আইদেউ সন্দিকৈ

 

১। কিমান চনত চ'ত মাহৰ এটি ক্ষণত ছোৱালীজনীৰ জন্ম হৈছিল?

a) ১৯১৪ চনত

b) ১৯১৫ চনত

c) ১৯১৬ চনত

উত্তৰঃ  b) ১৯১৫ চনত


২। ডিম্ব গোহাঁয়ে ছোৱালীজনীক কি দেখুৱাম বুলি মনে মনে লৈ আনিলে?

a) নাও দেখুৱাম বুলি

b) জাহাজ দেখুৱাম বুলি

c) মটৰ গাড়ী দেখুৱাম বুলি

উত্তৰঃ  b) জাহাজ দেখুৱাম বুলি


৩। ছোৱালীজনীয়ে এনেকৈয়ে পিছৰ জীৱনটে কি হৈ কটাব লগীয়া হ'ল?

a) বিধবা হৈ

b) আবিয়ৈ হৈ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) আবিয়ৈ হৈ


৪। সমাজৰ ভয়ত দেউতাকে প্ৰথমে কি কৰিছিল?

a) যুদ্ধ কৰিছিল

b) থেৰো-গেঁৰো কৰিছিল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) থেৰো-গেঁৰো কৰিছিল


৫। ডিম্ব গোহাঁয়ে ছোৱালীজনীক জাহাজ দেখুৱাব আনোতে লগত কোন আহিছিল?

a) জ্য়োতিপ্ৰসাদ আগৰৱালা আহিছিল

b) কেশৱ আহিছিল

c) মালক্ষী সন্দিকৈ আহিছিল

উত্তৰঃ  b) কেশৱ আহিছিল


৬। ডিম্ব গোহাঁই আৰু ছোৱালীজনী একেকোবে কি পাৰৰ গমিৰিঘাট পালেহি?

a) পশ্চিম পাৰৰ

b) দক্ষিণ পাৰৰ

c) উত্তৰ পাৰৰ

উত্তৰঃ c) উত্তৰ পাৰৰ


৭। জাহাজবোৰ যাতায়াতৰ বাবে কি আহিলা আছিল?

a) বহুত বেয়া আহিলা আছিল

b) উপযুক্ত আহিলা আছিল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) উপযুক্ত আহিলা আছিল


৮। ঘৰৰ সন্মুখতে এটা কি ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হ'ল?

a) জুপুৰী ঘৰ

b) খেৰৰ ঘৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  a) জুপুৰী ঘৰ


৯। জয়মতীৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ কি হ'ল?

a) সূচনা হ'ল

b) বিষয় হ'ল

c) অনুষ্টান হ'ল

উত্তৰঃ  a) সূচনা হ'ল


১০।  টকীত অভিনয় কৰা বাবে জাত যোৱা ৰাইজে এঘৰীয়া কৰা এই ছোৱালীজনীৰ নাম কি?

a) মালতী

b) মৰমী

c) আইদেউ সন্দিকৈ

উত্তৰঃ  c) আইদেউ সন্দিকৈ


১১। এটা শব্দত প্ৰকাশ কৰা: একে মাকৰ সন্তান-

a) সহোদৰ

b) সহপাঠী

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) সহোদৰ


১২। ছোৱালীজনীক কত থাকিবলৈ দিয়া হৈছিল? 

a) ঘৰৰ বাহিৰত

b) জুপৰী ঘৰত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) জুপৰী ঘৰত


১৩। ছোৱালীজনীৰ নাম কি?

a) জয়মতী

b) আইদেউ সন্দিকৈ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) আইদেউ সন্দিকৈ


১৪। ছোৱালীজনীৰ পিছতে আৰু কেইটা ভায়েক জন্ম হৈছিল?

a) দুটা

b) তিনিটা

c) এটা

উত্তৰঃ b) তিনিটা


১৫। ডিম্ব গোঁহাই ছোৱালীজনীৰ সম্বন্ধীয় কি আছিল? 

a) ভায়েক

b) বন্ধু

c) ককায়েক

উত্তৰঃ c) ককায়েক


১৬। পিছদিনা পুৱাতেই কোন আহি ছোৱালীজনীৰ সৈতে কথা পাতিছিল?

a) ডিম্ব গোঁহাই

b) জ্য়োতিপ্ৰসাদ আগৰৱালা

c) ৰাইজ

উত্তৰঃ  b) জ্য়োতিপ্ৰসাদ আগৰৱালা


১৭। ডিম্ব আৰু ছোৱালীজনী একেকোবে আহি কৰ পালেহি?

a)  উত্তৰ পাৰৰ গমিৰিঘাট

b) যোৰহাট

c) নগাঁও

উত্তৰঃ a)  উত্তৰ পাৰৰ গমিৰিঘাট


১৮। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ লগত আৰু কোন আহিছিল?

a) মাক আৰু দেউতাক

b) ভনীয়েক আৰু খুৰীয়েক

c) ককায়েক আৰু ভনীয়েক

উত্তৰঃ b) ভনীয়েক আৰু খুৰীয়েক


১৯। সমাজৰ ভয়ত দেউতাকে প্ৰথমতে কি কৰিছিল?

a) খং কৰিছিল

b) কান্দিছিল

c) থেৰো-গেঁৰো কৰিছিল

উত্তৰঃ  c) থেৰো-গেঁৰো কৰিছিল


২০। ছোৱালীজনীয়ে পিছৰ জীৱনটো কি কৰি কটাব লগীয়া হ'ল?

a) খং কৰি

b) আবিয়ৈ হৈ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) আবিয়ৈ হৈ


DABP007024