উইলিয়াম শ্য়েইক্ছপীয়েৰ পাঠটোৰ চমু প্ৰশ্ন

 ১। শ্য়েইক্ছপীয়েৰ সৰ্বকালৰ এজন প্ৰতিভাশালী শ্ৰেষ্ঠ নাট্য়কাৰ হিচাপে কি হ'ল?

 a) প্ৰচলন হ'ল

b) প্ৰশ্ন হ'ল

c) পৰিগণিত হ'ল

উত্তৰঃ c) পৰিগণিত হ'ল


২। নাট্য়জীৱন আৰম্ভ কৰা শ্য়েইকছপীয়েৰৰ শেহৰখন নাটক কি আছিল?

a) অথেল' আছিল

b) দ্য় টেম্পপেষ্ট আছিল

c) মেকবেথ আছিল

উত্তৰঃ b) দ্য় টেম্পপেষ্ট আছিল


৩। জুলিয়াছ চীজাৰ নামৰ নাটকখন কিমান চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল?

a) ১৫৯৮ চনত

b) ১৫৯৯ চনত

c) ১৬০০ চনত

উত্তৰঃ b) ১৫৯৯ চনত


৪। শ্য়েইকছপীয়েৰৰ এই যাত্ৰা আৰম্ভণিতে বৰ কিহৰ নাছিল?

a) সুখৰ নাছিল

b) দুখৰ নাছিল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) সুখৰ নাছিল


৫। সাগৰ দৰে সুবিশাল আৰু কিহৰ দৰে সু-উচ্চ প্ৰতিভাৰ ওচৰত নশিৰ হৈছে?

a) পৰ্বতৰ দৰে

b) নদীৰ দৰে

c) হিমালয়ৰ দৰে

উত্তৰঃ c) হিমালয়ৰ দৰে


৬। শ্য়েইকছপীয়েৰৰ কিমান চনত জন্ম হৈছিল?

a) ১৫৬৩ চনত

b) ১৫৬৪ চনত

c) ১৫৬৫ চনত

উত্তৰঃ b) ১৫৬৪ চনত


৭। পুৰোধা অৰ্থ কি?

a) জনশ্ৰুতি

b) ঘাই হোতা

c) মিলনান্তক নাটক

উত্তৰঃ b) ঘাই হোতা


৮। লণ্ডনৰ বিখ্য়াত কোনখন থিয়েটাৰ শ্য়েইকছপীয়েৰৰ অৱদান?

a) গ্লব থিয়েটাৰ

b) গীতাশ্ৰী থিয়েটাৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) গ্লব থিয়েটাৰ


 ৯। হাতৰ সোণৰ কাঠীৰ পৰশত সেই সৃষ্টি সম্ভৱ হৈছিল সেই বিশ্ববাসীৰ বাবে উত্তৰবিহীন কি হৈ ৰ'ল?

a) প্ৰতিষ্ঠা হৈ ৰ'ল

b) চেষ্টা হৈ ৰ'ল

c) প্ৰশ্ন হৈ ৰ'ল

উত্তৰঃ c) প্ৰশ্ন হৈ ৰ'ল


১০। স্কুলত তেওঁ কি ভাষা অধ্য়য়ন কৰে?

a) লেটিন ভাষা

b) ইংৰাজী ভাষা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) লেটিন ভাষা


১১। অপ্ৰতিৰোধ্য়ৰ অৰ্থ কি?

a) যাক ৰোধ কৰিব নোৱাৰি

b) ঘাই হোতা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) যাক ৰোধ কৰিব নোৱাৰি


১২। গুণ, দোষ, অৱস্থা আদি বুজোৱা পদক কি বোলে?

a) ক্ৰিয়া পদ

b) বিশেষ্য় পদ

c) বিশেষণ পদ

উত্তৰঃ c) বিশেষণ পদ


১৩। ট্ৰেজেডীৰ অৰ্থ কি?

a) মিলনাত্মক নাটক

b) বিয়োগাত্মক নাটক

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) বিয়োগাত্মক নাটক


১৪। শ্য়েইকছপীয়েৰ এজন কি আছিল?

a) নাট্য়কাৰ

b) গল্পকাৰ

c) চহকী ব্য়ৱসায়ী

উত্তৰঃ c) চহকী ব্য়ৱসায়ী


১৫। মাক মেৰী কোন আছিল?

a) নাট্য়কাৰ

b) ধনী কৃষকৰ জীয়াৰী

c) চহকী ব্য়ৱসায়ী

উত্তৰঃ b) ধনী কৃষকৰ জীয়াৰী


১৬। উইলিয়াম ষ্ট্ৰেটফ'ৰ্ডে স্কুলত কি ভাষা অধ্য়ন কৰিছিল?

a) অসমীয়া ভাষা

b) লেটিন ভাষা আৰু সাহিত্য়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) লেটিন ভাষা আৰু সাহিত্য়


১৭। ছাত্ৰ হিচাপে উইলিয়াম কি আছিল?

a) ভাল ছাত্ৰ

b) অধ্য়য়নপিপাসু মনৰ

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ c) ওপৰৰ দুয়োটাই শুদ্ধ


১৮। খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক কি  বোলে?

a) কৃষক

b) খেতিয়ক

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ c) ওপৰৰ দুয়োটাই শুদ্ধ


১৯। অভিনয় কৰা লোকক কি বোলে?

a) নায়ক

b) অভিনেতা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) অভিনেতা


২০। কবিতা ৰচনা কৰা লোকক কি বোলে?

a) কবি

b) সাহিত্য়িক

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ c) ওপৰৰ দুয়োটাই শুদ্ধ