Chapter 12
জনতাৰ আহ্বান
১) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ 'জয়মতী'।
২) জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৯০৩ চনত ।
৩) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা জিলাখনৰ নাম কি?
উত্তৰঃ ডিব্ৰুগড় ।
৪) জ্য়োতিপ্ৰসাদ আগৰৱলাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ' ।
৫) জনতাৰ আহ্ৱান পাঠটি লিখক কোন?
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।
৬) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত মৃত্য়ুবৰণ কৰিছিল?
উত্তৰঃ ১৯৫১ চনত ।
৭) পঙ্কক শব্দ অৰ্থ কি?
উত্তৰঃপদুম ফুল ।
৮) দ্ৱিতীয় কথাছবিখনৰ নাম কি?
উত্তৰঃ 'শোণিত কুঁৱৰী' ।
৯) প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' কিমান চনত নিৰ্মাণ কৰে?
উত্তৰঃ ১৯৩৫ চনত ।
১০) দ্ৱিতীয় কথাছবিখন কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰঃ ১৯৩৯ চনত ।
১১) অভিনৱ মানে কি?
উত্তৰঃ একেবাৰে নতুন ।
১২) জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ 'শোণিত কুঁৱৰী' ।
১৩) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা বোলছবিৰ নাম কি?
উত্তৰঃ 'জয়মতী' বা 'ঈন্দ্ৰমালতী' ।
১৪) কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?
উত্তৰঃ মানৱ জীৱনৰ ।
১৫) অসমীয়া সাহিত্য়-সংস্কৃতি জগতত 'ৰূপকোঁৱৰ' অভিধাৰে কোনগৰাকী সাহিত্য়িকক বিভূষিত কৰা হৈছে?
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।
১৬) জ্য়োতিপ্ৰসাদ আগৰৱালায়ে উচ্চ শিক্ষা বাবে ইংলেণ্ডলৈ কিমান চনত গৈছিল?
উত্তৰঃ ১৯২৬ চনত ।
১৭) জ্য়োতিপ্ৰসাদে বোলছবি প্ৰয়োজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ ল'বলৈ ক'ত গৈছিল?
উত্তৰঃ জাৰ্মানী ।
১৮) জ্য়োতিপ্ৰসাদ মূলতঃ কি কবি আছিল?
উত্তৰঃ বিপ্লৱী কবি ।
১৯) কবিতাটোত কবিয়ে কাৰ জীৱন পুষ্পিত কৰি তুলিব বিচাৰিছে?
উত্তৰঃ মানৱ জীৱনৰ ।
২০) প্ৰবুদ্ধ শব্দ অৰ্থ কি?
উত্তৰঃ জ্ঞান লাভ কৰা ।
Type by- Mandira Saha
0 Comments