। ৰেজিয়া চুলতানৰ কিমান চনত মৃত্যু হৈছিল?


a) ১২৪০

b) ১২৮৮

c) ১২৫৪

উত্তৰঃ a) ১২৪০

১৫। আল্লাউদ্দিন খিলিজ কিমান চনত জন্ম হৈছিল?


a) ১২৯৬

b) ১২৮৪

c) ১২৬৬

উত্তৰঃ a) ১২৯৬

১৬। খিলিজ বংশ কিমান চনত মৃত্যু হৈছিল?


a) ১৩৪২

b) ১৩২০

c) ১৩২৮

উত্তৰঃ b) ১৩২০

১৭। জালালুদ্দিনৰ শাসনকালত কিমান খ্ৰি.ত মংগোলসকলে উত্তৰ-পশ্চিম সীমান্তইদি ভাৰত আক্ৰমণ কৰে।


a) ১২৯২

b) ১২৮৮

c) ১২৯৮

উত্তৰঃ a) ১২৯২

১৮। আল্লাউদ্দিন খিলিজৰ কিমান চনত মৃত্যু হৈছিল?


a) ১৩৪২

b) ১৩২২

c) ১৩১৬

উত্তৰঃ c) ১৩১৬

১৯। কিমান খ্ৰি.ত মদম্মদ বিন টোগলক দিল্লীৰ চুলতান হয়?


a) ১৩২৫

b) ১৩২২

c) ১৩২৮

উত্তৰঃ a) ১৩২৫

২০। কিমান খ্ৰি.লৈকে টোগলক বংশৰ ৰাজত্ব শাসন কৰে?


a) ১৩৪৪

b) ১৩২৫

c) ১৩৬৬

উত্তৰঃb) ১৩২৫