অসমীয়া বাৰেৰহণীয়া গীত-মাত

১। অতি প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত নানা গীত-মাতৰ কি হৈ আহিছে?

a) আলোচনা হৈ আহিছে

b) প্ৰচলন হৈ আহিছে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) প্ৰচলন হৈ আহিছে


২। কিছুমান কি গীতৰ মাজেৰে মনৰ মাজত লুকাই থকা দুখৰ ভাবো প্ৰকাশ পায়?

a) বিহুগীত

b) লোকগীত

c) পুৰণীগীত

উত্তৰঃ b) লোকগীত


৩। বিভিন্ন আধ্য়াত্মিক বিষয়ৰ গীত অসমীয়া সমাজত ভক্তিভাবে কি কৰা হয়?

a) পৰিৱেশন কৰা হয়

b) আলোচনা কৰা হয়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) পৰিৱেশন কৰা হয়


৪। গীত-মাতসমূহে অসমৰ ভাষা-সংস্কূতিক কি কৰিছে?

a) নিৰ্ভৰ কৰিছে

b) নিৰ্মাণ কৰিছে

c) চহকী কৰিছে

উত্তৰঃ c) চহকী কৰিছে


৫।  বিয়ান নুশুনিলে কি অনুষ্টানটো উকা উকা লাগে?

a) জন্মদিন অনুষ্টানটো

b) বিৱাহ অনুষ্টানটো

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বিৱাহ অনুষ্টানটো


৬। কিছুমান মানৱ সভ্য়তা ডাঙৰ ডাঙৰ কিহৰ পাৰত গঢ় লৈ উঠিছে?

a) পুখুৰী পাৰত

b) নদীৰ পাৰত

c) সাগৰ পাৰত

উত্তৰঃ b) নদীৰ পাৰত


৭। অভিমানত কাৰ মুখৰ নিচুকণি গীত শুনিলে আমাৰ মান-অভিমান ক'ৰবালৈ পলায়?

a) আইৰ মুখৰ পৰা

b) পিতাই মুখৰ পৰা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) আইৰ মুখৰ পৰা


৮। বিভিন্ন সময়ত ধেমালি কৰোঁতে কোনে গোৱা গীতবোৰ বৰ শুৱলা?

a) আইতাৱে

b) শিশুৱে

c) ককাই

উত্তৰঃ b) শিশুৱে


৯। পৰম্পৰা, নীতি-উপদেশ আদি সকলোবোৰ কি পৰিচয় বহন কৰে?

a) দিশৰ

b) অনুষ্টানৰ

c) আলোচনাৰ

উত্তৰ ঃ  a) দিশৰ


১০। নাট্য়াভিনয়, সংগীত আদিৰ ৰূপত আজি আমাৰ মাজত কি আছে?

a) জিলিকি আছে

b) বৰ্তি আছে

c) ওপৰৰ এটাও নহয়

উত্তৰ ঃ b) বৰ্তি আছে


১১। অসমীয়া সমাজত নানা ধৰণৰ কি অনুিষ্ঠত হয়? 

a) আনন্দ আৰু ৰং

b) ধৰ্মীয় উতসৱ-পাৰ্বণ

c) ওপৰৰ এটাও নহয়

উত্তৰ ঃ b) ধৰ্মীয় উতসৱ-পাৰ্বণ


১২। কেতিয়াৰে পৰা অসমীয়া সমাজত নানা গীত-মাত প্ৰচলন হৈ আহিছে?

a) বৰ্তমান কালৰে পৰা

b) অতি প্ৰাচীন কালৰে পৰা

c) প্ৰাচীন কালৰে পৰা

উত্তৰ ঃ b) অতি প্ৰাচীন কালৰে পৰা


১৩। শিশুৰ মনত জগতখন কি?

a) গীতেৰে ভৰপুৰ

b) বৰ মনোমোহা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বৰ মনোমোহা


১৪। কোনো ব্য়ক্তি বা প্ৰাণীৰ নাম বুজালে তাক কি বোলে?

a) নামবাচক বিশেষ্য়

b) জাতিবাচক বিশেষ্য়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) নামবাচক বিশেষ্য়


১৫। অসমীয়া সমাজত আধ্য়াত্মিক গীতৰ উপৰি আৰু কি গোৱা হয়?

a) মহখেদা

b) উতসৱ-পাৰ্বণত বহু গীত-মাত

c) ওপৰৰ এটাও নহয়

উত্তৰ ঃ b) উতসৱ-পাৰ্বণত বহু গীত-মাত


১৬। কিহৰ মাজেৰে মনৰ মাজত থকা দুখৰ ভাব প্ৰকাশ পায়?

a) আনন্দৰ মাজেৰে

b) লোকগীতৰ মাজেৰে

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ ঃ b) লোকগীতৰ মাজেৰে


১৭। কি অসমীয়া সাহিত্য়ৰ অমূল্য় সম্পদ? 

a) মাহুত বা হাতীৰ মাউত

b) মালতি বা কাহিনী

c) ওপৰৰ এটাও নহয়

উত্তৰ ঃ b) মালতি বা কাহিনী


১৮। কোনো জাতি বা শ্ৰেণীৰ নাম বুজালে তাক কি বোলে?

a) জাতিবাচক বিশেষ্য়

b) গুণবাচক বিশেষ্য়

c) বস্তুবাচক বিশেষ্য়

উত্তৰ ঃ a) জাতিবাচক বিশেষ্য়


১৯। কোনো গুন বা দোষৰ নাম বুজালে তাক কি বোলে?

a) গুনবাচক বিশেষ্য়

b) বস্তুবাচক বিশেষ্য়

c) ক্ৰিয়াবাচক বিশেষ্য়

উত্তৰঃ a) গুনবাচক বিশেষ্য়


২০। কোনো বস্তুৰ  নাম বুজালে তাক কি বোলে?

a) গুনবাচক বিশেষ্য়

b) বস্তুবাচক বিশেষ্য়

c) ক্ৰিয়াবাচক বিশেষ্য়

উত্তৰঃ b) বস্তুবাচক বিশেষ্য়