জোনবিল মেলা

 ১। জোনবিল মেলা কিহৰ সম্প্ৰীতিৰ উৎসৱ?

a) পাহাৰ-ভৈয়ামৰ

b) নদ-নদীৰ

c) পাহাৰ-পৰ্বতৰ

উত্তৰঃ a) পাহাৰ-ভৈয়ামৰ


২। জোনবিলৰ পাৰলৈ কোন ৰজাক ৰাইজে আদৰি নিয়ে?

a) আদি ৰজাক

b) চুতীয়া ৰজাক

c) গোভা ৰজাক

উত্তৰঃ c) গোভা ৰজাক


৩। তিৱাসকলে পাহাৰত কি বিহুৰ আয়োজন কৰে?

a) ব'হাগ বিহুৰ

b) কাতি বিহুৰ

c) মাঘ বিহুৰ

উত্তৰঃ c) মাঘ বিহুৰ


৪। ৰাইজে ক'ত মাছ মাৰিবলৈ নামে?

a) বিলত

b) নদীত

c) সাগৰত

উত্তৰঃ a) বিলত


 ৫। বিশেষকৈ মাঘ বিহুৰ প্ৰমূল্য়ই কি অঞ্চলত বেছি?

a) গাওঁ অঞ্চলত

b) গোভা অঞ্চলত

c) চহৰ অঞ্চলত

উত্তৰঃ a) গাওঁ অঞ্চলত


৬। কৰ গাৱঁৰ মধ্য়ত জোনবিল নামে এখন ডাঙৰ বিল আছে?

a) ভগত গাঁৱৰ

b) জাগীভকত গাঁৱৰ

c) বৰঙ্গাবাৰী গাঁৱৰ

উত্তৰঃ b) জাগীভকত গাঁৱৰ


৭। পাহাৰত মাঘ বিহুৰ আয়োজন কৰে, লগতে কোন দেৱতাক পূজা-সেৱাও কৰে?

a) ইষ্ট দেৱতাক

b) ইন্দ্ৰ দেৱতাক

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) ইষ্ট দেৱতাক


৮। বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা কি বাৰে জোনবিল মেলা অনুষ্ঠিত হয়?

a) সোমবাৰে

b) দেওবাৰে

c) বুধবাৰে

উত্তৰঃ b) দেওবাৰে


৯। তিৱাসকলে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত কি নাপাতে?

a) মেলা নাপাতে

b) বিহু নাপাতে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বিহু নাপাতে


১০। ভৈয়ামৰ জনজাতিসকলৰ বিহু সংস্কৃতিৰ সাক্ষৰ কি কৰি আহিছে?

a) প্ৰচলন কৰি আহিছে

b) আয়োজন কৰি আহিছে

c) বহন কৰি আহিছে

উত্তৰঃ c) বহন কৰি আহিছে


১১। সেইদিনা তাত বয়-বস্তু কি কৰে?

a) কিনি আনে

b) বিনিময়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বিনিময়


১২। এই মেলা কিহৰ তীৰ্থক্ষেত্ৰ?

a) গোভাৰ মহা মিলনৰ

b) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ


১৩। তেওঁলোকে বিলৰ পাৰত কিহেৰে সৰু সৰু পঁজা ঘৰ সাজে?

a) নৰাৰে

b) মাটিৰে

c) হাতেৰে

উত্তৰঃ a) নৰাৰে


১৪। পৰ্বতীয়া জনজাতিসকলে মেলালৈ কিহত আহে?

a) জাহাজত

b) পাহাৰ বগাই

c) গাড়ীত

উত্তৰঃ b) পাহাৰ বগাই


১৫। তেওঁলোকে কি জাতৰ বস্তু আনে?

a) গাজ শিল্পজাতৰ বস্তু

b) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু


১৬। তেওঁলোকে কিহেৰে মাঘ বিহু আয়োজন কৰে?

a) তেওঁলোকৰ বস্তুবোৰেৰে

b) মেলাৰ পৰা নিয়া বস্তুখিনিৰে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) মেলাৰ পৰা নিয়া বস্তুখিনিৰে


১৭। দেৱৰ আলয়=?

a) দেবালয়

b) দেৱালয়

c) ডেৱালয়

উত্তৰঃ b) দেৱালয়


১৮। বনৰ সমীপ=?

a) দুৰ্ভিক্ষ

b) উপবন

c) ওপবন

উত্তৰঃ b) উপবন


১৯। পাছত যায়=?

a) উপবন

b) অনুসৰণ

c) অনোসৰন

উত্তৰঃ b) অনুসৰণ


২০। দিনে দিনে=?

a) প্ৰতিদিনে

b) প্ৰটিদিনে

c) প্ৰতীদিনে

উত্তৰঃ a) প্ৰতিদিনে