Chapter ১৫
উভতি নহাৰ কবিতা
১) 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ আধুনিক কবিতা ।
২) 'তামীঘাৰ' শব্দটিৰ অৰ্থ কি?
উত্তৰঃ তম্বু ।
৩) কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ 'ককাদেউতাৰ হাড়' ।
৪) 'উভতি নহাৰ কবিতা' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ 'দলঙত তামীঘৰা' ।
৫) সুদীৰ্ঘ কাল 'ৰামধেনু' আলোচনী সম্পাদনা কৰা সাহিত্য়িক গৰাকী কোন?
উত্তৰঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৬) 'উভতি নহাৰ কবিতা' পাঠটি লিখক কোন?
উত্তৰঃ নৱকান্ত বৰুৱা ।
৭) নৱকান্ত বৰুৱাই সাহিত্য় অকাডেমি বঁটা কিমান চনত লাভ কৰিছিল?
উত্তৰঃ ১৯৭৫ চনত ।
৮) নৱকান্ত বৰুৱাক অসম সাহিত্য় সভাৰ সভাপতিৰ পদ কিমান চনত অলংকৃত কৰিছিল?
উত্তৰঃ ১৯৯০ চনত ।
৯) নৱকান্ত বৰুৱাৰ জন্ম হোৱা জিলা খনৰ নাম কি?
উত্তৰঃ গুৱাহাটী ।
১০) নৱকান্ত বৰুৱাক ভাৰত চৰকাৰে 'পদ্মভূষণ' সন্মান কিমান চনত আগবঢ়াইছিল?
উত্তৰঃ ১৯৭৬ চনত ।
১১) নৱকান্ত বৰুৱাই কোন মহাবিদ্য়ালয়ত প্ৰথম অধ্য়াপনাৰ কাম আৰম্ভ কৰিছিল?
উত্তৰঃ জগন্নাথ বৰুৱা মহাবিদ্য়ালয় ।
১২) নৱকান্ত বৰুৱাই জীৱন যুঁজ চলাই নিয়াৰ কৌশল ক'ৰ পৰা শিকিছে?
উত্তৰঃ দুখ-যন্ত্ৰণাৰ পৰা ।
১৩) নৱকান্ত বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম কি?
উত্তৰঃ 'কপিলীপৰীয়া সাধু' ।
১৪) নৱকান্ত বৰুৱাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৯২৬ চনত ।
১৫) বীণা শব্দ অৰ্থ কি?
উত্তৰঃ প্ৰাচীন ভাৰতীয় তন্ত্ৰী শ্ৰেণীৰ এবিধ বাদ্য়যন্ত্ৰ ।
১৬) নৱকান্ত বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল?
উত্তৰঃ ২০০২ চনত ।
১৭) নৱকান্ত বৰুৱাই শিশু আৰু চেমেনীয়াৰ উপযোগীকৈ ৰচনা কৰা এখন গ্ৰন্থৰ নাম কি?
উত্তৰঃ 'আখৰৰ জখলা' ।
১৮) নৱকান্ত বৰুৱায়ে উপাধ্য়ক্ষ পদত থাকোঁতে তেওঁ কৰ্মজীৱন কৰ পৰা অৱসৰ লয়?
উত্তৰঃ কটন কলেজ মহাবিদ্য়ালয় ।
১৯) ৰাগি মানে কি?
উত্তৰঃ নিচা ।
২০) কবিৰ বাবে জীয়াই থকা মন্ত্ৰ কি?
উত্তৰঃ দুখ-যন্ত্ৰণা ।
Type by-Mandira Saha
0 Comments