১। বাবৰে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কি ৰাজবংশ বোলে?

a) মোগল ৰাজবংশ

b) মহম্মদ ৰাজবংশ

c) ইব্ৰাহিম ৰাজবংশ

উত্তৰঃ a) মোগল ৰাজবংশ

২। কিমান খ্ৰি.ত বাবৰে পানিপত নামৰ ঠাইত দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়?

a) ১৫৪৪

b) ১৫২০

c) ১৫২৬

উত্তৰঃ c) ১৫২৬

৩। কিমান খ্ৰি.ত হোৱা এই যুদ্ধত সংগ্ৰাম সিংহৰ মৃত্যু হয়?

a) ১৫৩৪

b) ১৫২২

c) ১৫২৭

উত্তৰ ঃ c) ১৫২৭

৪। বাবৰৰ মৃত্যুৰ পাছত পুতেক হুমায়ুন কিমান খ্ৰি.ত দিল্লীৰ সিংহাসনত বহে?

a) ১৫৪৮

b) ১৫৩০

c) ১৫৩৯

উত্তৰঃ b) ১৫৩০

৫। কিমান খ্ৰি.ত হোৱা ঘৰ্ঘৰা যুদ্ধত বাবৰে আফগানসকলক পৰাজিত কৰি বংগদেশৰ সীমালৈকে তেওঁৰ ৰাজ্যৰ ভিতৰুৱা কৰিলে?

a) ১৫২৯

b) ১৫২৭

c) ১৫২৬

উত্তৰঃ a) ১৫২৯

৬। বাবৰৰ আত্মজীৱনীখনৰ নাম কি আছিল?

a) মোৰ জীৱন সোঁৱৰণ

b) তুজুক

c) ককা দেউতাৰ হাড়

উত্তৰঃ b) তুজুক

৭। কিমান খ্ৰি.ত চিৰহিন্দৰ যুদ্ধত ছেৰ ছাহৰ দুৰ্বল উত্তৰাধিকাৰী শূৰ বংশৰ শেষৰজনা সম্ৰাট চিকন্দৰক পৰাস্ত কৰি দিল্লী আৰু আগ্ৰা অধিকাৰ কৰে?

a) ১৫৬৮

b) ১৫৮২

c) ১৫৫৫

উত্তৰঃ c) ১৫৫৫

৮। কিমান বছৰৰ পাছত নিজৰ হেৰুওৱা ৰাজ্য উদ্ধাৰ কৰিছিল যদিও বেছি দিন তেওঁ ৰাজ্য শাসন কৰিবলৈ নাপালে?

a) ১৮ বছৰ

b) ১৫ বছৰ

c) ১২ বছৰ

উত্তৰঃ b) ১৫ বছৰ

৯। কিমান চনত হুমায়ুনৰ মৃত্যু হয়?

a) ১৫৫৬

b) ১৫৮০

c) ১৫৬২

উত্তৰ ঃ a) ১৫৫৬

১০। ছেৰ ছাহ কিমান চনত জন্ম হৈছিল?

a) ১৫৫২

b) ১৫৩৪

c)১৫৪০

উত্তৰঃ c)১৫৪০