Chapter ১৬

কৰুণতম

১) নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ 'বনফৰিঙৰ ৰং' ।


২) কৰুণতম পাঠটি লিখক কোন?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈ ।


৩) সুবাস শব্দ অৰ্থ কি?

উত্তৰঃ ভাল গোন্ধ ।


৪) ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯৩৩ চনত ।


৫) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰে?     

উত্তৰঃ 'সুদীৰ্ঘ দিন আৰু ঋতু ।


৬) 'কৰুণতম' কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ আধুনিক কবিতা ।


৭) 'কৰুণতম' কবিতাটি কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে? 

উত্তৰঃ 'দিনৰ পাছত দিন' ।


৮) 'কৰুণতম' শব্দ অৰ্থ কি?

উত্তৰঃ বেদনাদায়ক ।


৯) ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত অসম সাহিত্য় সভাৰ সভাপতিত্ৱ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত ।


১০) 'দেৱী' গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈ।


১১) কবিৰ পিতৃৃ -মাতৃ কি কি কৰ্মত জড়িত আছিল?

উত্তৰঃ কৃষক, শিপিনী ।


১২) ড° নিৰ্মলপ্ৰভা বৰদলৈ জন্ম হোৱা জিলাখনৰ নাম কি?

উত্তৰঃ শিৱসাগৰ ।


১৩) ড° নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত মৃত্য়ু হৈছল?

উত্তৰঃ ২০০৪ চনত ।


১৪) ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ৱবিদ্য়ালয়ৰ পৰা কিমান চনত এম. এ ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ১৯৫৫ চনত ।


১৫) ড° নিৰ্মলপ্ৰভা বৰদলৈ কোন জীৱনৰ প্ৰতি আকৰ্ষণ কৰে?

উত্তৰঃ গাঁৱলীয়া ।


১৬) কবিয়ে নিজৰ সন্তানৰ ভৱিষ্য়ৎ প্ৰজন্ম বাবে কি এৰি যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে?

উত্তৰঃ কৃতি ।


১৭) ড° নিৰ্মলপ্ৰভা বৰদলৈ এখন গীতৰ পুথিৰ নাম কি?

উত্তৰঃ 'সুৰীয়া মাত' ।


১৮) নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা পুথিৰ কেইখন? 

উত্তৰঃ তিনিখন ।


১৯) নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থৰ এখনৰ নাম কি?

উত্তৰঃ 'সূৰ্য' ।


২০) নিৰ্মলপ্ৰভা বৰদলৈয়ে কেনখন গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য়সংকলনৰ বাবে সাহিত্য় অকাদেমি বঁটা লাভ কৰিছিল ।


Type by- Mandira Saha