Chapter 12

জনতাৰ আহ্বান 

১) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ 'জয়মতী'।

২) জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯০৩ চনত ।

৩) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা জিলাখনৰ নাম কি?

উত্তৰঃ ডিব্ৰুগড় ।

৪) জ্য়োতিপ্ৰসাদ আগৰৱলাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ' ।

৫) জনতাৰ আহ্ৱান পাঠটি লিখক কোন?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।

৬) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত মৃত্য়ুবৰণ কৰিছিল?

উত্তৰঃ ১৯৫১ চনত ।

৭) পঙ্কক শব্দ অৰ্থ কি?

উত্তৰঃপদুম ফুল ।

৮) দ্ৱিতীয় কথাছবিখনৰ নাম কি?

উত্তৰঃ 'শোণিত কুঁৱৰী' ।

৯) প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' কিমান চনত নিৰ্মাণ কৰে?

উত্তৰঃ ১৯৩৫ চনত ।

১০) দ্ৱিতীয় কথাছবিখন কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰঃ ১৯৩৯ চনত ।

১১) অভিনৱ মানে কি?

উত্তৰঃ একেবাৰে নতুন ।

১২) জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম  কি?

উত্তৰঃ 'শোণিত কুঁৱৰী' ।

১৩) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা বোলছবিৰ নাম কি?

উত্তৰঃ 'জয়মতী' বা 'ঈন্দ্ৰমালতী' ।

১৪) কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?

উত্তৰঃ মানৱ জীৱনৰ ।

১৫) অসমীয়া সাহিত্য়-সংস্কৃতি জগতত 'ৰূপকোঁৱৰ' অভিধাৰে কোনগৰাকী সাহিত্য়িকক বিভূষিত কৰা হৈছে?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।

১৬) জ্য়োতিপ্ৰসাদ আগৰৱালায়ে উচ্চ শিক্ষা বাবে ইংলেণ্ডলৈ কিমান চনত গৈছিল?

উত্তৰঃ ১৯২৬ চনত ।

১৭) জ্য়োতিপ্ৰসাদে বোলছবি প্ৰয়োজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ ল'বলৈ ক'ত গৈছিল?

উত্তৰঃ জাৰ্মানী ।

১৮) জ্য়োতিপ্ৰসাদ মূলতঃ কি কবি আছিল?

উত্তৰঃ বিপ্লৱী কবি ।

১৯) কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?

উত্তৰঃ মানৱ জীৱনৰ ।

২০)  প্ৰবুদ্ধ শব্দ অৰ্থ কি?

উত্তৰঃ জ্ঞান লাভ কৰা ।

Type by- Mandira Saha