ষষ্ঠ অধ্য়ায়

পৰিস্থিতি বিজ্ঞান বা বাস্তব বিদ্য়া 


১. পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ কি ?  

উত্তৰঃ Environment .


২. পৰিৱেশৰ জড় উপাদান সমূহক কি বোলা হয় ?  

উত্তৰঃ অজৈৱিক ।


৩. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান কিমান শতাংশ ? 

 উত্তৰঃ ২০.৯৪।


৪. বায়ুমণ্ডলত আৰ্গন পৰিমান কিমান শতাংশ ?  

উত্তৰঃ ০.৯৩।


 ৫. সাগৰ-মহাসাগৰৰ পানীত কিমান শতাংশ ক্লৰাইড আছে ?

  উত্তৰঃ ৭৮।


৬. কেডমিয়াম যুক্ত চাউল খোৱাৰ ফলত বহু লোক মাৰাত্মক ৰোগত আক্ৰান্ত সেই ৰোগবিধৰ কি বোলা হয় ?  

উত্তৰঃ ইটাই ইটাই ।


৭. মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোক কি বোলে ?  

উত্তৰঃ মিনামাটা।


৮. পৰিস্থিস্তি বিজ্ঞানক ইংৰাজী ভাষাত কি বোলে ?  

উত্তৰঃ 'ইক'লজি' ।


৯. কিমান চনত ব্ৰিটিছ বিজ্ঞানী ড° এ, জি টেনচলিয়ে প্ৰথমে ইক'চিষ্টেমৰ নামকৰণ কৰিছিল ?  

উত্তৰঃ ১৯৩৫।


 ১০. পৰিস্থিতি তন্ত্ৰ এক কি তন্ত্ৰ ? 

 উত্তৰঃ গতিশীল।


১১. পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোক কি বোলে ?  

উত্তৰঃ উৎপাদক ।


১২. শেলাই জাতীয় উদ্ভিকবোকৰ কি বোলা হয় ?  

উত্তৰঃ প্লৱক ।


১৪. পৰিস্থিত তন্ত্ৰৰ সেউজীয়া উদ্ভিদক কি বোলা হয় ? 

 উত্তৰঃ প্ৰাথমিক ।


১৫. যিবোৰ প্ৰানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তাক কি বোলে ? 

 উত্তৰঃ উপভোক্তা ।


১৬. এবিধ তৃণভোজী প্ৰাণীৰ নাম কি ?  

উত্তৰঃ গৰু ।


 ১৭. এবিধ বিয়োজকৰ নাম হ'ল ? 

 উত্তৰঃ ভেঁকুৰ ।


১৮. এবিধ অজৈৱিক উপাদানৰ নাম হ'ল ? 

 উত্তৰঃ পানী ।


১৯. বৰফেৰে নিৰ্মিত ঘৰক কি বোলে ? 

 উত্তৰঃ ইগলু ।


২০. কিমান চনত জাপানৰ উপসাগৰৰ পানী প্ৰদূষণ হোৱাৰ ফলত বহু মানুহ মিনামাটা ৰোগত আক্ৰান্ত হৈছিল ?  

উত্তৰঃ ১৯৮৮।


Type by- Mandira Saha