Chapter 11
মিলন
১) ভাৰত চৰকাৰে নলিনীবালা দেৱীক 'পদ্মশ্ৰী' উপাধি কিমান চনত প্ৰদাান কৰিছিল?
উত্তৰঃ ১৯৫৮ চনত ।
২) 'মিলন' কবিতাটো কোনখন কাব্য়গ্ৰন্থৰ পৰা লোৱা হৈছিল?
উত্তৰঃ 'সন্ধিয়াৰ সুৰ' ।
৩) নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ'এৰি অহা দিনবোৰ' ।
৪) অসমীয়া সাহিত্য়ত ৰহস্য়বাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে কাক জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক ।
৫) মৰত শব্দ অৰ্থ কি?
উত্তৰঃ পৃথিৱী বা মৰ্ত্য়।
৬) কবিয়ে তেওঁৰ আৰাধ্য়জন ক'ত থকা বুলি কৈছে?
উত্তৰঃ মনৰ নিজান কোণত ।
৭) নলিনীবালা দেৱী কিমান চনত জন্ম হয়?
উত্তৰঃ ১৮৯৮ চনত ।
৮) নলিনীবালা দেৱীয়ে কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ 'অলকানন্দা' ।
৯) 'মিলন' কবিতাটোত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে?
উত্তৰঃ পৰম আৰাধ্য়ক ।
১০) নলিনীবালা দেৱী কিমান চনত মৃত্য়ু হয়?
উত্তৰঃ ১৯৭৭ চনত ।
১১) মিলন কবিতাটো লিখক কোন?
উত্তৰঃ নলিনীবালা দেৱী ।
১২) কোনে নিয়ৰৰ মালা গাঁথি পুৱা কবিক দেখা দিয়েহি?
উত্তৰঃ পৰম আৰাধ্য় ।
১৩) তন্দ্ৰা শব্দ অৰ্থ কি?
উত্তৰঃ টোপনি।
১৪)'জাগৃতি' কাব্য়গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ স্ৱদেশ্ৱ প্ৰেমৰ মনোভাব ।
১৫) ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ পৰম আৰাধ্য় ভগৱানক ।
১৬) নলিনীবালা দেৱীয়ে ৰচনা কৰা জীৱনীৰ নাম কি?
উত্তৰঃ স্মৃতিতীৰ্থ বা বিশ্ৱদীপা ।
১৭) নলিনীবালা দেৱীৰ কিামান বছৰ বয়সত স্ৱামী মৃত্য়ু হৈছিল?
উত্তৰঃ ১৯ বছৰ বয়সত ।
১৮) নলিনীবালা দেৱীৰ কেইটাৰ সন্তাৰ মৃত্য়ু হৈছিল?
উত্তৰঃ ২ টা ।
১৯) কবিয়ে কোনে নিতে মংগল উৰুলি দিয়ে বুলি কৈছে?
উত্তৰঃ আকাশৰ তৰাৰে ।
২০) নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ অসমীয়া সাহিত্য়ত ৰহস্য়বাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায় ।
Type by- Mandira Saha