দ্বিতীয় অধ্য়ায় 

প্ৰাগৈতিহাসিক নৃতত্ত্ব 

১)  জীৱ-জগতৰ ভিতৰত মানুহেই হল শ্ৰেষ্ঠ জীৱ। সচাঁ নে মিচা?

উত্তৰঃ সচাঁ ।


২) লোৰ ব্যৱহাৰ আৰম্ভণি হোৱা যোগটোক কি বুলি জনা যায়-

উত্তৰঃ লৌহ যোগ ।


৩) চেপেটা পশ্চাৎ মূৰটোৰ কাৰিকৰী পদ্ধতি আৰু আকৃতি অনুযায়ী কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ দুটা ।


৪) অলভোৱান সংস্কৃতিৰ প্ৰধান সঁজুলিবিধ কি ?

উত্তৰঃ শিলগুটি অস্ত্ৰ ।


৫) আগৰ মানুহে কিহেৰে হাতিয়াৰ তৈয়াৰ কৰিছিল ?

উত্তৰঃ শিলেৰে ।


৬) লোৰ ব্যৱহাৰ মানৱ সমাজত কিমান বছৰৰ আগত হৈছিল?

উত্তৰঃ ১০০০ বছৰৰ আগত ।


৭) কোনবিধ সঁজুলি দেখাত হাঁহ কণীৰ নিচিনা?

উত্তৰঃ ডিম্বাকৃতিৰ হস্তকুঠাৰ ।


৮)  এমুখীয়া ৰোকনীক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ ৪টা ।


৯) মানৱে ব্যৱহাৰ কৰা প্ৰথম সঁজুলি কি ?

উত্তৰঃ শিলগুটিৰ অস্ত্ৰ ।


১০) প্ৰত্ন প্ৰস্তৰ যুগৰ প্ৰধান জীৱিকা কি? 

উত্তৰঃ চিকাৰ ।


১১) ক্ষুদ্ৰানাস্ত্ৰসমূহ প্ৰধানত কি কামত ব্যৱহাৰ হৈছিল-

উত্তৰঃ মাছ মাৰিবৰ কাৰণে ।


১২) ৰুকনি এবিধ চলি সঁজুলি। শুদ্ধ নে অশুদ্ধ-

উত্তৰঃ শুদ্ধ ।


১৩) মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতুটো কি ?

উত্তৰঃ তাম ।


১৪) হস্তকুঠাৰ চলি নে সথূল সঁজুলি-

উত্তৰঃ সথূল সঁজুলি ।


১৫) EOS শব্দৰ অৰ্থ কি ?

উত্তৰঃ দোক-মোকালি ।


১৬) EOLITHIC শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উত্তৰঃ গ্ৰীক ।


১৭) ক্লিভাৰ কোন দেশৰ এচুলীয় সংস্কৃতিৰ বৈশিষ্ট্য?

উত্তৰঃ গ্ৰেট ব্ৰিটেইন ।


১৮) মানৱ জীৱনৰ প্ৰায় শতকৰা কিমান ভাগ সময় প্ৰত্ন প্ৰস্তৰ যুগত অতিবাহিত হৈছিল ?

উত্তৰঃ ৯৯ ভাগ ।


১৯)  ক্ষুদ্ৰাকৃত্ৰিৰ সঁজুলিসমূহ কোন যুগৰ সাংস্কৃতিক বৈশষ্ট ?

উত্তৰঃ মধ্য প্ৰস্তৰ যুগৰ ।


২০) ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম সভ্যতা বুলিলে কোন সভ্যতাক বুজায় ?

উত্তৰঃ হৰপ্পা সভ্যতা ।


Type by- Mandira Saha