'জোনাকী'ৰ জন্ম-কাহিনী

 ১। কিমান চনত অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ স্থাপন হৈছিল?

a) ১৯০১ চনত

b) ১৯০২ চনত

c) ১৯০৩ চনত

উত্তৰঃ a) ১৯০১ চনত 

২। অ.ভা.উ.সা. সভাৰ প্ৰথম সম্পাদক কোন আছিল?

a) হেমচন্দ্ৰ গোস্বামী আছিল

b) পদ্মধৰ চলিহা আছিল

c) শিবৰাম শৰ্মা বৰদলৈ আছিল

উত্তৰঃ c) শিবৰাম শৰ্মা বৰদলৈ আছিল


৩। ল'ৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু কিহৰ আলোচনা কৰিছিল?

a) গধুৰ কথাৰো

b) সমাজৰ কথাৰো

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) গধুৰ কথাৰো


৪। অসমীয়া ছাত্ৰই ক'ত পঢ়িবলৈ গৈছিল?

a) গুৱাহাটীত

b) কলিকতাত

c) মুম্বাইত

উত্তৰঃ b) কলিকতাত


৫। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

a) হেমচন্দ্ৰ গোস্বামী আছিল

b) লক্ষ্মীনাথ বেজবৰুৱা আছিল

c) চন্দ্ৰকুমাৰ আগৰৱালা আছিল

উত্তৰঃ c) চন্দ্ৰকুমাৰ আগৰৱালা আছিল


৬। জোনাকীৰ আত্মকথা আৰু কি ছপা হৈছিল?

a) সাথঁৰ

b) কবিতা পুথি

c) গল্প

উত্তৰঃ a) সাথঁৰ


৭। অসমীয়া সাহিত্য়ত এটা নতুন যুগৰ কি হৈছিল বুলিব পাৰি?

a) সূচনা হৈছিল বুলিব পাৰি

b ত্ৰিমূৰ্তি হৈছিল বুলিব পাৰি

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) সূচনা হৈছিল বুলিব পাৰি


৮। যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত কি আছিল?  

a) স্বদেশ-প্ৰীতি আছিল

b) স্বদেশ-প্ৰেম আছিল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ a) স্বদেশ-প্ৰীতি আছিল


৯। ছাত্ৰসকলে অসমীয়া সাহিত্য়লৈও নতুন নতুন কি বোৱাই আনিছিল?

a) চিন্তা বোৱাই আনিছিল

b) আঁচনি বোৱাই আনিছিল

c) নিয়ম বোৱাই আনিছিল

উত্তৰঃ a) চিন্তা বোৱাই আনিছিল


১১। উচ্চ ৰ বিপৰীত অৰ্থ কি?

a) অসীম

b) গধুৰ

c) নিম্ন

উত্তৰঃ c) নিম্ন


১২। উচিত শব্দৰ অৰ্থ কি?

a) পৰাধীন

b) অনুচিত

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) অনুচিত


১৩। ছাত্ৰৰ সংখ্য়া বৃদ্ধি পোৱাত কিহৰ সংখ্য়া বৃদ্ধি হৈছিল?

a) মুছলমানৰ সংখ্য়া

b) মেছৰ সংখ্য়া

c) ওপৰৰ এটাও নহয়

উত্তৰঃ  b) মেছৰ সংখ্য়া


১৪। অসম সাহিত্য় সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?

a) পদ্মনাথ গোহাঞি বৰুৱা

b) ৰজনীকান্ত বৰদলৈ

c) চন্দ্ৰকুমাৰ  আগৰৱালা

উত্তৰঃ a) পদ্মনাথ গোহাঞি বৰুৱা


১৫। কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰ সকলৰ মনত কি আছিল?

a) চিন্তা আছিল

b) স্বদেশ-প্ৰীতি অসীম আছিল

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) স্বদেশ-প্ৰীতি অসীম আছিল


১৬। কোন কলিকতাত পঢ়িবলৈ যোৱা এগৰাকী পুৰণি ছাত্ৰ?

a) লক্ষ্মীনাথ বেজবৰুৱা

b) শিবৰাম শৰ্মা

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) শিবৰাম শৰ্মা


১৭। প্ৰীতি ৰ একে অৰ্থ বুজোৱা শব্দটো লিখা।

a) সুন্দৰ

b) বেয়া

c) আন্ধাৰ

উত্তৰঃ a) সুন্দৰ


১৮। পৰাধীনৰ বিপৰীত অৰ্থ কি?

a) স্বাধীন

b) অসীম

c) নতুন

উত্তৰঃ a) স্বাধীন


১৯। কলিকতাৰ পৰা প্ৰকাশ হোৱা আলোচনীখনৰ নাম কি ?

a) পুথিভঁৰাল

b) জোনাকী

c) ওপৰৰ এটাও নহয়

উত্তৰঃ b) জোনাকী


২০। লক্ষ্মীনাথ বেজবৰুৱাই কি নাট ৰচনা কৰিছিল?

a) জাতীয় উন্নতি

b) লিতিকাই

c) বনকুঁৱৰী

উত্তৰঃ b) লিতিকাই


DABP007025