উত্তৰ-পূব ভাৰতৰ ভূগোল

 ১। উত্তৰ-পূব ভাৰতত ছিকিমক ধৰি কিমানখন ৰাজ্য আছে?

a) ৮খন

b) ৭খন

c) ৫খন

উত্তৰঃ a) ৮খন


২। ভৌগোলিক দিশৰপৰা কিমানখন ৰাজ্য লগালগিকৈ আছে?

a) ১৫খন

b) ৩খন

c) ৭খন

উত্তৰঃ c) ৭খন


৩। অসমৰ প্ৰায় কিমান কিমি. বহল অংশ এটাৰ দ্বাৰাহে এই অঞ্চলটো ভাৰতৰ মূল অংশৰ লগত সংযোগ হৈ আছে?

a) ৫০ কিমি.

b) ৪০ কিমি.

c) ৪৫ কিমি.

উত্তৰঃ b) ৪০ কিমি.


৪। উত্তৰ-পূব ভাৰতৰ বিস্তৃত পূবা-পশ্চিমাকৈ প্ৰায় কিমান কিমি.?

a) ৮৫০ কিমি.

b) ৮৪২ কিমি.

c) ৯০৮ কিমি.

উত্তৰঃ a) ৮৫০ কিমি.


৫। কি অঞ্চলত বৰষুণ কম হয়?

a) মেৰু অঞ্চল

b) গাঁওলীয়া অঞ্চল

c) বৃষ্টিছায়া অঞ্চল

উত্তৰঃ c) বৃষ্টিছায়া অঞ্চল


৬। ভূ-প্ৰাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি?

a) ৩টা

b) ২টা

c) ৫টা

উত্তৰঃ b) ২টা


৭। ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰায় কিমান কিল'মিটাৰ দীঘল?

a) ৫০০ কিল'মিটাৰ

b) ৫৫০ কিল'মিটাৰ

c) ৪৮০ কিল'মিটাৰ

উত্তৰঃ  a) ৫০০ কিল'মিটাৰ


৮। ব্ৰহ্মপুত্ৰ উপত্যকা কিমা কিল'মিটাৰ বহল?

a) ১২০ কিল'মিটা

b) ৮০ কিল'মিটা

c) ৬০ কিল'মিটাৰ

উত্তৰঃ c) ৬০ কিল'মিটাৰ


৯। কোন ঠাই সৰু সৰু পাহাৰে আগুৰা যদিও ইয়াৰ মাজ অংশ সমভূমি?

a) তেজপুৰ

b) মণিপুৰ

c) গুজৰাট

উত্তৰঃ b) মণিপুৰ


১০। মণিপুৰৰ প্ৰধান নদী কেইখন?

a) ৭খন

b) ১৩খন

c) ৫খন

উত্তৰঃ a) ৭খন


১১। উত্তৰ-পূব ভাৰতৰ উত্তৰত কি আছিল ?

a) ম্য়ানমাৰ

b) ভূটান আৰু তিব্বত

c) বাংলাদেশ

উত্তৰঃ b) ভূটান আৰু তিব্বত


১২। প্ৰত্য়েক ৰাজ্য়ৰে কি থাকে ?

a) প্ৰধান নদী

b) কাৰ্যালল

c) এটাও নহয়

উত্তৰঃ a) প্ৰধান নদী


১৩। অসমৰ ৰাজধানী কি ?

a) ইটানগৰ

b) চিলং

c) দিশপুৰ

উত্তৰঃ c) দিশপুৰ


১৪। নাগালেণ্ডৰ ৰাজধানী কি ?

a) আইজন

b) কহিমা

c) আগৰতলা

উত্তৰঃ b) কহিমা


১৫। অসমৰ মাটিকালি কিমান ?

a) ৮৩

b) ৭৮

c) ২২

উত্তৰঃ b) ৭৮


১৬। পাহাৰীয়া অঞ্চলক কেইভাগত ভগাব পাৰি ?

a) চাৰিভাগত

b) তিনিভাগত

c) দুইভাগত

উত্তৰঃ c) দুইভাগত


১৭। মণিপুৰ সৰু সৰু পাহাৰে আগুৰা যদিও ইয়াৰ মাজ অংশ কেনেকুৱা ?

a) অসমান

b) সমভূমি

c) ঢাল খোৱা

উত্তৰঃ b) সমভূমি


১৮। লগটক কি অঞ্চলৰ প্ৰধান হ্ৰদ ?

a) মাকৰ

b) ইৰাং

c) মণিপুৰ

উত্তৰঃ c) মণিপুৰ


১৯। মিজোৰামখন কেনেকুৱা ৰাজ্য় ?

a) পাহাৰীয়া

b) নদীৰ সংখ্য়া বেছি

c) গাড়ী-মটৰ কম

উত্তৰঃ a) পাহাৰীয়া


২০। ব্ৰহ্মপুত্ৰ উপত্য়কা কিমান কি.মি. দীঘল ?

a) ১০০ কি.মি.

b) ৯০০ কি.মি.

c) ৫০০ কি.মি.

উত্তৰঃ c) ৫০০ কি.মি.