ত্ৰয়োদশ শতিকাৰপৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন

পাঠ -  ৩


১। চুকাফা কিমান চনত জন্ম হৈছিল?

a) ১২৩৬

b) ১২২৮

c) ১২৪৪

উত্তৰঃ b) ১২২৮


২। চুকাফাই মাওলুং নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত কিমান খ্ৰি. খামজাং নাম এখন ঠাইত উপস্থিত হয়?

a)১২২৮

b) ১২১৪

c) ১২৪২

উত্তৰঃ a)১২২৮


৩। চুকাফাই কি নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত উপস্থিত হয়?

a) যোৰহাট

b) গুৱাহাটী

c) ম্যানমাৰৰ মাওলুং

উত্তৰঃ c) ম্যানমাৰৰ মাওলুং


৪। চুকাফাই ক'ত বাস কৰা নগাসকলৰ লগত যুদ্ধ কৰিছিল?

a) পৰ্বতৰ দাঁতি-কাষৰীায়া

b) নদীৰ পাৰত

c) যোৰহাটত

উত্তৰঃ a) পৰ্বতৰ দাঁতি-কাষৰীায়া


৫। চুকাফাৰ কিমান চনত মৃত্যু হৈছিল?

a) ১২৮৮

b)১২৬৪

c) ১২৬৮

উত্তৰঃ c) ১২৬৮



৬। চুকাফাই ক'ত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল?

a) মাজুলীত

b) চৰাইদেউত

c) গুৱাহাটীত

উত্তৰঃ b) চৰাইদেউত


৭। প্ৰায় কিমান বছৰ ৰাজত্ব কৰাৰ পিছত চুতেওফাৰ মৃত্যু হয়?

a) ১৩ বছৰ

b) ১৫ বছৰ

c) ১১ বছৰ

উত্তৰঃ a)১৩ বছৰ


৮। কিমান চনত চুতেওফাৰ মৃত্যু হয়।

a) ১২৬৬

b) ১২৮৬

c) ১২৮১

উত্তৰঃ c)১২৮১


৯। চুবিনফাই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল?

a) ১২৮৮ পৰা ১২৯২

b) ১২৮১ পৰা ১২৯৩

c)১২৬৮ পৰা ১২৮০

 উত্তৰঃ c)১২৬৮ পৰা ১২৮০


১০। চুতুফা ৰজা হোৱাৰ আগতে কিমান চনৰ পৰা কিমান চনলৈ ৰাজপাটত কোনো ৰজা নাছিল?

a) ১৩৮৪ পৰা ১৩৯৮.

b) ১৩৪৪ পৰা ১২৫৯

c) ১২৬৪ পৰা ১৩৬৯

উত্তৰঃ c) ১২৬৪ পৰা ১৩৬৯


১১। ত্যাওখামথি কিমান চনত জন্ম হৈছিল?

a) ১৩৮০

b) ১৩৮৮

c)  ১৩৬৪

উত্তৰঃ ১৩৬৪


১২। কিমান চনত ত্যাওখামথি ৰজা হৈছিল?

a) ১৩৯৮

b) ১৩৫২

c) ১৩৮০

উত্তৰঃ a) ১৩৯৮


১৩। ত্যাওখামথি কিমান চনত মৃত্যু হৈছিল?

a) ১৪৫৫

b) ১৩৮৯

c) ১৪৫২

উত্তৰঃ b) ১৩৮৯


১৪। চুডাংফা কিমান চনত জন্ম হৈছিল?

a) ১৩৯২

b) ১৩৭৬

c) ১৩৯৭

উত্তৰঃ c) ১৩৯৭


১৫। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে তেওঁ কি নামেৰে পৰিচিত?

a) বামুণী কোঁৱৰ

b) চুডাংফা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ বামুণী কোঁৱৰ


১৬। চুডাংফাৰ ৰাজত্বকালত পোন প্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত কি ধৰ্মৰ প্ৰভাৱ পৰে?

a) কছাৰী-ব্ৰাহ্মাণ্য

b) হিন্দু-ব্ৰাহ্মাণ্য

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) হিন্দু-ব্ৰাহ্মাণ্য


১৭। চুডাংফাৰ কিমান চনত মৃত্যু হৈছিল?

a) ১৪১২

b) ১৪২২

c) ১৪০৭

উত্তৰঃ c) ১৪০৭


১৮। চুহুমুং কিমান চনত জন্ম হৈছিল?

a) ১৪৯৭

b) ১৪৮৬

c) ১৪৯০

উত্তৰঃ a) ১৪৯৭


১৯। চুহুংমুঙৰ আন এটা নাম কি?

a) চুকাফা

b) দিহিঙীয়া

c) চুডাংফা

উত্তৰঃb) দিহিঙীয়া


২০। চুহুংমুঙৰ কিমান চনত মৃত্যু হৈছিল?

a) ১৫৪২

b) ১৫৬৮

c) ১৫৩৯

উত্তৰঃc)১৫৩৯