সুখ

 ১। সুখ বিচাৰোঁতে ক'ত দুখৰ উপৰি দুখ পায়?

a) ঘৰত

b) সংসাৰত

c) পৰিয়ালৰ মানুহৰ লগত

উত্তৰঃ b) সংসাৰত


২। পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাথাকে?

a) সুখ নাথাকে

b) দুখ নাথাকে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) দুখ নাথাকে


৩। পৰমপিতাৰ সকলো কি পৃথিৱীৰ আমাৰ ঘৰ?

a) সন্তান আমাৰ ঘৰ

b) জীৱ-জন্তু আমাৰ ঘৰ

c) ভগৱান আমাৰ ঘৰ

উত্তৰঃ a) সন্তান আমাৰ ঘৰ


৪। পৰৰ কাৰণে কান্দিব জানিলে কিহত সুখ পায়?

a) হাঁহোনতো সুখ পায়

b) কান্দোনতো সুখ পায়

c) স্বাৰ্থৰ পৰ কৰিলেও সুখ পায়

উত্তৰঃ b) কান্দোনতো সুখ পায়


৫। কবিতাটোৰ কবি কোন?

a) জ্য়োতিপ্ৰসাদ আগৰৱালা

b) লক্ষ্মীনাথ বেজবৰুৱা

c) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ c) আনন্দচন্দ্ৰ আগৰৱালা


৬। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

a) ১৮৭৩ চনত

b) ১৮৭৪ চনত

c) ১৮৭৫ চনত

উত্তৰঃ b) ১৮৭৪ চনত


৭। তেওঁ এখন কবিতাৰ পুথিৰ নাম কি?

a) জিলিকনি

b) বেদুইন

c) বীণবৰাগী

উত্তৰঃ  a) জিলিকনি


৮। সেন্দূৰীয়া আলি সুগন্ধি কি ফুলে?

a) পদুম ফুলে

b) তগৰ ফুলে

c) কুসুম ফুলে

উত্তৰঃ c) কুসুম ফুলে


৯। পৰৰ অভাৱত পৰৰ দুখত কি পমি যায়?

a) হিয়া

b) মন

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) হিয়া


১০। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

a) ১৯৩৭ চনত

b) ১৯৩৮ চনত

c) ১৯৩৯ চনত

উত্তৰঃ c) ১৯৩৯ চনত


১১। স্বাৰ্থৰ বাট কি?

a) দুখৰ কাঁইট

b) সুখৰ কাঁইট

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) দুখৰ কাঁইট


১২। সুখৰ দুখৰ কি কাৰণ?

a) স্বাৰ্থই কাৰণ

b) মনেই কাৰণ

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ b) মনেই কাৰণ


১৩। নিঃস্বাৰ্থৰ বাটত কি ফুলে?

a) সেন্দূৰীয়া আলি ফুলে

b) সুগন্ধিকুসুম ফুলে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) সুগন্ধিকুসুম ফুলে


১৪। আগৰৱালাদেৱৰ কবিতা পুথিখনৰ নাম কি?

a) জোনাকী

b) জিলিকনি

c) বিজুলী

উত্তৰঃ b) জিলিকনি


১৫। আনন্দচন্দ্ৰ আগৰৱালাক কি বুলি জনাজাত যায়?

a) কবি

b) ভাঙনি কোঁৱৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) ভাঙনি কোঁৱৰ


১৬। দিনত কণা=? 

a) দীনকণা

b) দিনকণা

c) দিনকনা

উত্তৰঃ b) দিনকণা


১৭। পৰৰ কাৰণে খাতিব পাৰিলে সংসাৰ  কি হয়?

a) দুখৰ ঠাই হয়

b) সুখৰ ঠাই হয়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) সুখৰ ঠাই হয়


১৮। সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

a) দুখ

b) সুখ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) সুখ


১৯। কাৰ পাছে পাছে সুখ ফুৰে?

a) মানুহৰ

b) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে


২০। সেন্দুৰ + ঈয়া=?

a) সেন্দুৰিয়া

b) সেন্দুৰীয়া

c)সেন্দোৰীয়া

উত্তৰঃ b) সেন্দুৰীয়া