১। কিমান খ্ৰি.ত অট'মান তুৰ্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ১ আৰু কনষ্টাণ্টিনপ'ল অধিকাৰ কৰে?

a)  ১৪৪২

b) ১৪৫৩

c) ১৪৮৪

উত্তৰঃ b) ১৪৫৩

২। কিমান খ্ৰি.ত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে?.

a) ১৪৮৭

b) ১৪২৮

c) ১৪৬৪

উত্তৰঃ a) ১৪৮৭

৩। কিমান খ্ৰি.ত পৰ্তুগীজ নীবিক ভাস্ক'-ডা-গামাই ভাৰতৰ পশ্চিম উপকূলৰ কালিকট বন্দৰত উপস্থিত হী নতুন জনপথ আৱিষ্কাৰ কৰিলে?

 a) ১৪২৯

b) ১৪৬৪

c) ১৪৯৮

উত্তৰঃ c) ১৪৯৮

৪। কিমান খ্ৰি.ত জুলাই মাজত অহা ভাস্ক'-ডা-গামাক সেই সময়ৰ লকালিকটৰ হিন্দু ৰজা জামৰিণে সাদৰ অভ্যৰ্থনা জনাইছিল?

a) ১৪৮৮

b) ১৪৯৮

c) ১৪৪৬

উত্তৰঃ b) ১৪৯৮

৫। কিমান খ্ৰি.ত ভাস্ক'-ডা-গামা পুনৰাই ভাৰতলৈ আহে আৰু ক'চিন আৰু কান্নানোৰত পৰ্তুগীজ বাণিজ্যঘাটি স্থাপন কৰে?

a) ১৫০২

b) ১৫১৪

c) ১৫২২

উত্তৰঃ a) ১৫০২

৬। বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল?

a) ১৬২৪

b) ১৬০৬

c) ১৬০০

উত্তৰঃ c) ১৬০০

৭। কিমান খ্ৰি.ত এজন শাসনকৰ্তা নিয়োগ কৰে?

a) ১৫২৭

b) ১৫০৫

c) ১৫৪৮

উত্তৰঃ b) ১৫০৫

৮। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ শাসনৰূপে নিযুক্ত হয়?

a) ১৫০৯

b) ১৫২৪

c) ১৫৮২

উত্তৰঃ a) ১৫০৯

৯। আলবুকাৰ্বে কিমান খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল?

a) ১৫২৮

b) ১৫০০

c) ১৫১০

উত্তৰঃ c) ১৫১০

১০। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথালিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে?

a) ১৫৮৮

b) ১৫৩৪

c)১৫২৮

উত্তৰঃ  b) ১৫৩৪

১১। আলফনছ কাক ভাৰতৰ পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়?

a) আলবুকাৰ্ক

b) ছেৰ ছাহ

c) হুমায়ুন

উত্তৰঃ a) আলবুকাৰ্ক

১২। ভাৰতীয় বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচ্চসকলে?

a) ভাৰতীয় ফল-মূল

b) ভাৰতীয় শাপ-পাচলি

c) ভাৰতীয় বস্ত্ৰক

উত্তৰঃ c) ভাৰতীয় বস্ত্ৰক

১৩। জ্যাঁ কলবাৰ্টৰ উদ্যোগত কি ক'ম্পেনী প্ৰতিষ্ঠিত হয়?

a) Amazon ক'ম্পেনী

b) ফৰাচী ইষ্ট ইণ্ডিয়া ক'ম্পেনী

c) Tata ক'ম্পেনী

উত্তৰঃ b) ফৰাচী ইষ্ট ইণ্ডিয়া ক'ম্পেনী

১৪। ফৰাচী ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ মুখ্যয় প্ৰশাসক কোন আছিল?

a) ফ্ৰান্সিছ ডুপ্লে

b) ভাস্ক'-ডা-গামা

c) আলবুকাৰ্ক

উত্তৰঃ a) ফ্ৰান্সিছ ডুপ্লে

১৫। ভাস্ক'-ডা-গামাই কি আৱিষ্কাৰ কৰিছিল?

a) জাহাজ

b) হেলিকপ্তাৰ

c)নতুন জলপথ

উত্তৰঃ c)নতুন জলপথ

১৬। কিমান খ্ৰি.ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপ ছাৰ টমাছ ৰ' সম্ৰাট জাহামগীৰৰ দৰবাৰত উপস্থিত হয়?

a) ১৬১৫

b) ১৬২৫

c)  ১৬০২

উত্তৰঃ a) ১৬১৫

১৭। কিমান খ্ৰি.ত জব চাৰ্ণক নামৰ বৃটিছ বণিকজনে বংগদেশত সফল ব্যৱসায় আৰম্ভ কৰিলে?

a) ১৬৮২?

b) ১৬২৪

c) ১৬৯০

উত্তৰঃ c) ১৬৯০

১৮। কিমান খ্ৰি.ত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন ফৰমানৰদ্বাৰা বংগ, চেন্নাই আৰু মুম্বাইৰ ইংৰাজ বণিকক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময় দিয়ে?

a) ১৭২৮

b) ১৭১৭

c) ১৭০০

উত্তৰঃ b) ১৭১৭

১৯। কিমান চনত পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল?

a) ১৭৪২

b) ১৭৮৮

c) ১৭৬৫

উত্তৰঃ a) ১৭৪২

২০। কিমান খ্ৰি.ত কৰ্ণাটকৰ আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে?

a) ১৭৮৮

b) ১৭২৬

c) ১৭৪৯

উত্তৰঃ c) ১৭৪৯