বৰগীত
১। মধ্যযুগত অসমীয়া সাহিত্যৰ মধ্যমণি কোন?
1) শ্ৰীমন্ত শংকৰদেৱ
2) মাধৱদেৱ
3) মাধৱ কন্দলী
Ans: শ্ৰীমন্ত শংকৰদেৱ
২। কিমান চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?
1) ১৩৭১ শকত
2)১৪৪৯ শকত
3)১৯৫৬ শকত
Ans: ১৪৪৯ শকত
3। গীত কেই প্ৰকাৰৰ?
1) ৩ প্ৰকাৰৰ
2) ৪ প্ৰকাৰৰ
3) ৫ প্ৰকাৰৰ
Ans: ৪ প্ৰকাৰৰ
4। ভক্তিতত্বমূলক সংগ্ৰহ কেই প্ৰকাৰৰ?
1) ৩ প্ৰকাৰৰ
2) ৪ প্ৰকাৰৰ
3) ৫ প্ৰকাৰৰ
Ans: ৪ প্ৰকাৰৰ
5) ভটিমা কেই প্ৰকাৰৰ প্ৰসান্তিমূলক গীত?
1) এক প্ৰকাৰৰ
2) দুই প্ৰকাৰৰ
3) তিনি প্ৰকাৰৰ
Ans: এক প্ৰকাৰৰ
6) কি হৈছে এটা কৃত্ৰিম সাহিত্যিক ভাষা?
1) ভটিমা।
2) ব্ৰজাৱলী।
3) চপয়।
Ans: ব্ৰজাৱলী।
7) শংকৰদেৱৰ আজ্ঞা অনুসৰি মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে?
1) ১৭৫ টা
2) ১৫৭ টা
3) ১৯১ টা
Ans: ১৫৭ টা
8) ভটিমা কেই প্ৰকাৰৰ?
1) এক প্ৰকাৰৰ
2) দুই প্ৰকাৰৰ
3) তিনি প্ৰকাৰৰ
Ans: তিনি প্ৰকাৰৰ
9) শংকৰদেৱে কি ভটিমা ৰচনা কৰিছিল?
1) ৰাজ ভটিমা
2) গুৰু ভটিমা
Ans: ৰাজ ভটিমা
10) মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটো কিমান খৃষ্টাব্দমানত ৰচনা কৰা হ'য়?
1) ১৪৯০
2) ১৫৯০
3) ১৬৫৬
Ans: ১৪৯০
11) কি অসমীয়া বৈষ্ণৱসাহিত্যৰ আপুৰুগীয়া সম্পদ?
1) বৰগীত
2) ভটিমা
3) বিৰহ দুখ
Ans: বৰগীত
12) কাব্য কেইখন?
1) ৬ খন
2) ৭ খন
3) ৮ খন
Ans: ৬ খন
13) তলৰ কোনটো বৰগীত প্ৰথম বৰগীত বুলি ভৱা হৈছে?
1) কংকৃত মাধৱ
2) আলো মই কি কৰো দুখ
3) মন মেৰি ৰাম চৰণহি লাগু
Ans: মন মেৰি ৰাম চৰণহি লাগু
14) বনপোৰা জুইত নষ্ট হোৱা বাবে কিমান টা গীত পোৱা গৈছে?
1) ৩৪ টা
2) ৪৪ টা
3) ৫৪ টা
Ans: ৩৪ টা
Type Susmita Kakati