Chapter 13

অৰ্জুন-ভঞ্জন


১। যশোদাৰ কাৰ ওপৰত উঠিল প্ৰচণ্ড খং?

(ক) নন্দৰাণী ওপৰত

(খ) কৃষ্ণৰ ওপৰত

(গ) গোৱালীকেইগৰাকীৰ ওপৰত

উত্তৰ- (গ) গোৱালীকেইগৰাকীৰ ওপৰত ।


২। কৃষ্ণৰো কাৰ ওপৰত উঠিল খং?

(ক) মাকৰ ওপৰত

(খ) গোৱালীৰ ওপৰত

(গ) নন্দৰাণী ওপৰত

উত্তৰ- মাকৰ ওপৰত ।


৩। যশোদাই কৃষ্ণক ক’ত বান্ধি থলে?

(ক) সূতাত

(খ) উৰলত

(গ) গছত

উত্তৰ- (খ) উৰলত ।


৪। কৃষ্ণই শান্ত শিশুৰ দৰেই কুছি-মুছি কাৰ কোলাত সোমাই থাকিল?

(ক) মাকৰ কোলাত

(খ) নন্দৰাণী কোলাত

(গ) গোৱালীৰ কোলাত

উত্তৰ- (ক) মাকৰ কোলাত ।


৫। অৰ্জুন ভঞ্জন নামৰ অংকীয়া নাটখন কোনে ৰচনা কৰিছিল?

(ক) মহাপুৰুষ মাধৱদেৱে

(খ) শ্ৰীশ্ৰী মন্ত শংকৰদেৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মহাপুৰুষ মাধৱদেৱে ।


৬। যশোদাই ৰছী জোৰা দিয়েহে প্ৰতিবাৰেই কে আঙুল ৰছী কম হয়?

(ক) একআঙুল ৰছী কম হয়

(খ) দুআঙুল ৰছী কম হয়

(গ) তিনিআঙুল ৰছী কম হয়

উত্তৰ- (খ) দুআঙুল ৰছী কম হয় ।


৭। দধি অৰ্থ কি?

(ক) মাটিৰ পাত্ৰ

(খ) দৈ গাখীৰ

(গ) নিমজ

উত্তৰ- (খ) দৈ গাখীৰ ।


৮। কৃষ্ণই যশোদাক দেখিয়েই ভয়তে কৰ পৰা নামি দৌৰিবলৈ ধৰিলে?

(ক) গছৰপৰা

(খ) উৰলৰপৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- উৰলৰপৰা ।


৯। কণমানি কৃষ্ণৰ কি কৰি আমনি লাগিল?

(ক) খেলি খেলি আমনি লাগিল

(খ) মাখন খায় আমনি লাগিল

(গ) বাঁহি বজাই আমনি লাগিল

উত্তৰ- (ক) খেলি খেলি আমনি লাগিল ।


১০। কাক পাই কৃষ্ণৰ শোক যেন দুগুণে উথলি উঠিল?

(ক) মাকক পাই

(খ) দেউতাকক পাই

(গ) গোৱালীহঁতক পাই

উত্তৰ- (খ) দেউতাকক পাই ।


১১। দেউতাকৰ ক’তে ধৰি কৃষ্ণই উচুপি উচুপি কান্দিবলৈ ধৰিলে?

(ক) ককালত ধৰি

(খ) ডিঙিত ধৰি

(গ) ভৰিত ধৰি

উত্তৰ- (খ) ডিঙিত ধৰি ।


১২। নিয়াৰিৰ অৰ্থ কি?

(ক) নিমজ, সুশৃংখলা আদৰ

(খ) নিমজ, সুশৃংখলা, পোন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিমজ, সুশৃংখলা, পোন ।


১৩। ভাণ্ডৰ অৰ্থ কি ?

(ক) দৈ গাখীৰ

(খ) মাটিৰ পাত্ৰ

(গ) নিমজ

উত্তৰ- (ক) দৈ গাখীৰ ।


১৪। ফেৰেঙণিৰ অৰ্থ কি?

(ক) অতপালি

(খ) গছৰ দুটা ডালৰ জোৰা

(গ) ভাণ্ড

উত্তৰ- (খ) গছৰ দুটা ডালৰ জোৰা ।


১৫। ন ন্য়ায়=?

(ক) অহিংসা

(খ) অন্য়ায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অন্য়ায় ।


১৬। অন্য় দেশ=?

(ক) দেশান্তৰ

(খ) ডেশান্তৰ

(গ) দোশান্তৰ

উত্তৰ- (ক) দেশান্তৰ ।


১৭। জলত চৰে যি?

(ক) জলছৰ

(খ) জলচৰ

(গ) যলচৰ

উত্তৰ- (খ) জলচৰ ।


১৮। গোৱাল + ঈ =?

(ক) গোৱলী

(খ) গোৱলী

(গ) গোৱলী

উত্তৰ- (খ) গোৱলী ।


১৯। কুবেৰৰ কেইটা পুত্ৰ আছিল? 

(ক) তিনিটা

(খ) দুটা

(গ) এটা

উত্তৰ- (খ) দুটা ।


২০। ন উচিত=?

(ক) অনোচিত

(খ) অনুচিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অনুচিত ।



 Type: Pompi Hazarika