কুম্পুৰ সপোন : ভূত-পোৱালি

 ১। ল'ৰাটোৱে সপোনত কিহৰ দুটা পোৱালি দেখিলে?

a) মানুহৰ পোৱালি

b) ভূতৰ পোৱালি

c) হাতীৰ পোৱালী

উত্তৰঃ b) ভূতৰ পোৱালি


২। এটা ক'লা আৰু এটা কি ৰঙৰ নাঙঠ-পিঙঠ ভূতৰ পোৱালি আছিল?

a) বগা

b) ৰঙা

c) নীলা

উত্তৰঃ a) বগা


৩। দেখিবলৈ এনে ভাল ভূত-পোৱালিৰ কি আছিল?

a) নাচ আছিল

b) চুলী আছিল

c) নখ আছিল

উত্তৰঃ a) নাচ আছিল


৪। ভূতে কি ধৰি খায়?

a) মানুহ ধৰি খায়

b) পুক-পতং ধৰি খায়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) মানুহ ধৰি খায়


৫। কবিতাটোৰ কবি কোন আছিল?

a) লক্ষ্মীনাথ বেজবৰুৱা

b) চন্দ্ৰকুমাৰ আগৰৱালা

c) জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰঃc) জ্য়োতিপ্ৰসাদ আগৰৱালা


৬। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

a) ১৯০১ চনত

b) ১৯০২ চনত

c) ১৯০৩ চনত

উত্তৰঃc) ১৯০৩ চনত


৭। যখিনীহঁতক ক'ত ধৰি নচুৱাই?

a) চুলিত ধৰি

b) কাপোৰত ধৰি

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) চুলিত ধৰি


৮। কিমান চনত তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে?

a) ১৯৩৪ চনত

b) ১৯৩৫ চনত

c) ১৯৩৬ চনত

উত্তৰঃ b) ১৯৩৫ চনত


৯। কি থকা আলমাৰিটোত ভূতৰ পোৱালীটো আনি থলে সুমায়?

a) শাক-পাচলী থকা

b) পুতলা থকা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) পুতলা থকা


১০। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হয়?

a) ১৯৫০ চনত

b) ১৯৫১ চনত

c) ১৯৫২ চনত

উত্তৰঃ b) ১৯৫১ চনত


১১। জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা  নাটবোৰ কি  কি?

a) কাৰেঙৰ লিগিৰী, ইন্দ্ৰমালতী, লভিতা

b) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা

c) লভিতা, কাৰেঙৰ লিগিৰী, জয়মতী

উত্তৰঃ b) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা


১২। জ্য়োতিপ্ৰসাদ আগৰৱালাই চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটক খনৰ নাম কি? 

a) ৰূপালীম

b) লভিতা

c) শোণিত কুঁৱৰী

উত্তৰঃ c) শোণিত কুঁৱৰী


১৩। তেওঁ ৰচনা কৰা সংগীতবোৰক কি বোলে?

a) জ্য়োতিসংগীত

b) জয়মতী

c) কাৰেঙৰ লিগিৰী

উত্তৰঃ a) জ্য়োতিসংগীত


১৪। জ্য়োতি ৰামায়ন তেওঁৰ বাবে এখন কি?

a) উল্লেখযোগ্য় কবিতা

b) উল্লেখযোগ্য় গ্ৰন্থ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) উল্লেখযোগ্য় গ্ৰন্থ


১৫। ভূতে মানুহক কলৈ ধৰি নি খায়?

a) ঘৰলৈ

b) পুখুৰীলৈ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) পুখুৰীলৈ


১৬। এটা ক'লা এটা বগা কি ভূতে কথা পাতে?

a) নাঙঠ ভূতে

b) পিঙঠ ভূতে

c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ  c) ওপৰৰ দুয়োটাই শুদ্ধ


১৭। ভূতে লৰি লৰি কি কৰি যায়?

a) যখিনী হৈ যায়

b) এংকোৰ বেংকোৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) এংকোৰ বেংকোৰ


১৮। কুম্পুৱে সপোনত কি দেখিছিল?

a) মাকক

b) ভূত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) ভূত


১৯। যখৰ বিপৰীত অৰ্থ কি?

a) যখিনী

b) শিয়ালী

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) যখিনী


২০। বোন্দাৰ বিপৰীত অৰ্থ কি?

a) জায়

b) যখিনী

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) জায়