১। কিমান খ্ৰি.ত আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰা?

a) ১৫৬২

b) ১৫৫৬

c) ১৫৪৪

উত্তৰঃ b) ১৫৫৬

২। দেউতাকে হুমায়ুনৰ মৃত্যুৰ পাছত কিমান বছৰ সিংহাসনত আৰোহণ কৰে?

a) ১৪ বছৰ

b) ১৮ বছৰ

c) ১২ বছৰ

উত্তৰঃ a) ১৪ বছৰ

৩। কিমান খ্ৰি.ত হিমু আৰু বৈৰাম খাঁৰ মাজত বিখ্যাত পানিপত নাম ঠাইত ঘোৰ যুদ্ধ লাগে?

a) ১৫৬৬

b) ১৫৪৯

c) ১৫৫৬

উত্তৰঃ c) ১৫৫৬

৪। পানিপতৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

a) ভাৰত আৰু চীন

b) হিমু আৰু বৈৰাম

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) হিমু আৰু বৈৰাম

৫। পানিপতৰ যুদ্ধৰ ফলত কি সাম্ৰাজ্যৰ ভেটি সুপ্ৰতিষ্ঠিত হয়?

a) মোগল সাম্ৰাজ্যৰ

b)ইংৰাজ সাম্ৰাজ্যৰ

c) ভাৰত সাম্ৰাজ্যৰ

উত্তৰঃ a) মোগল সাম্ৰাজ্যৰ

৬। কিমান খ্ৰি.ত ৰাজপুত শক্তি খানুৱাৰ যুদ্ধত বাবৰৰ হাতত পৰাজিত হৈছিল যদিও একেবাৰে বিধ্বস্ত হোৱা নাছিল?

a) ১৫৪৩

b) ১৫১৪

c) ১৫২৭

উত্তৰঃ c) ১৫২৭

৭। কিমান খ্ৰি.ত হলদিঘাট ৱনামে ঠাইত আকবৰৰ লগত প্ৰতাপ সিংহৰ যুদ্ধ হয়?

a) ১৫৮৮

b) ১৫৭৬

c) ১৫২৪

উত্তৰঃ b) ১৫৭৬

৮। এইজনা দেশপ্ৰেমিক ৰাজপুত ৰাণাই কিমান খ্ৰি.ত মৃত্যুক আঁকোৱালি ল'লে?

a) ১৫৯৭

b) ১৫৫৬

c) ১৫৮১

উত্তৰঃ a) ১৫৯৭

৯। কিমান খ্ৰি.ত আকবৰে গুজৰাট জয় কৰে?

a) ১৫৮৬

b) ১৫৫৬

c) ১৫৭২

উত্তৰঃ c) ১৫৭২

১০। হলদিঘাটত কাৰ কাৰ মাজত যুদ্ধ হৈছিল?

 a) আকবৰ আৰু প্ৰতাপ সিং

b) আকবৰ আৰু বীৰবল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) আকবৰ আৰু প্ৰতাপ সিং

১১। আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল?

a) চুডাংফাৰ

b) বিহাৰীমল্লৰ

c) হুমায়ুনৰ

উত্তৰঃ b) বিহাৰীমল্লৰ

১২। কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল?

a) মেৱাৰৰ ৰাজপুত ৰাজ্যই

b) অসম ৰাজ্য

c) কোচ বিহাৰৰ ৰাজ্যই

উত্তৰঃ a) মেৱাৰৰ ৰাজপুত ৰাজ্যই

১৩। কিমান খ্ৰি.ত ঔৰংগজেৱে দিল্লীৰ সিংহাসনত আৰোহণ কৰে?

a) ১৬৮৪

b) ১৬৪৮

c) ১৬৫৮

উত্তৰঃ c) ১৬৫৮

১৪। কিমান খ্ৰি.ত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়?

a) ১৬২৮

b) ১৬৬৩

c) ১৫৪৩

উত্তৰঃ b) ১৬৬৩

১৫। কিমান খ্ৰি.ত ৰায়গড় দুৰ্গত শিৱাজীয়ে ৰাজঅভিষেক পাতি 'ছাত্ৰপতি' উপাধি গ্ৰহণ কৰিছিল?

a)১৬৭৪

b)  ১৬৮৮

c) ১৬৪৮

উত্তৰঃ a)১৬৭৪

১৬। মাৰাঠাসকলৰ নেতা কোন আছিল?

a) ঔৰংগজেৱ

b) ছেৰ ছাহ

c) শিৱাজী

উত্তৰঃ c) শিৱাজী

১৭। ছত্ৰপতি উপাধি কোনে গ্ৰহণ কৰিছিল?

a) হুমায়ুন

b)শিৱাজী

c) চুকাফা

উত্তৰঃ b)শিৱাজী

১৮। কিমান খ্ৰি.ত ঔৰংগজেৱৰ মৃত্যু হয়?হয়?

a) ১৭০৭

b) ১৭২৪

c) ১৭১৮

উত্তৰঃ a) ১৭০৭

১৯। আকবৰে কি নামেৰে এটা নতুন ধৰ্মমত প্ৰচাৰ কৰিছিল?

a) শিৱাজী

bআইনী-ই-আকবৰী

c) দীন-ই-ইলাহী

উত্তৰঃ c) দীন-ই-ইলাহী

২০। পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল

a) ১৫৭৪

b) ১৫৫৬

c) ১৫২৮

উত্তৰঃ b) ১৫৫৬



DABP007429