ভদৰী
১। শিশুৰামৰ কি মূৰৰ চুলিৰ আগ পালেগৈ?
a) খং
b) ওকণি
c) জুই
উত্তৰঃ a) খং
২। শিশুক লঘোনে থৈ আৰু তাৰ কি খতি কৰি নিষ্ঠুৰ কৃষ্ণা একাদশী গুচি গ'ল?
a) কাম খতি কৰি
b) হাল খতি কৰি
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) হাল খতি কৰি
৩। দুপৰীয়া হাল মেলি আহি ভাত নোপোৱা কথাটোৱে সেই জ্বলা জুইকুৰাত কি ঢালি দিলে?
a) কেৰাচিন তেল ঢালি দিলে
b) মিঠা তেল ঢালি দিলে
c) ঘিঁউ ঢালি দিলে
উত্তৰঃ c) ঘিঁউ ঢালি দিলে
৪। বেচেৰীৰ ক'ত ঔ পৰা কথাও জানে?
a) মূৰত
b) পিঠিত
c) ভৰিত
উত্তৰঃ b) পিঠিত
৫। কিহেৰে ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দোকাব মাৰিলে?
a) দাৰে
b) কোঠাৰে
c) মৈদাৰে
উত্তৰঃ c) মৈদাৰে
৬। হস্পিতালৰ কাৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল?
a) ডেৰেচী কথা শুনি
b) ডাক্তৰ কথা শুনি
c) ওপৰৰ এটাও নহয়
উত্তৰঃ a) ডেৰেচী কথা শুনি
৭। ভদৰী গল্পটো ৰচক কোন?
a) জ্য়োতীপ্ৰসাদ আগৰৱালা
b) লক্ষ্মীনাথ বেজবৰুৱা
c) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ b) লক্ষ্মীনাথ বেজবৰুৱা
৮। দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত কোন থিয় হৈ আছে?
a) ডাক্তৰ
b) ভদৰী
c) শিশুৰাম
উত্তৰঃ c) শিশুৰাম
৯। ভদৰী কথা শুনি শিশুৰাম আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কি কৰিবলৈ ধৰিলে?
a) হাঁহিবলৈ ধৰিলে
b) কান্দিবলৈ ধৰিলে
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) কান্দিবলৈ ধৰিলে
১০। গোজাতিৰ বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰ কি আহি পৰে?
a) জগৰ আহি পৰে
b) চিন্তা আহি পৰে
c) ওপৰৰ এটাও নহয়
উত্তৰঃ a) জগৰ আহি পৰে
১১। জ্ঞানীৰ বিপৰীত অৰ্থ কি?
a) অসীম
b) সপোন
c) ওপৰৰ এটাও নহয়
উত্তৰঃ c)ওপৰৰ এটাও নহয়
১২। দশ+আনন=?
a) দশআনন
b) দআনন
c) দশানন
উত্তৰঃ c) দশানন
১৩। বীণা আছে পাণিত যাৰ=?
a) বীনাপণি
b) বীনাপাণি
c) বীণাপাণি
উত্তৰঃ c) বীণাপাণি
১৪। কেই দিনৰ ভিতৰত ভদৰী সম্পূৰ্ণৰূপে আৰোগ্য় হৈছিল?
a) দুদিনৰ ভিতৰত
b) অলপ দিনৰ ভিতৰত
c) তিনিদিনৰ ভিতৰত
উত্তৰঃ b) অলপ দিনৰ ভিতৰত
১৫। খকা-খুন্দাৰ অৰ্থ কি?
a) লগনীয়া
b) উত্তৰা-উত্তৰি
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) উত্তৰা-উত্তৰি
১৬। তোমাৰ গা কেনে আছে বুলি কোনে কৈছিল?
a) শিশুৰামে
b) ভদৰীয়ে
c) ডাক্তৰে
উত্তৰঃ b) ভদৰীয়ে
১৭। আস্পতালত থাকি কেইদিনৰ মূৰত ভদৰীয়ে জ্ঞান পালে?
a) দুদিনৰ মূৰত
b) তিনিদিনৰ মূৰত
c) অলপ দিনৰ মূৰত
উত্তৰঃ b) তিনিদিনৰ মূৰত
১৮। শিশুৰাম কেইদিন ফাটেকত খাটিছিল?
a) দুমাহ
b) তিনিমাহ
c) চাৰিমাহ
উত্তৰঃ b) তিনিমাহ
১৯। শিশুৰামে ভদৰীক কিহেৰে কুবিয়ালে?
a) হাতেৰে
b) মৈদাৰে
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) মৈদাৰে
২০। মুচ্কচ্ ৰ অৰ্থ কি?
a) এজনে আনজনক খঙেৰে কোৱা কথা
b) অচেতন হৈ পৰি যোৱা
c) ওপৰৰ এটাও নহয়
উত্তৰঃ b) অচেতন হৈ পৰি যোৱা