পঞ্চম অধ্য়ায়

নৃগোষ্ঠী বৰ্ণনাতত্ত্ব

১. উত্তৰ-পূৱ ভাৰতক কেই ভনী ৰাজ্য বুলি কোৱা হয় ?  

উত্তৰঃ সাতভনী ।


 ২. অসমত বাস কৰা তলৰ কোনটো জনজাতি ?  

উত্তৰঃ কাৰ্বি ।


৩. ত্ৰিপুৰাত বাস কৰা তলৰ কোনটো জনজাতি ? 

 উত্তৰঃ ৰিংয়া ।


৪. মেঘালয় ৰাজ্যৰ কোন পশ্চিম  অঞ্চলত কোন জাতি বাসভূমি ?  

উত্তৰঃ গাৰো ।


৫. আচিক মানে কি ?  

উত্তৰঃ পাহাৰ ।


 ৬. মান্দে মানে কি ?   

উত্তৰঃ মানুহ ।


৭. আচিক আৰু মান্দে দুয়োটাৰে অৰ্থ কি ?  

উত্তৰঃ পাহাৰৰ মানুহ ।


 ৮. গাৰোসকলে ক'ত বাস কৰে  ?  

উত্তৰঃ চাং ঘৰ ।


৯. চাঙৰ পৰা মূধৰ দূৰত্ব কিমান মিটাৰ ?  

উত্তৰঃ ২.৭০ ।


১০. চাং দুখনৰ মাজৰ ঠাইখিনিক কি বোলে ?  

উত্তৰঃ নোখ্ৰা ।


১১. গাৰো সকলৰ প্ৰধান কোঠৰিটোক কি বুলি কোৱা হয় ?  

উত্তৰঃ দোংৰামা ।


১২. খ্ৰিষ্ট ধৰ্মত দীক্ষিত গাৰোসকলৰ পাকঘৰক কি নামেৰে জনা যায় ?  

উত্তৰঃ বাবুচী ।


১৩. পুৰণিকলীয়া গাৰো সকলে কি পৰিধান কৰিছিল ?  

উত্তৰঃ কৌপিন ।


 ১৪. কোৰক গাৰো ভাষাত কি বোলা হয় ?  

 উত্তৰঃ গিৎচি ।


১৫. আদহীয়া বুলিয়াংসকলক কি বোলে ? 

 উত্তৰঃ য়াপা বুলিয়াং ।


১৬. কেলে উপত্যকাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান ফুট ?  

উত্তৰঃ ৫০০০ ।


১৮. চোংলি ঠালত কেইটা গোত্ৰ আছে ?  

উত্তৰঃ ৩৮ ।


১৯. জুহালক মিচিং সকলে কি বোলে ?  

উত্তৰঃ মেৰাম ।


২০. মিচিং সকলৰ চাং ঘৰটো মাটিৰ পৰা কিমান মিটাৰ ওখ ? 

উত্তৰঃ ১.৫ ।


Type by- Mandira Saha