১। কিমান খ্ৰি.ত বংগৰ নবাব হোৱাৰ পাছত দ্বিতীয়গৰাকীৰ পুত্ৰ চৌকৎজঙে আৰু প্ৰথমগৰাকী জীয়াৰী ঘাচিতি বেগমে চিৰাজউদ্দৌলাৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিলে?

a) ১৭৮৮

b) ১৭৫৬

c) ১৭২৬

উত্তৰঃ b) ১৭৫৬

২। কিমান খ্ৰি.ত সজোৱা ফ'ৰ্ট উইলিয়াম নামৰ দুৰ্গটো চিৰাজউদ্দৌলাৰ দিনত নবাবক নজনোৱাকৈ ডাঙৰকৈ সজাবলৈ ধৰিলে?

a) ১৭০০

b) ১৭১৪

c) ১৭২৮

উত্তৰঃ a) ১৭০০

 ৩। কিমান খ্ৰি.ত আলিনগৰত ইংৰাজৰ লগত সন্ধি কৰিলে?

a) ১৭৮৮

b) ১৭২৫

c) ১৭৫৭

উত্তৰঃ c) ১৭৫৭

৪। কিমান খ্ৰি.ত ইউৰোপত সাতবছৰীয়া যুদ্ধ আৰম্ভ হ'ল?

a) ১৭৪৪

b)১৭৫৬

c)  ১৭৬৮

উত্তৰঃ b)১৭৫৬

৫। নবাব পতাৰ পুৰস্কাৰ হিচাবে মীৰজাফৰে কিমান পৰগণা জিলা ইংৰাজ এৰি দিয়ে?

a) ২৪

b) ১২

c) ৩৮

উত্তৰঃ a) ২৪

৬। অযোধ্যাৰ নবাবৰ লগত কৰা চুক্তি অনুযায়ী কিমান লাখ যুদ্ধৰ ক্ষতিপূৰণৰ লগতে কোৰা আৰু এলাহাবাদ লাভ কৰিলে?

a) ২০ লাখ

b) ৭০ লাখ

c) ৫০ লাখ

উত্তৰঃ c) ৫০ লাখ

৭। মোগল সম্ৰাটে ক'ম্পেনিৰপৰা বছৰি কিমান লাখ টকাৰ কৰৰ বিনিময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী ক'ম্পেনিক এৰি দিলে?

a) ১৮ লাখ

b) ২৬ লাখ

c) ৩৪ লাখ

উত্তৰঃ b) ২৬ লাখ

৮। কিমান খ্ৰি.ত নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে?

a) ১৭৮৮

b) ১৭৬৪

c) ১৭৫৭

উত্তৰঃ c) ১৭৫৭

৯। চিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত কোন বংগৰ নবাব হয়?

a) মীৰজাফৰ

b) ফ্ৰান্সিছ ডুপ্লে

c) আলবুকাৰ্ক

উত্তৰঃ a) মীৰজাফৰ

১০। ১৭৫৬ খ্ৰি.ত ইউৰোপত কিমান বছৰীয়া যুদ্ধ আৰম্ভ হৈছিল?

a) ৫ বছৰীয়া

b) ৭ বছৰীয়া

c) ৮ বছৰীয়া

উত্তৰঃ ৭ বছৰীয়া

১১। কিমান খ্ৰি.ত ৰ'বাৰ্ট ক্লাইৱ পুনৰ ভাৰতৰ গৱৰ্ণৰ হৈ আহে?

a) ১৭৫১

b) ১৭২৪

c) ১৭৬৫

উত্তৰঃ c) ১৭৬৫

১২। পলাচী যুদ্ধ কোন চনত হৈছিল?

a) ১৭৫৭

b) ১৭৬৮

c) ১৭৪৬

উত্তৰঃ b) ১৭৬৮

১৩। কিমান খ্ৰি.ত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত সন্মিলিত বাহিনীৰ পৰাজয় ঘটে?

a) ১৭৮৫

b) ১৭৬৪

c) ১৭৫৮

উত্তৰঃ b) ১৭৬৪

১৪। পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল?

a) মীৰকাচিম আৰু চিৰাজউদ্দৌলা

b) হুমায়ুন আৰু ছেৰ ছাহ

c) মিৰজাফৰ আৰু ঘাচিতি বেগম

উত্তৰঃ c) মিৰজাফৰ আৰু ঘাচিতি বেগম

১৫। কিমান খ্ৰি.ত চিৰাজউদ্দৌলাৰ বংগৰ নবাব হয়?

a) ১৭৫৬

b) ১৭২৪

c) ১৭৭২

উত্তৰঃ a) ১৭৫৬

১৬। মোগল সম্ৰাটসকলৰ দিনত কোন দেশে এক উল্লেখযোগ্য় ভূমিকা লৈছিল ?

a) ভাৰত দেশে

b) বংগদেশে

c) এটাও নহয়

উত্তৰঃ b) বংগদেশে

১৭। ঔৰংজেৱৰ মৃত্য়ুৰ পাছত বংগদেশৰ শাসনকৰ্তা কোন হয় ?.

a) চিৰাজুদ্দৌলা

b)আলিবৰ্দী খাঁ

c) চৌকৎজং

উত্তৰঃ b)আলিবৰ্দী খাঁ

১৮। আলিবৰ্দী খাঁৰ কেইজনী জীয়ৰী আছিল ?

a) এজনী

b) দুজনী

c) তিনিজনী

উত্তৰঃ c) তিনিজনী

১৯। চিৰাজুদ্দৌলাৰ প্ৰথমগৰাকী জীয়ৰীৰ নাম কি আছিল ?

a) চৌকৎজং

b) ঘাটিতি বেগম

c) আলিবৰ্দী খাঁ

উত্তৰঃ b) ঘাটিতি বেগম

২০। ইংৰাজে ক'লকাতাত কিমান খ্ৰী.ত ফৰ্ট উইলিয়াম নামৰ দুৰ্গটো সাজিছিল ?

a) ১৭০০ খ্ৰী.ত

b) ১৭৫৬ খ্ৰী.ত

c) ১৭৫৭ খ্ৰী .ত

উত্তৰঃ a) ১৭০০ খ্ৰী.ত