Chapter ১৫

উভতি নহাৰ কবিতা 

১) 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ আধুনিক কবিতা ।


২) 'তামীঘাৰ' শব্দটিৰ অৰ্থ কি?

উত্তৰঃ তম্বু ।


৩) কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ 'ককাদেউতাৰ হাড়' ।


৪) 'উভতি নহাৰ কবিতা' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ 'দলঙত তামীঘৰা' ।


৫) সুদীৰ্ঘ কাল 'ৰামধেনু' আলোচনী সম্পাদনা কৰা সাহিত্য়িক গৰাকী কোন?

উত্তৰঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।


৬) 'উভতি নহাৰ কবিতা' পাঠটি লিখক কোন?

উত্তৰঃ নৱকান্ত বৰুৱা ।


৭)  নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা কিমান চনত লাভ কৰিছিল?

উত্তৰঃ ১৯৭৫ চনত ।


৮) নৱকান্ত বৰুৱাক অসম সাহিত্য় সভাৰ সভাপতিৰ পদ কিমান চনত অলংকৃত কৰিছিল?

উত্তৰঃ ১৯৯০ চনত ।


৯) নৱকান্ত বৰুৱাৰ জন্ম হোৱা জিলা খনৰ নাম কি?

উত্তৰঃ গুৱাহাটী ।


১০) নৱকান্ত বৰুৱাক ভাৰত চৰকাৰে 'পদ্মভূষণ' সন্মান কিমান চনত আগবঢ়াইছিল?

উত্তৰঃ ১৯৭৬ চনত ।


১১) নৱকান্ত বৰুৱাই কোন মহাবিদ্য়ালয়ত প্ৰথম অধ্য়াপনাৰ কাম আৰম্ভ কৰিছিল?

উত্তৰঃ জগন্নাথ বৰুৱা মহাবিদ্য়ালয় ।


১২) নৱকান্ত বৰুৱাই জীৱন যুঁজ চলাই নিয়াৰ কৌশল ক'ৰ পৰা শিকিছে?

উত্তৰঃ দুখ-যন্ত্ৰণাৰ পৰা ।


১৩) নৱকান্ত বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম কি?

উত্তৰঃ 'কপিলীপৰীয়া সাধু' ।


১৪) নৱকান্ত বৰুৱাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯২৬ চনত ।


১৫) বীণা শব্দ অৰ্থ কি?

উত্তৰঃ প্ৰাচীন ভাৰতীয় তন্ত্ৰী শ্ৰেণীৰ এবিধ বাদ্য়যন্ত্ৰ ।


১৬) নৱকান্ত বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল?

উত্তৰঃ ২০০২ চনত ।


১৭) নৱকান্ত বৰুৱাই শিশু আৰু চেমেনীয়াৰ উপযোগীকৈ ৰচনা কৰা এখন গ্ৰন্থৰ নাম কি?

উত্তৰঃ 'আখৰৰ জখলা' ।


১৮) নৱকান্ত বৰুৱায়ে উপাধ্য়ক্ষ পদত থাকোঁতে তেওঁ কৰ্মজীৱন কৰ পৰা অৱসৰ লয়?

উত্তৰঃ কটন কলেজ মহাবিদ্য়ালয় ।


১৯) ৰাগি মানে কি?      

উত্তৰঃ নিচা ।


২০) কবিৰ বাবে জীয়াই থকা মন্ত্ৰ কি?

উত্তৰঃ দুখ-যন্ত্ৰণা ।


Type by-Mandira Saha