পৃথিৱীৰ বিভিন্ন স্তৰ


 ১। প্ৰায় কিমান বছৰৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল?

a) ৪৩৭ বছৰ

b) ৪৬৫ বছৰ

c) ৪৩৭ বছৰ

উত্তৰঃ a) ৪৩৭ বছৰ


২। পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটোক কি বোলা হয়?

a) নক্ষত্ব

b)  পপীয়া তৰা

c) ভূত্বক

উত্তৰঃ c) ভূত্বক


৩। পৃথিৱীখনৰ অন্তৰভাগৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেলছিয়াছ?

a) ৮০০০°

b) ৬০০০°

c) ৪০০০°

উত্তৰঃb) ৬০০০°


৪। পৃথিৱীখনৰ একেবাৰে ওপৰৰ প্ৰায় কিমান কি.মি. ডাঠ তৰপটোক ভূত্বক বোলে?

a) ৩৫-৪০

b) ২৪-৩২

c) ৩৭-৪৫

উত্তৰঃ a) ৩৫-৪০


৫। ভূ-ত্বক হ'ল পৃথিৱীৰ একেবাৰে কেই নম্বৰৰ স্তৰটোৰ নাম?

a) মাজৰ

b) তলৰ

c) ওপৰৰ

উত্তৰঃ c) ওপৰৰ


৬। ছিয়াল স্তৰটো কি কি পদার্থৰে গঠিত?

a) তৰল পদাৰ্থ

b)  গ্ৰেনাইট ইলেৰে প্ৰদাৰ্থ

c) গেছীয় পদাৰ্থ

উত্তৰঃ b)  গ্ৰেনাইট ইলেৰে প্ৰদাৰ্থ


৭। ভূত্বকে পৃথিৱীৰ মুঠআয়তন কিমান  শতাংশ?

a) ৫ শতাংশ

b) ১২ শতাংশ

c) ৮ শতাংশ

উত্তৰঃ a) ৫ শতাংশ


৮। ভূত্বকতে মহাদেশ আৰু কি আছে?

a) পাহাৰ

b) সাগৰ

c) মহাসাগৰ

উত্তৰঃ c) মহাসাগৰ


৯। ছিমা স্তৰটো ছিলিকা আৰু কিহেৰে গঠিত?

a) পাতল উপাদানেৰে

b) গধুৰ উপাদানেৰে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) গধুৰ উপাদানেৰে


১০। শাহ স্তৰটোৱে কিমান শতাংশ ঠাই আগুৰি আছে?

a) ১৫ শতাংশ

b) ১২ শতাংশ

c) ১৮ শতাংশ

উত্তৰঃ a) ১৫ শতাংশ


১১। পৃথিৱীখন ক'ৰ পৰা চিগি আহিছিল ?

a) সৌৰজগতৰ পৰা

b) সুৰ্যৰপৰা

c) চন্দ্ৰৰপৰা

উত্তৰঃ  b) সুৰ্যৰপৰা


১২। পৃথিৱীখন প্ৰথম অৱস্থাত কেনেকুৱা আছিল ?

a) চেঁচা অৱস্থাত

b)  ঘন অৱস্থাত

c) উত্তপ্ত গেছীয় অৱস্থাত

উত্তৰঃ c) উত্তপ্ত গেছীয় অৱস্থাত


১৩। আগ্নেয় পদাৰ্থবোৰ ঠাণ্ডা হৈ যোৱাৰ ফলত কি হৈ পৰিছিল ?

a) টান হৈ পৰিছিল

b) শিল হৈ পৰিছিল

c) পাতল হৈ পৰিছিল

উত্তৰঃ b) শিল হৈ পৰিছিল


১৪। পৃথিৱীৰ কোনটো ভাগ আজিও উত্তপ্ত লপ্থপীয়া অৱস্থাত আছে ?

a) কেন্দ্ৰভাগ

b) তলৰ ভাগ

c) ওপৰৰ ভাগ

উত্তৰঃ a) কেন্দ্ৰভাগ


১৫। পৃথিৱীখন কেনেদৰে সৃষ্টি হৈছিল ?

a) বিভিন্ন পদাৰ্থৰ সংমিশ্ৰণত

b) ধুমুহাৰ ফলত

c) ওপৰৰ দুয়োটা

উত্তৰঃ a) বিভিন্ন পদাৰ্থৰ সংমিশ্ৰণত


১৬। কিহৰ ওপৰত ভিত্তি কৰি পৃথিৱীখনক কেইবাটাও মণ্ডলত ভাগ কৰা হৈছে ?

a) সংমিশ্ৰণৰ ওপৰত

b) বিভিন্ন কাৰণৰ ওপৰত

c) পদাৰ্থৰ ওপৰত

উত্তৰঃ c) পদাৰ্থৰ ওপৰত


১৭। ভূত্বকৰ তৰপটোত কি কি আছে ?

a) মানুহৰ বসতিস্থলবোৰ

b) মহাদেশ আৰু মহাসাগৰবোৰ

c) সৰু সৰু দেশবোৰ

উত্তৰঃ b) মহাদেশ আৰু মহাসাগৰবোৰ


১৮। কেন্দ্ৰভাগৰ পদাৰ্থখিনিক কি বুলি কোৱা হয় ?

a) মেগমা

b) লাভা

c)  ওপৰৰ এটাও নহয়

উত্তৰঃ  a) মেগমা


১৯। জ্বালামুখীক আৰু কি বুলি কোৱা হয়? 

a) লাভা

b) আগ্নেয়গিৰি

c) মেগমা

উত্তৰঃ b) আগ্নেয়গিৰি


২০। চুয়েছ নামৰ ভূ-বিজ্ঞানীজনৰ মতে পৃথিৱীৰ অন্তৰ্ভাগত কেইটা ভাগত ভাগ কৰিছে ?

a) তিনিটা

b) নটা

c) সাতটা

উত্তৰঃ a) তিনিটা