জাতীয় গৌৰৱ

১। বুৰঞ্জী লিখক কিহৰ গৌৰৱ?

1) দেশৰ

2) জাতীয়

3) গণৰ

Ans: জাতীয়

২। যত কবিফুল ক'ত পদ্মফুল?

1) জাতি

2) হৃদয়

3) দেশত

Ans: জাতি

৩। কমলাকান্ত ভট্টাচাৰ্যৰ 'জাতীয় গৌৰৱ' কবিতাটি এটি জাতীয় কি বোধক কবিতা?

1) চেতনাবোধক

2) ভৎৰ্সনা

3) বাইৰণ

Ans: চেতনাবোধক

৪। কমলাকান্ত ভাট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছিল?

1) ১৮৫৩

2) ১৮৬৭

3) ১৮৫৪

Ans: ১৮৫৩

৫। কমলাকান্ত ভট্টাচাৰ্য কেইখন প্ৰৱন্ধ ৰচনা কৰিছে?

1) ৩ খন

2) ৫ খন

3) ৭ খন

Ans: ৫ খন

৬। কমলাকান্ত ভট্টাচাৰ্য ৰ কবিতা পুথি কেইখন?

1) ২ খন

2) ৪ খন

3) ৬ খন

Ans: ২ খন

৭। ৰোমান্টিক কবিৰ জন্ম কিমান চনত হ'য়?

1) ১৭৮৮

2) ১৮১৪

3) ১৬৭৪

Ans: ১৭৮৮

৮। কমলাকান্ত ভট্টাচাৰ্য কোন চনত অসম সাহিত্য সভাৰ সভাপতি হ'য়?

1) ১৯৯২

2) ১৯২৯

3) ২৯৩৬

Ans: ১৯২৯

৯। মিল্টন কবিৰ জন্ম কিমান চনত হ'য়?

1) ১৬০৪

2) ১৬৭৪

3) ১৭৬৯

Ans: ১৬০৪

১০। জন মিল্টন এজন বিখ্যাত কিহৰ কবি?

1) অসমীয়া 

2) হিন্দী

3) ইংৰাজী

Ans: ইংৰাজী

Type Susmita Kakati