মেধি তীৰ্থলৈ যায়

 ১। 'মেধি তীৰ্থলৈ যায়' কবিতাটোৰ কবি কোন?

a) পদ্মধৰ চলিহা

b) দণ্ডিনাথ কলিতা॥

c) জ্য়োতিপ্ৰসাদ আগৰৱালাু

উত্তৰঃ b) দণ্ডিনাথ কলিতা॥


২। ঢো মেধি কলৈ যায়?

a) তীৰ্থলৈ যায়

b) শহুৰেকৰ ঘৰলৈ যায়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) তীৰ্থলৈ যায়


৩। ক'ত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?

a) মুনাটোত ধৰি

b) ধুতীখন ধৰি

c) লগুণডালত ধৰি

উত্তৰঃ c) লগুণডালত ধৰি


৪। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি?

a) সাধনা

b) গণবিপ্লৱ

c) ফুল

উত্তৰঃ c) ফুল


৫। নোচোৱাকৈ কি কিনাৰ উপায় নাই?

a)  গাড়ী কিনাৰ উপায় নাই

b) টিভি কিনাৰ উপায় নাই

c) টিকট কিনাৰ উপায় নাই

উত্তৰঃ c) টিকট কিনাৰ উপায় নাই


৬। মেধিৰ ঘৰ ক'ত আছিল?

a) কলিয়াবৰত আছিল

b) গোৱালপাৰাত আছিল

c) গোলাঘাটত আছিল

উত্তৰঃ a) কলিয়াবৰত আছিল


৭। কেইদিন জাহাজ তাত ৰ'ল?

a) এদিন

b) দুদিন

c) তিনিদিন

উত্তৰঃ c) তিনিদিন


৮। দণ্ডিনাথ কলিতাৰ কিমান চনত জন্ম হৈছিল?

a) ১৮৭০ চনত

b) ১৮৮০ চনত

c) ১৮৯০ চনত

উত্তৰঃ c) ১৮৯০ চনত


৯। মেধি কিহত সুখ্য়াতি বৰ আছিল?

a) গান গোৱাত

b) নাম গোৱাত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) নাম গোৱাত


১০। দণ্ডিনাথ কলিতাৰ কিমান চনত মৃত্য়ু হৈছিল?

a) ১৯৫৪ চনত

b) ১৯৫৫ চনত

c) ১৯৫৬ চনত

উত্তৰঃ b) ১৯৫৫ চনত


১১। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি? 

a) সাধনা

b) আৱিষ্কাৰ

c) ফুল

উত্তৰঃ c) ফুল


১২। নোচোৱাকৈ কি কিনাৰ উপায় নাই?

a) জাহাজ

b) টিকট

c) তীৰ্থ

উত্তৰঃ  b) টিকট


১৩। তেওঁ ৰচিত নাট কি কি?

a) অগ্নিপৰীক্ষা, কীচক বধ, গণবিপ্লৱ

b) অগ্নিপৰীক্ষা, হত্য়াকৰী কোন, সতীৰ  তেজ

c) অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ

উত্তৰঃ c) অগ্নিপৰীক্ষা, কচীক বধ, সতীৰ তেজ


১৪। লেখে-বুজি মোনাত ভৰি কি ল'লে?

a) টকা আঢ়ৈকুৰি

b) মন

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) টকা আঢ়ৈকুৰি


১৫। গোটেই গাঁৱতে কি বুলি ঢৌ উঠিল? 

a) টকা আঢ়ৈকুৰি লোৱা বুলি

b) মেধি তীৰ্থলৈ যায় বুলি

c) লেখি-বুজি মোনাত ভৰোৱা বুলি

উত্তৰঃ b) মেধি তীৰ্থলৈ যায় বুলি


১৬। কিহত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?

a) জাহাজত

b) লগুণডালত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) লগুণডালত


১৭। কেইদিন জাহাজ তাত ৰ'ল ?

a) দুদিন

b) তিনিদিন

c) চাৰিদিন

উত্তৰঃ b) তিনিদিন


১৮। মেধিয়ে কি কৰিব নোৱাৰা হ'ল?

a) খাব নোৱাৰা হল

b) উঠিব নোৱাৰা হল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) উঠিব নোৱাৰা হল


১৯। জাহাজখন ক'ত সোমাই ৰ'ল? 

a) পানীত

b) সাগৰৰ মাজত

c) বালিত

উত্তৰঃ  c) বালিত


২০। তেওঁৰ ধেমেলীয়া নাট দুখনৰ কি কি? 

a) মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ

b) নগৰত বিহুতলী, মুক্তিৰ অভিযান

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ