Chapter 10

বিশ্ব খনিকৰ

১) বিশ্ৱ খনিকৰ পাঠটি লিখক কোন?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।


২) মফিজুদ্দিন আহমদ হাজৰিকা কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭০ চনত ।


৩) অসমীয়া সাহিত্য়ত 'জ্ঞানমালিনী কবি' হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।


৪) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ 'তত্ত্ৱ - পাৰিজাত' । 


৫) 'জ্ঞানমালিনী' কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ ১৮৯৬ চনত । 


৬) কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়?

উত্তৰঃ তমোঃ গুণ ।


৭)  অসম সাহিত্য় সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই কিমান চনত সভাপতিৰ আসন অলংকৃত কৰিছিল?

উত্তৰঃ ১৯৩০ চনত । 


৮) কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে?

উত্তৰঃ ৰজঃ গুণ ।


৯) মফিজুদ্দিন আহমদ হাজৰিকাক কি কবিৰূপে জনা যায়?

উত্তৰঃ 'জ্ঞানমালিনীৰ' ।


১০)  'বিশ্ৱখনিকৰ' বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰঃ পৰমেশ্ৱৰ বা ঈশ্ৱৰ ।


১১)  মফিজুদ্দিন আহমদ হাজৰিক কিমান চনত শেষ নিশ্ৱাস এৰে?

উত্তৰঃ ১৯৫৮ চনত ।


১২) মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ 'জোনাকী' ।


১৩) 'বিশ্ৱখনিকৰ' কোন  শ্ৰেণীৰ কবিটা?

উত্তৰঃ ৰহস্য়বাদী ।


১৪) হুনু মানে কি?

উত্তৰঃ হেনো ।


১৫) 'বিশ্ৱখনিকৰ' শব্দ অৰ্থ কি?

উত্তৰঃ বিশ্ৱ নিৰ্মাণ কৰোঁতা।


১৬)  নিৰ্গুণ শব্দ অৰ্থ কি?

উত্তৰঃ সকলো গুণৰ ঊধৰ্বত ।


১৭) সত্ত্ৱঃ গুণে কি প্ৰদান কৰে?

উত্তৰঃ জ্ঞান ।


১৮) কোনটা গুণ শান্ত আৰু নম্ৰ?

উত্তৰঃ সত্ত্ৱঃ গুণ ।


১৯) অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।


২০) বাজীকৰৰ অৰ্থ কি ?

উত্তৰঃ যাদুকৰ বা ঐন্দ্ৰজালিক ।


Type by- Mandira Saha