স্বদেশ-প্ৰেম

 ১। স্বদেশ-প্ৰেমৰ কবি কোন?

a) পদ্মধৰ চলিহা

b) দণ্ডিনাথ কলিতা

c) জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ a) পদ্মধৰ চলিহা


২। পদ্মধৰ চলিহা ঘৰ ক'ত আছিল?

a) শিৱসাগৰত

b) যাগিৰোডত

c) মৰিগাওঁত

উত্তৰঃ a) শিৱসাগৰত


৩। উথলি অৰ্থ কি?

a) কঠিন হৃদয়

b) ওফন্দি উঠি

c) উৎসাহ

উত্তৰঃ b) ওফন্দি উঠি


৪। দুগুণ মৰণ ভুগি ধূলিৰ লগত কি মিলি যাব?   

a)  জন্মভূমি

b)  মানুহ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b)  মানুহ


৫। বিভূতি-বৈভৱ কিহে ঢুকি পোৱা মান?

a) বাসনাইৰে

b) জন্মভূমিৰে

c) স্বাৰ্থপৰে

উত্তৰঃ a) বাসনাইৰে


৬। আনৰ দেশৰ পৰা উলটি আহোঁতে কি চাকি ঘৰমুৱা হৈ?

a) মাটি চাকি

b) ফুৰি চাকি

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) ফুৰি চাকি


৭। পদ্মধৰ চলিহা কিমান চনত জন্ম হৈছিল?

a) ১৯০১ চনত

b) ১৮৯৫ চনত

c) ১৯০৩ চনত

উত্তৰঃ b) ১৮৯৫ চনত


৮। পদ্মধৰ চলিহাৰ পিতৃ  নাম কি আছিল?

a) ফণিধৰ চলিহা

b) হেমচন্দ্ৰ গোস্বামী

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) ফণিধৰ চলিহা


৯। কাঠ-চিত অৰ্থ কি?

a) কঠিন হৃদয়

b) উৎসাহ

c) উফন্দি উঠা

উত্তৰঃ a) কঠিন হৃদয়


১০। পদ্মধৰ চলিহা কিমান চনত মৃত্য়ু হৈছিল?

a) ১৮৯০ চনত

b) ১৯০৩ চনত

c) ১৯৬৯ চনত

উত্তৰঃ c) ১৯৬৯ চনত


১১। শিলাময়ৰ অৰ্থ কি?

a) শিলৰ দৰে কঠোৰ

b) উতসাহ

c) কঠিন

উত্তৰঃ a) শিলৰ দৰে কঠোৰ


১২। ভাৰতৰ জাতীয় আন্দোলনত তেওঁ কি অংশ লয়?

a) শিলাময়

b) সক্ৰিয়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) সক্ৰিয়


১৩। উথলিৰ অৰ্থ কি?

a) অনুভূতিহীন

b) কঠিন

c) ওফন্দি উঠা

উত্তৰঃ c) ওফন্দি উঠা


১৪। তেওঁ ভালেমান কি ৰচনা কৰিছিল?

a) সাহিত্য়

b) গীত-লহৰী

c) স্বদেশ-প্ৰেমমূলক গীত

উত্তৰঃ c) স্বদেশ-প্ৰেমমূলক গীত


১৫। তেওঁৰ গীত আৰু কবিতা পুথি দুখনৰ নাম কি?

a) ফুলনি, আৰু অৰ্ঘা

b)  গীত-লহৰী, আৰু শৰাই

c)  ওপৰৰ এটাও নহয়

উত্তৰঃ b)  গীত-লহৰী, আৰু শৰাই


১৬। আনৰ দেশৰ পৰা  উলটি আহোঁতে কি কৰি ঘৰমুৱা হৈ?

a) শিলাময় কৰি

b) ফুৰি চাকি

c) ফটা-ফুটা কৰি

উত্তৰঃ b) ফুৰি চাকি


১৭। থাকক থাকিলে তাৰ কি?

a) জগত

b) স্বাৰ্থ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  c) ওপৰৰ এটাও নহয়


১৮। তাৰ বাবে কেৱেঁ আৰু কি নোটোকে?

a) চকুলো

b) শিলাময়

c) জন্মভূমি

উত্তৰঃ a) চকুলো


১৯। এয়ে মোৰ কি বুলি মনে মনে এবাৰো কোৱা নাইকিয়া?

a) ধৰেনে

b) জন্মভূমি

c) দেশ

উত্তৰঃ b) জন্মভূমি


২০। বিভূতি শব্দৰ অৰ্থ কি?

a) ওফন্দি উঠি

b) ধন-সম্পত্তি

c) উচ্ছ্বাস

উত্তৰঃ b) ধন-সম্পত্তি


DABP007026