ওজাপালি

 ১। ওজাপালিৰ অংশ কেইটা?

a) এটা

b) দুটা

c) তিনিটা

উত্তৰঃ b) দুটা


২। ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস কি হৈ আছে?

a) প্ৰচলিত হৈ আছে

b) আলোচনা হৈ আছে

c) নিৰ্ভৰ হৈ আছে

উত্তৰঃ a) প্ৰচলিত হৈ আছে


৩। ওজাপালিৰ বিভিন্ন দিশত বিশেষভাৱে সহায় কৰা লোক জন কোন?

a) ওজা

b) পালিসকল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) ওজা


৪। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক কি ওজা বোলা হয়?

a) ভাইৰা ওজা বোলা হয়

b) দুলড়ী ওজা বোলা হয়

c) সুকনান্নীৰ ওজা বোলা হয়

উত্তৰঃ c) সুকনান্নীৰ ওজা বোলা হয়


৫। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰপৰা উঠি আহি মুদ্ৰাসহ কি কৰিবলৈ লয়?

a) নৃত্য় কৰিবলৈ লয়

b) আলোচনা কৰিবলৈ লয়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  a) নৃত্য় কৰিবলৈ লয়


৬। ওজাই কপাহী বা কিহৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়?

a) পাটৰ

b) মূগাৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) পাটৰ


৭। অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত?

a) এটা ভাগত বিভক্ত

b) দুটা ভাগত বিভক্ত

c) তিনিটা ভাগত বিভক্ত

উত্তৰঃ b) দুটা ভাগত বিভক্ত


৮। ওজাপালিৰ সাহিত্য় আৰু কবিজনা পাঁচালী কবিৰূপে ক'ত জনাজাত হৈ আহিছে?

a) অসমত

b) ভাৰতত

c) চীনত

উত্তৰঃ a) অসমত


৯। অঞ্চল বিশেষে ওজাপালিৰ কি ভিন্নতা আছে?

a) সাজ-পাৰ

b) সুৰ-তাল

c) নৃত্য়-নাতিকা

উত্তৰঃ a) সাজ-পাৰ


১০। চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে ক'ত পাগ মাৰে?

a) ককালত

b) মূৰত

c) পেটত

উত্তৰঃ b) মূৰত


১১। বিষয়বস্তু অনুসৰি ওজাপালি অনুষ্ঠানটো কেইটা ভাগত ভগাব পাৰি?

a) দুটা বহল ভাগত

b) তিনিটা বহল ভাগত

c) চাৰিটা বহল ভাগত

উত্তৰঃ a) দুটা বহল ভাগত


১২। তেওঁলোকে কোনবোৰ গীত-পদ গায়?

a) মনসা, কবি মনকৰ, দুৰ্গবৰে ৰচনা কৰা পদ

b) অতীজৰে পৰা সমাজত মুখে মুখে  চলি অহা গীত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) অতীজৰে পৰা সমাজত মুখে মুখে  চলি অহা গীত


১৩। ওজাপালিৰ ওজাজন কি হ'ব লাগে?

a) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা

b) সক্ৰীয়

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) সকলো দিশতে দক্ষতা আৰু সম্য়ক জ্ঞান থকা


১৪। ওজাজনৰ পিছতে দ্বিতীয়স্থানত থকা লোক জনক কি বোলে?

a) দুৰ্গাবৰীপালি

b) দাইনাপালি

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) দাইনাপালি


১৫। অঞ্চলবিশেষে ওজাপালিৰ সাজ-পাৰৰ কি আছে?

a) গঠন আছে

b) ভিন্নতা আছে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) ভিন্নতা আছে


১৬। ওজা আৰু পালিসকলে কপালত কি লয়?

a) ক'লা  ৰঙৰ ফোঁট

b) বগা ৰঙৰ ফোঁট

c) ৰঙা ৰঙৰ ফোঁট

উত্তৰঃ c) ৰঙা ৰঙৰ ফোঁট


১৭। ওজাপালিত প্ৰধান গৰাকীয়ে কি কৰে?

a) দিহা বা ঘোষা গায়

b) কাহিনী আবৃত্তি কৰে

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) কাহিনী আবৃত্তি কৰে


১৮। হৰি আৰু হৰ =?

a) হৰীহৰ

b) হৰিহৰ

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) হৰিহৰ


১৯। পঞ্চ অমৃতৰ সমাহাৰ=?

a) পঞ্চমিত

b) পঞ্চমৃত

c) পঞ্চামৃত

উত্তৰঃ c) পঞ্চামৃত


২০। কাঁহী, বাটি, ঘটি, কলহ, চৰিয়া =কাঁহী-বাটি কি সমাস?

a) দ্বিগু সমাস

b) দ্বন্দ্ব সমাস

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) দ্বন্দ্ব সমাস