Chapter 11

মিলন 

১) ভাৰত চৰকাৰে নলিনীবালা দেৱীক 'পদ্মশ্ৰী' উপাধি কিমান চনত প্ৰদাান কৰিছিল?

উত্তৰঃ ১৯৫৮ চনত ।


২) 'মিলন' কবিতাটো কোনখন কাব্য়গ্ৰন্থৰ পৰা লোৱা হৈছিল?

উত্তৰঃ 'সন্ধিয়াৰ সুৰ' ।


৩) নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?

উত্তৰঃ'এৰি অহা দিনবোৰ' ।


৪)  অসমীয়া সাহিত্য়ত ৰহস্য়বাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে কাক জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক ।


৫) মৰত শব্দ অৰ্থ কি?

উত্তৰঃ পৃথিৱী বা মৰ্ত্য়।


৬)  কবিয়ে তেওঁৰ  আৰাধ্য়জন ক'ত থকা বুলি কৈছে?

উত্তৰঃ মনৰ নিজান কোণত ।


৭) নলিনীবালা দেৱী কিমান চনত জন্ম হয়?

উত্তৰঃ ১৮৯৮ চনত ।


৮) নলিনীবালা দেৱীয়ে কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ 'অলকানন্দা' ।


৯)  'মিলন' কবিতাটোত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে? 

উত্তৰঃ পৰম আৰাধ্য়ক ।


১০) নলিনীবালা দেৱী কিমান চনত মৃত্য়ু হয়?

উত্তৰঃ ১৯৭৭ চনত ।


১১) মিলন কবিতাটো লিখক কোন?

উত্তৰঃ নলিনীবালা দেৱী ।


১২) কোনে নিয়ৰৰ মালা গাঁথি পুৱা কবিক দেখা দিয়েহি?

উত্তৰঃ পৰম আৰাধ্য় ।


১৩) তন্দ্ৰা শব্দ অৰ্থ কি?

উত্তৰঃ টোপনি।


১৪)'জাগৃতি' কাব্য়গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?

উত্তৰঃ স্ৱদেশ্ৱ প্ৰেমৰ মনোভাব ।


১৫) ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উত্তৰঃ পৰম আৰাধ্য় ভগৱানক ।


১৬) নলিনীবালা দেৱীয়ে ৰচনা কৰা জীৱনীৰ নাম কি?

উত্তৰঃ স্মৃতিতীৰ্থ বা বিশ্ৱদীপা ।


১৭) নলিনীবালা দেৱীৰ কিামান বছৰ বয়সত স্ৱামী মৃত্য়ু হৈছিল?

উত্তৰঃ ১৯ বছৰ বয়সত ।


১৮) নলিনীবালা দেৱীৰ কেইটাৰ সন্তাৰ মৃত্য়ু হৈছিল?

উত্তৰঃ ২ টা ।


১৯) কবিয়ে কোনে নিতে মংগল উৰুলি দিয়ে বুলি কৈছে?

উত্তৰঃ আকাশৰ তৰাৰে ।


২০) নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?

উত্তৰঃ অসমীয়া সাহিত্য়ত ৰহস্য়বাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায় ।


Type by- Mandira Saha